Class 11 Geography MCQ Chapter 9 মাটি অথবা মৃত্তিকা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 9 মাটি অথবা মৃত্তিকা and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 9 মাটি অথবা মৃত্তিকা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.
মাটি অথবা মৃত্তিকা
Chapter: 9
| তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা |
১। মাটি গঠনৰ প্ৰথম ধাপটো কি?
(ক) উৰ্বৰতা বৃদ্ধি।
(খ) শস্য উৎপাদন।
(গ) বিচূর্ণীভৱন।
(ঘ) উদ্ভিদ বৃদ্ধিৰ অনুকূলতা।
উত্তৰঃ (গ) বিচূর্ণীভৱন।
২। মাটিৰ জুলীয়া উপাদান কি?
(ক) বায়ু।
(খ) পানী।
(গ) শিল।
(ঘ) তেল।
উত্তৰঃ (খ) পানী।
৩। মাটি গঠনৰ এটি গঠনকাৰক নহয়—
(ক) জলবায়ু।
(খ) সময়।
(গ) মূল শিল।
(ঘ) বিদ্যুৎ।
উত্তৰঃ (ঘ) বিদ্যুৎ।
৪। উদ্ভিদ আৰু জীৱাণুৰ সংযোগ ক’ত হয়?
(ক) বায়ুমণ্ডলত।
(খ) নদীত।
(গ) ভূ-পৃষ্ঠত।
(ঘ) পাহাৰত।
উত্তৰঃ (গ) ভূ-পৃষ্ঠত।
৫। মাটিৰ দানাৰ আকাৰক কি বোলে?
(ক) টেক্সচাৰ।
(খ) গঠন।
(গ) শিলতা।
(ঘ) গভীৰতা।
উত্তৰঃ (ক) টেক্সচাৰ।
৬। মাটি গঠনৰ প্রধান জৈৱ উপাদান কি?
(ক) খনিজ তেল।
(খ) প্লাষ্টিক।
(গ) হিউমাছ।
(ঘ) বৰফ।
উত্তৰঃ (গ) হিউমাছ।
৭। মাটি গঠনত হিউমিফিকেশান মানে কি?
(ক) পানীৰ বাষ্পীভৱন।
(খ) লৱণীকৰণ।
(গ) হিউমিক এছিডৰ সৃষ্টি।
(ঘ) তাপীয় বিক্ৰিয়া।
উত্তৰঃ (গ) হিউমিক এছিডৰ সৃষ্টি।
৮। মাটিৰ উৎপত্তি আৰু পৰৱৰ্তী কালত ঘটা বিৱৰ্তনৰ সমুদায় কার্যক্রমণিকাক কি বোলে?
(ক) মাটিৰ গঠন।
(খ) মাটিৰ সংযুক্তি।
(গ) জুলীয়া উৎপাদন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) মাটিৰ গঠন।
৯। মাটি গঠন সম্পৰ্কীয় অধ্যয়নক কি বোলা হয়?
(ক) ভূগোল।
(খ) জৈৱবিদ্যা।
(গ) মৃত্তিকা বিজ্ঞান।
(ঘ) উদ্ভিদ বিজ্ঞান।
উত্তৰঃ (গ) মৃত্তিকা বিজ্ঞান।
১০। মাটি গঠন প্ৰক্ৰিয়াৰ অন্তিম ফলাফল কি?
(ক) বৰষুণ।
(খ) উৰ্বৰ মাটি।
(গ) শিল।
(ঘ) বালি।
উত্তৰঃ (খ) উৰ্বৰ মাটি।
১১। সেউজীয়া উদ্ভিদে মাটিত কি বৃদ্ধি কৰে?
(ক) লৱণ।
(খ) গেছ।
(গ) জৈৱ পদাৰ্থ।
(ঘ) শিল।
উত্তৰঃ (গ) জৈৱ পদাৰ্থ।
১২। তলৰ কোনটো উপাদানৰ অভাৱত মাটিত ৰাসায়নিক বিক্ৰিয়া বন্ধ হয়?
(ক) বালি।
(খ) পানী।
(গ) শিল।
(ঘ) লোৱা।
উত্তৰঃ (খ) পানী।
১৩। ধৌত প্ৰক্ৰিয়াৰে ধুৱাই নিয়া মাটিৰ উপাদানবোৰ একেখিনি মাটিৰে গভীৰ অৱস্থানৰ আন এটা স্তৰত জমা হোৱা কাৰ্যক কি বোলে?
(ক) পৈণত মাটি।
(খ) নাইট্ৰ’জেনৰ ধাৰণ কাৰ্য।
(গ) জলবায়ু।
(ঘ) বিনিক্ষেপণ।
উত্তৰঃ (ঘ) বিনিক্ষেপণ।
১৪। জীৱৰ আবাদী তথা বিচৰণক্ষেত্ৰ হোৱাৰ ফলত পূৰ্বৰ অজৈৱ স্তৰটোত কি ঘটে?
(ক) লৱণিকৰণ।
(খ) পৈণত মাটি।
(গ) জৈৱ পদাৰ্থৰ সংযোগ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) জৈৱ পদাৰ্থৰ সংযোগ।
১৫। মজলীয়া ঢালৰ কিমান ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰীলৈ ভূ-পৃষ্ঠত উপৰিভাগৰ খননকাৰ্য আৰু মাটিৰ গঠন প্ৰক্ৰিয়াৰ ভাৰসাম্য অটুট থাকে?
(ক) ৩°-১০° লৈ।
(খ) ৪°-২০° লৈ।
(গ) ৫°-৩০° লৈ।
(ঘ) ৪°-৬০° লৈ।
উত্তৰঃ (ক) ৩°-১০° লৈ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

