Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা

Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা Questio answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 2 অনানুষ্ঠানিক শিক্ষা and select needs one.

Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা Solutions for All Subject, You can practice these here…

অনানুষ্ঠানিক শিক্ষা

পাঠ : ২

অতি চমু প্রশ্নোত্তৰ ( ১ নম্বৰৰ প্ৰশ্ন )

A. খালী ঠাই পূৰ কৰা ? 

প্রশ্ন ১. কেন্দ্রীয় চৰকাৰে ভাৰতত স্থাপন কৰা প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হ’ল …………।

উত্তৰঃ অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় ।

প্রশ্ন ২. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম …………।

উত্তৰঃ অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় । 

প্রশ্ন ৩. অনানুষ্ঠানিক শিক্ষাৰ সময়সীমা ………… নহয় । 

উত্তৰঃ নির্ধাৰিত । 

প্রশ্ন ৪. আনুষ্ঠানিক শিক্ষা : বিদ্যালয় , অনানুষ্ঠানিক শিক্ষা : ……………।

উত্তৰঃ যােগাযােগ পাঠ্যক্রম ।

প্রশ্ন ৫.  ………..শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল শিক্ষক আৰু শিকাৰুৰ মাজৰ দূৰত্ব । 

উত্তৰঃ দূৰৱর্তী । 

প্রশ্ন ৬. অনানুষ্ঠানিক শিক্ষাই গুৰুত্ব দিয়ে ………. বিষয় সমূহত । 

উত্তৰঃ ব্যক্তিগত প্রয়ােজন ভিত্তিক । 

প্রশ্ন ৭. অনানুষ্ঠানিক শিক্ষাক …………….শিক্ষাৰ ক্ষেত্ৰত সৌজন্যমূলক আৰু পৰিপূৰক হিচাপে গ্ৰহণ কৰা হৈছে ।

উত্তৰঃ আনুষ্ঠানিক । 

প্রশ্ন ৮. অনানুষ্ঠানিক শিক্ষা হ’ল ……………আৰু স্বেচ্ছামূলক । 

উত্তৰঃ স্বতঃস্ফূর্ত । 

প্রশ্ন ৯. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ………….. ত । 

উত্তৰঃ ১৯৮৫ । 

প্রশ্ন ১০. নিজৰ ‘শ্বাৰ্ট হেণ্ড’ পাঠ্যক্ৰমত যােগাযােগ মূলক শিক্ষাৰ প্ৰথম আৰম্ভণি কৰিছিল …………।

উত্তৰঃ আইজাক পিটমেন । 

প্রশ্ন ১১. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ………. ত অৱস্থিত । 

উত্তৰঃ নতুন দিল্লীত । 

প্রশ্ন ১২. অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপিত হয় ………….ত । 

উত্তৰঃ ২০০৭ চনত ।

প্রশ্ন ১৩. ‘দূৰ শিক্ষা’ শব্দৰ ব্যৱহাৰ প্ৰথমে কৰিছিল …………এ । 

উত্তৰঃ কিগান ( Keegan ) নামৰ চিন্তাবিদ গৰাকী । 

প্রশ্ন ১৪. ছাৰ আইজাক পিটমেনে ………এ দূৰৱর্তী ছাত্ৰসকলৰ বাবে প্ৰথমতে শ্বাৰ্ট হেণ্ড পাঠ্যক্ৰমৰ আৰম্ভণি কৰিছিল । 

উত্তৰঃ যােগাযােগ পাঠ্যক্রম । 

প্রশ্ন ১৫. দিল্লী বিশ্ববিদ্যালয়ত প্রথম যােগাযােগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল ………..ত । 

উত্তৰঃ ১৯৬২ চনত । 

প্রশ্ন ১৬. ভাৰত চৰকাৰে ………..ৰ অধ্যক্ষতাত যােগাযােগমূলক শিক্ষা সম্পৰ্কত এখন সমিতিৰ নিযুক্তি দিছিল । 

উত্তৰঃ ড° ডি এছ কোঠাৰী । 

প্রশ্ন ১৭. যােগাযােগমূলক শিক্ষা হ’ল …….. যােগাযোগৰ ওপৰত ভিত্তি কৰা । 

উত্তৰঃ ডাক ।

প্রশ্ন ১৮. কোনাে কোনাে ঠাইত ………শিক্ষাৰ স্বতন্ত্র শিক্ষা হিচাপে জনা যায় । 

উত্তৰঃ অগতানুগতিক । 

প্রশ্ন ১৯. ভাৰতত প্ৰথমখন মুক্ত বিদ্যালয় স্থাপন হয় ……….। 

উত্তৰ ১৯৮৯ চনত ।

প্রশ্ন ২০. মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো প্ৰথমতে বিকশিত হয় …………ত ।

উত্তৰঃ ইউৰােপত । 

প্রশ্ন ২১. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন হয় ………..ত । 

উত্তৰঃ অন্ধ্রপ্রদেশত । 

B. শুদ্ধ নে অশুদ্ধ লিখা : 

প্রশ্ন ২২. অনানুষ্ঠানিক শিক্ষা হ’ল এক জীৱন জোৰা শিক্ষা । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৩. অনানুষ্ঠানিক শিক্ষাৰ কোনাে নির্দিষ্ট পাঠ্যক্রম নাই । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ২৪. দূর্বৱর্তী শিক্ষা হ’ল এক ব্যয়বহুল শিক্ষা পদ্ধতি । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ২৫. অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল বিদ্যালয় বহির্ভূত শিশুৰ বাবে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২৬. অনানুষ্ঠানিক শিক্ষাই শিকাৰুৰ সার্বিক উন্নয়নত সহায় কৰিব নােৱাৰে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২৭. দূৰৱর্তী শিক্ষা শিকাৰু কেন্দ্রিক । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ২৮. অনানুষ্ঠানিক শিক্ষা সকলাে ধৰণৰ অনমনীয়তাৰ পৰা মুক্ত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৯. অনানুষ্ঠানিক শিক্ষা প্রয়ােজন ভিত্তিক নহয় । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৩০. দূৰৱর্তী শিক্ষা সদায় মুকলি । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩১. অনানুষ্ঠানিক শিক্ষা অত্যন্ত নমনীয় । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩২.অনানুষ্ঠানিক শিক্ষা স্বেচ্ছাপ্রণােদিত নহয় । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৩৩. অনানুষ্ঠানিক শিক্ষাৰ নমনীয়তাই ইয়াক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক্‌ কৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৪. অনানুষ্ঠানিক শিক্ষা পৰীক্ষামুখী ।    

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৩৫. অনানুষ্ঠানিক শিক্ষা নব্য সাক্ষৰৰ প্ৰয়ােজনীয়তা পূৰােৱাৰ সহায়ক । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৬. অনানুষ্ঠানিক শিক্ষাই সকলাে প্ৰকাৰৰ শৈক্ষিক প্রয়ােজনীয়তা পূৰণ কৰিব পাৰে ।   

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৭. দূৰৱর্তী শিক্ষা হ’ল এক আওপকীয়া শিক্ষা ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৮. দূৰৱর্তী শিক্ষা হ’ল অনানুষ্ঠানিক শিক্ষা ।

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৯. মুক্ত শিক্ষাৰ একক প্রৱেশ পথ থাকে ।

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪০. সকলাে দূৰৱর্তী শিক্ষা কার্যসূচীৰে মুক্ত শিক্ষাৰ বৈশিষ্ট্য থাকে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪১. মুক্ত নােহােৱাকৈ দূৰৱর্তী শিক্ষা সম্ভৱ ।

উত্তৰঃ অশুদ্ধ ।

C. চমু উত্তৰ দিয়া 

প্রশ্ন ৪২. IGNOU ৰ সম্পূর্ণ নাম কি ? 

উত্তৰঃ IGNOU ৰ সম্পূর্ণ নাম হ’ল– Indira Gandhi National Open University. 

প্রশ্ন ৪৩. আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা এটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষা অনমনীয় কিন্তু অনানুষ্ঠানিক শিক্ষা নমনীয় । 

প্রশ্ন ৪৪. ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা । 

উত্তৰঃ অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় ।

প্রশ্ন ৪৫. অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি ? 

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় । 

প্রশ্ন ৪৬. অনানুষ্ঠানিক শিক্ষা আনুষ্ঠানিকৃত কৰা হৈছে নেকি ? 

উত্তৰঃ হােৱা নাই । 

প্রশ্ন ৪৭. শিক্ষক আৰু শিকাৰুৰ মাজত সম্পর্ক স্থাপন কৰিবলৈ দূৰবর্তী শিক্ষাত ব্যৱহাৰ কৰা পদ্ধতিটোৰ নাম লিখা । 

উত্তৰঃ পৰােক্ষ পদ্ধতি । 

প্রশ্ন ৪৮. বিশ্বৰ বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা । 

উত্তৰঃ চীন দেশৰ টেলিভিছন মুক্ত বিশ্ববিদ্যালয় । 

প্রশ্ন ৪৯. বিশ্বৰ দ্বিতীয় বৃহত্তম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা । 

উত্তৰঃ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ( IGNOU ) । 

প্রশ্ন ৫০. তুমি জনা এখন মুক্ত বিদ্যালয়ৰ নাম লিখা । 

উত্তৰঃ দিল্লী মুক্ত বিশ্ববিদ্যালয় । 

প্রশ্ন ৫১. কোন বছৰত দিল্লী বিশ্ববিদ্যালয়ে যােগাযােগমূলক পাঠ্যক্ৰম আৰম্ভ কৰিছিল ? 

উত্তৰঃ ১৯৬২ চনত । 

প্রশ্ন ৫২. কোনখন দেশে প্রথমে দূৰৱর্তী শিক্ষাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল ? 

উত্তৰঃ ইউৰোপ । 

প্রশ্ন ৫৩. SLM ৰ অর্থ কি ? 

উত্তৰঃ Self Learning Material অর্থাৎ আত্ম শিক্ষণ সঁজুলি । 

প্রশ্ন ৫৪. দূৰৱর্তী শিক্ষাক কোনে দূৰগ্ৰাহী শিক্ষা নাম দিয়ে ? 

উত্তৰঃ ম’ৰে( Moore ) । 

প্রশ্ন ৫৫. যােগাযােগমূলক শিক্ষাত যােগাযােগ মাধ্যম কি ? 

উত্তৰঃ ছপা সামগ্রী , লিখিত টোকা , চিঠি – পত্র ইত্যাদি ।

প্রশ্ন ৫৬. ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয় ? 

উত্তৰঃ ১৯৮৫ চনত । 

প্রশ্ন ৫৭. ভাৰতত যােগাযােগমূলক শিক্ষা কোনে আৰম্ভ কৰে ? 

উত্তৰঃ দিল্লী বিশ্ববিদ্যালয় ।

See Next Page…

7 thoughts on “Class 12 Education Chapter – 2 অনানুষ্ঠানিক শিক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top