SEBA Class 7 Social Science MCQ Chapter 5 মানৱ সৃষ্ট পৰিৱেশ Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 5 মানৱ সৃষ্ট পৰিৱেশ Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 5 মানৱ সৃষ্ট পৰিৱেশ
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
মানৱ সৃষ্ট পৰিৱেশ
Chapter – 5
ভূগোল খণ্ড
MCQ |
১। শৰাইঘাট দলং কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
(i) গংগা।
(ii) ব্রহ্মপুত্র।
(iii) যমুনা।
(iv) কাবেৰী।
উত্তৰঃ (ii) ব্রহ্মপুত্র।
২। কোন দেশত প্ৰাকৃতিক সম্পদত তুলনামূলকভাৱে অধিক নাই কিন্তু উন্নত প্রযুক্তিৰ বাবে উন্নত?
(i) ভাৰত।
(ii) চীন।
(iii) জাপান।
(iv) আমেৰিকা।
উত্তৰঃ (iii) জাপান।
৩। মানৱ সম্পদ উন্নয়ন কেনেকৈ কৰা হয়?
(i) প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰে কৰি।
(ii) আৰ্থিক সুবিধা প্রদান কৰি।
(iii) সীমান্তৰ সুৰক্ষা নিশ্চিত কৰি।
(iv) নাগৰিকসকলক উন্নত মানৰ শিক্ষা প্রদান কৰি।
উত্তৰঃ (iv) নাগৰিকসকলক উন্নত মানৰ শিক্ষা প্রদান কৰি।
৪। মানৰ সম্পদ উন্নয়ন মন্ত্রণালয়ৰ দায়িত্ব কি?
(i) মানৱ সম্পদৰ উন্নয়ন।
(ii) শাসনতন্ত্ৰৰ উন্নয়ন।
(iii) প্ৰাকৃতিক সম্পদৰ সুৰক্ষা।
(iv) অৰ্থনৈতিক উন্নয়ন।
উত্তৰঃ (i) মানৱ সম্পদৰ উন্নয়ন।
৫। জনসংখ্যাৰ বৃদ্ধি হোৱা দেশৰ মানৱ সম্পদৰ উন্নয়ন কেনেকৈ নিশ্চিত কৰিব পাৰি?
(i) কেৱল শিক্ষা বৃদ্ধি কৰি।
(ii) জনসংখ্যা নিয়ন্ত্ৰণ কৰা।
(iii) উৎপাদনমুখী কামৰ যোগ্য কৰি।
(iv) খাদ্যৰ উৎপাদন বৃদ্ধি কৰি।
উত্তৰঃ (iii) উৎপাদনমুখী কামৰ যোগ্য কৰি।
৬। ঠাই এখনৰ ভূ-প্রাকৃতিক গঠনে মানুহৰ বসতি বিস্তাৰৰ ওপৰত কি প্ৰভাৱ বিস্তাৰ কৰে?
(i) খাদ্য উৎপাদন।
(ii) বসতিৰ বিতৰণ।
(iii) জলবায়ু পৰিবৰ্তন।
(iv) পৰিবহণ ব্যৱস্থা।
উত্তৰঃ (ii) বসতিৰ বিতৰণ।
৭। চীনৰ কোন নদীৰ উপত্যকাত ঘন বসতি দেখা যায়?
(i) হোৱাংহো।
(ii) ইৰাৱতী।
(iii) পদ্মা।
(iv) সিন্ধু।
উত্তৰঃ (i) হোৱাংহো।
৮। ভাৰতৰ ঘন বসতিপূর্ণ নদী উপত্যকাৰ কোনটো অন্তৰ্ভুক্ত?
(i) ৰাইন।
(ii) ইয়াংচিকিয়াং।
(iii) সিন্ধু।
(iv) ডানিয়ুৱ।
উত্তৰঃ (iii) সিন্ধু।
৯। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকা কেনেকুৱা মাটিৰে গঠিত?
(i) শিলাময়।
(ii) পলসুৱা।
(iii) কঁকাল।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) পলসুৱা।
১০। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাৰ মানুহৰ মুখ্য জীৱিকা কি?
(i) মাছ ধৰা।
(ii) শিল্প।
(iii) পৰ্যটন।
(iv) কৃষি।
উত্তৰঃ (iv) কৃষি।
১১। কোন মাহবোৰৰ সময়ছোৱাত জলবায়ু শুকান হৈ থাকে আৰু উষ্ণতা বৃদ্ধি পায়?
(i) জানুৱাৰী-ফেব্ৰুৱাৰী।
(ii) এপ্ৰিল-জুন।
(iii) জুলাই-ছেপ্তেম্বৰ।
(iv) অক্টোবৰ-ডিচেম্বৰ।
উত্তৰঃ (ii) এপ্ৰিল-জুন।
১২। ‘জায়দ’ শ্ৰেণীৰ শস্যৰ খেতি সাধাৰণতে কেনেকৈ কৰা হয়?
(i) বৰষুণৰ পানীয়ে।
(ii) জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে।
(iii) সৰৱীয়া নদীৰ পানীয়ে।
(iv) কুঁৱাৰ পানীয়ে।
উত্তৰঃ (ii) জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে।
১৩। অসমত মৌচুমী জলবায়ুৰ প্ৰভাৱত কি হয়?
(i) কম বৃষ্টিপাত হয়।
(ii) যথেষ্ট বৃষ্টিপাত হয়।
(iii) একেবাৰে বৃষ্টিপাত নোহোৱা।
(iv) অতি কম বৃষ্টিপাত হয়।
উত্তৰঃ (ii) যথেষ্ট বৃষ্টিপাত হয়।
১৪। খাৰিফ শস্যৰ খেতি কোন মাহত আৰম্ভ হয়?
(i) জানুৱাৰী-ফেব্ৰুৱাৰী।
(ii) এপ্ৰিল-মে।
(iii) জুলাই-আগষ্ট।
(iv) ছেপ্তেম্বৰ-অক্টোবৰ।
উত্তৰঃ (ii) এপ্ৰিল-মে’।
১৫। ৰবি শস্য কোনখন শস্যৰ অন্তৰ্ভুক্ত নহয়?
(i) আহুধান।
(ii) সৰিয়হ।
(iii) শালি ধান।
(iv) ঘেঁহু।
উত্তৰঃ (iii) শালি ধান।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.