Class 12 Biology Important Chapter 7 বংশগতি তত্ব আৰু ক্ৰমবিকাশ

Class 12 Biology Important Chapter 7 বংশগতি তত্ব আৰু ক্ৰমবিকাশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 7 বংশগতি তত্ব আৰু ক্ৰমবিকাশ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

১। আদিতে পৃথিৱীত কি কি গেছ উপস্থিত আছিল?

উত্তৰঃ আদিতে পৃথিৱীত মিথেন, বাষ্প, কাৰ্বন-ডাই-অক্সাইড, এম’নিয়া গেছ উপস্থিত আছিল।

২। আদিতে জীৱ কোন পৰিৱেশত আছিল?

উত্তৰঃ আদিতে জীৱ জলীয় পৰিৱেশত আছিল।

৩। বিশেষ সৃষ্টি তত্ত্বই কি কয়?

উত্তৰঃ জীৱ সৃষ্টি একেবাৰে একে ৰূপত হৈছিল আৰু এনে ধৰণে অব্যাহত থাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ডাৰউইন ক’লৈ গৈছিল আৰু কি পাইছিল?

উত্তৰঃ ডাৰউইন গালাপাগ’জ দীপপুঞ্জলৈ গৈছিল আৰু “ডাৰউইনচ্ ফিন্‌চ” পাইছিল।

৫। অনুকূলী বিকিৰণ মানে কি?

উত্তৰঃ অনুকূলী বিকিৰণ মানে হ’ল- একেই উৎসৰ পৰা বিভিন্ন ভৌগোলিক পৰিৱেশত বিভিন্ন প্ৰজাতিৰ ক্ৰমবিকাশ।

৬। উৎপৰিৱৰ্তনৰ ধাৰণা কোনে আগবঢ়াইছিল?

উত্তৰঃ উৎপৰিৱৰ্তনৰ ধাৰণা হুগ ডি ভ্রিচে আগবঢ়াইছিল।

৭। ডাৰউইনৰ মতবাদ কিহৰ ওপৰত আধাৰিত?

উত্তৰঃ ডাৰউইনৰ মতবাদ প্ৰাকৃতিক বিচাৰৰ ওপৰত আধাৰিত।

৮। প্রাকৃতিক নির্বাচন কি?

উত্তৰঃ যি প্ৰক্ৰিয়াত উপযোগী জীৱই অধিক সন্তান উৎপাদন কৰি টিকি থাকে।

৯। মাটিত বাস কৰা প্ৰথম জীৱ কি আছিল?

উত্তৰঃ মাটিত বাস কৰা প্ৰথম জীৱ উদ্ভিদ আছিল।

১০। পানীত বাস কৰা স্তন্যপায়ী দুটাৰ নাম লিখা।

উত্তৰঃ পানীত বাস কৰা স্তন্যপায়ী দুটাৰ নাম হ’ল- তিমিমাছ আৰু ডলফিন।

১১। উৎপৰিৱৰ্তন তত্ত্ব কোনে দিছিল?

উত্তৰঃ উৎপৰিৱৰ্তন তত্ত্ব চালর্ছ ডাৰৱিনে দিছিল।

১২। লেমাৰ্কৰ তত্ত্বৰ মুখ্য বিষয় কি আছিল?

উত্তৰঃ লেমাৰ্কৰ তত্ত্বৰ মুখ্য বিষয় লব্ধ গুণৰ উত্তৰাধিকাৰ আছিল।

১৩। “জীৱৰ পৰা জীৱৰ উৎপত্তি” তত্ব কোনে প্ৰমাণ কৰিছিল?

উত্তৰঃ “জীৱৰ পৰা জীৱৰ উৎপত্তি” তত্ব লুই পেষ্ট্যুৰে প্ৰমাণ কৰিছিল।

১৪। প্ৰথম জীৱৰ উৎপত্তি বিষয়ে কোনে পৰীক্ষা কৰিছিল?

উত্তৰঃ প্ৰথম জীৱৰ উৎপত্তি বিষয়ে মিলাৰ আৰু ইউৰে পৰীক্ষা কৰিছিল।

১৫। সমসংস্থ অংগ কাক বোলে?

উত্তৰঃ যি অংগবোৰ উৎপত্তিগতভাৱে একে কিন্তু কাৰ্যত ভিন্ন, তেনেকুৱা অংগক সমসংস্থ অংগ বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top