Class 12 Biology Important Chapter 6 বংশগতিৰ আণৱিক আধাৰ

Class 12 Biology Important Chapter 6 বংশগতিৰ আণৱিক আধাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 6 বংশগতিৰ আণৱিক আধাৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION AND ANSWER

১। নিউক্লিক এছিড কি?

উত্তৰঃ DNA আৰু RNA হৈছে নিউক্লিক এছিড।

২। নিউক্লিক এছিডৰ একক কি?

উত্তৰঃ নিউক্লিক এছিডৰ একক হ’ল- নিউক্লিঅ’টাইড।

৩। DNA পূৰ্ণ ৰূপটো কি?

উত্তৰঃ DNA পূৰ্ণ ৰূপটো হ’ল- Deoxyribonucleic Acid.

৪। RNA পূৰ্ণ ৰূপটো কি?

উত্তৰঃ RNA পূৰ্ণ ৰূপটো হ’ল- Ribonucleic Acid.

৫। DNA-ত কি ধৰণৰ ক্ষাৰক থাকে?

উত্তৰঃ DNA-ত A (Adenine), G (Guanine), C (Cytosine), T (Thymine) ধৰণৰ ক্ষাৰক থাকে।

৬। RNA-ত Thymine-ৰ ঠাইত কোন ক্ষাৰক থাকে?

উত্তৰঃ RNA-ত Thymine-ৰ ঠাইত Uracil (U) ক্ষাৰক থাকে।

৭। DNA-ৰ আকৃতি কি?

উত্তৰঃ দ্বি-সর্পিল (double helix)।

৮। mRNA-ৰ কাৰ্য কি?

উত্তৰঃ DNA-ৰ সংকেত চিটিং (copy) কৰি ৰিব’জ’মলৈ লৈ যায়।

৯। tRNA-ৰ কাৰ্য কি?

উত্তৰঃ এমিন’এছিড বহন কৰি mRNA-ৰ সংকেত অনুসৰি ৰিব’জ’মত প্ৰ’টিন গঠনত সহায় কৰে।

১০। জিন কি?

উত্তৰঃ জিন হ’ল DNA-ৰ এটা অংশ যি প্ৰ’টিন নিৰ্দেশ দিয়ে।

১১। (Codon) সংকেত ক’ত পোৱা যায়?

উত্তৰঃ (Codon) সংকেত mRNA-ত পোৱা যায়।

১২। এটা এয়ী (Codon) সংকেতত কেইটা ক্ষাৰক থাকে?

উত্তৰঃ এটা এয়ী (Codon) সংকেতত তিনিটা ক্ষাৰক থাকে।

১৩। DNA-ৰ গঠন প্ৰথমে কোনে জনাইছিল?

উত্তৰঃ DNA-ৰ গঠন প্ৰথমে ৱাটছন আৰু ক্ৰিক (Watson and Crick)এ জনাইছিল।

১৪। DNA-ত ক্ষাৰকবোৰ কিহেৰে জোড়া হয়?

উত্তৰঃ DNA-ত ক্ষাৰকবোৰ A-T আৰু G-C ৰে জোড়া হয়।

১৫। DNA ক’ত পোৱা যায়?

উত্তৰঃ DNA কোষকেন্দ্ৰত পোৱা যায়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top