Class 12 Biology Important Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ

Class 12 Biology Important Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

১। স্বাস্থ্য বুলিলে কি বুজা?

উত্তৰঃ শাৰীৰিক, মানসিক আৰু সামাজিক দিশত সুস্থ অৱস্থা।

২। সুস্বাস্থ্যৰ বাবে কি প্রয়োজন?

উত্তৰঃ সুস্বাস্থ্যৰ বাবে সন্তুলিত আহাৰ, ব্যায়াম, বিশ্ৰাম, আৰু পৰিষ্কাৰ পৰিৱেশৰ প্রয়োজন।

৩। সংক্রামক ৰোগ কাক বোলে?

উত্তৰঃ যিবোৰ ৰোগ এক জীৱৰ পৰা আন জীৱলৈ সংক্ৰমিত হয় তাক সংক্রামক ৰোগ বোলে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। টাইফয়ড ৰোগ কিহৰ দ্বাৰা সৃষ্টি হয়?

উত্তৰঃ টাইফয়ড ৰোগ চালমোনেলা টাইফি বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়।

৫। নিউম’নিয়া ৰোগৰ লক্ষণ কি?

উত্তৰঃ নিউম’নিয়া ৰোগৰ লক্ষণ হ’ল- কাঁহ, জ্বৰ, মূৰৰ বিষ।

৬। মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা হয়?

উত্তৰঃ মেলেৰিয়া ৰোগ প্লাজম’ডিয়াম নামৰ এককোষী পৰজীৱীৰ দ্বাৰা হয়।

৭। এমিবিয়াছিছ ৰোগৰ লক্ষণ কি কি?

উত্তৰঃ কোষ্ঠকাঠিন্য, পেটৰ বিষ, তেজ থকা বিষ্টা।

৮। পেথোজেন বুলিলে কি বুজা?

উত্তৰঃ ৰোগ সৃষ্টি কৰা ক্ষুদ্ৰ জীৱ যেনে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ।

৯। AIDS ৰ পূৰ্ণ ৰূপ কি?

উত্তৰঃ Acquired Immuno Deficiency Syndrome.

১০। এলাৰ্জি কিয় হয়?

উত্তৰঃ মাষ্ট কোষৰ পৰা নিঃসৃত হিষ্টামাইন আৰু চেব’টনিনৰ বাবে এলাৰ্জি হয়।

১১। স্বাস্থ্যৱান লোক বুলি কাক কোৱা হয়?

উত্তৰঃ শাৰীৰিক, মানসিক আৰু সামাজিক দিশত সুস্থ যিজন ব্যক্তি, তেওঁকে স্বাস্থ্যৱান বুলি কোৱা হয়।

১২। টাইফয়ড ৰোগটো কেনেদৰে বিয়পি যায়?

উত্তৰঃ টাইফয়ড ৰোগটো দুষিত খাদ্য আৰু পানীৰ দ্বাৰা বিয়পি যায়।

১৩। মেলেৰিয়া ৰোগ কিয় ভয়ংকৰ বুলি কোৱা হয়?

উত্তৰঃ মেলেৰিয়া ৰোগ উচ্চ জ্বৰ সৃষ্টি কৰি মৃত্যু পর্যন্ত ঘটাব পাৰে, গতিকে ই ভয়ংকৰ বুলি কোৱা হয়।

১৪। প্লাজম’ডিয়াম ৰোগটোৰ বাহক কোন?

উত্তৰঃ মাইকী এন’ফিলিছ মাখীয়ে প্লাজম’ডিয়াম ৰোগটো বিয়পায় বাবে ই প্লাজম’ডিয়াম ৰোগটোৰ বাহক।

১৫। অসংক্ৰাম্য তন্ত্ৰত থকা প্রাকৃতিক বাধাবোৰ কি কি?

উত্তৰঃ অসংক্ৰাম্য তন্ত্ৰত থকা প্রাকৃতিক বাধাবোৰ হ’ল- ছাল, চকুপানী, শ্লেষ্মা, পাচকৰস, লালতি, শ্বেত ৰক্ত কণিকা আদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top