SEBA Class 7 Social Science MCQ Chapter 18 আমাৰ চৌপাশৰ বজাৰ Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 18 আমাৰ চৌপাশৰ বজাৰ Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 18 আমাৰ চৌপাশৰ বজাৰ
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
আমাৰ চৌপাশৰ বজাৰ
Chapter – 18
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
MCQ |
১। বজাৰ’ বুলিলে সাধাৰণতে কিহক বুজোৱা হয়?
(i) এটা নিৰ্দিষ্ট ঠাই য’ত গ্রাহক আৰু বিক্রেতা পৰস্পৰ মুখামুখি হয়।
(ii) এটা অৱস্থিত ঠাই য’ত মুদ্ৰা বিনিময় কৰা হয়।
(iii) এটা স্থায়ী ঠাই য’ত মুদ্ৰা বিনিময় কৰা নহয়।
(iv) এটা স্থায়ী স্থান য’ত কেৱল শাক-পাচলি মাত্ৰ বিক্ৰী হয়।
উত্তৰঃ (i) এটা নিৰ্দিষ্ট ঠাই য’ত গ্রাহক আৰু বিক্রেতা পৰস্পৰ মুখামুখি হয়।
২। প্ৰাচীন কালত মুদ্রা বা টকা-পইচাৰ প্ৰচলন নাথাকিলে কি প্ৰথাৰ দ্বাৰা সামগ্ৰী বিনিময় কৰা হৈছিল?
(i) বজাৰ।
(ii) বিনিময় প্রথা।
(iii) ঋণ প্ৰথা।
(iv) দান প্ৰথা।
উত্তৰঃ (ii) বিনিময় প্রথা।
৩। আমাৰ বিহু কেইটা?
(i) তিনিটা।
(ii) চাৰিটা।
(iii) পাঁচটা।
(iv) দুটা।
উত্তৰঃ (i) তিনিটা।
৪। মানুহে উৎপাদন কৰা সামগ্ৰীৰ যি অংশ ভোগ কৰাৰ পিছত ৰৈ যায় তাক কি বুলি কোৱা হয়?
(i) ৰাহি সামগ্ৰী।
(ii) মুদ্রা।
(iii) বিনিময় সামগ্ৰী।
(iv) প্ৰয়োজনীয় সামগ্ৰী।
উত্তৰঃ (i) ৰাহি সামগ্ৰী।
৫। যিকোনো এটা নির্দিষ্ট বস্তু যি বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্রহণ কৰে, তাক কি বোলা হয়?
(i) ৰাহি সামগ্ৰী।
(ii) বস্তু দ্রব্য।
(iii) মুদ্রা।
(iv) বিনিময় সামগ্ৰী।
উত্তৰঃ (iii) মুদ্রা।
৬। ‘স্থায়ী বজাৰ’ বুলিলে কি বুজোৱা হয়?
(i) সপ্তাহৰ এক নিৰ্দিষ্ট দিনত খোলা থাকে।
(ii) সপ্তাহৰ সকলো দিনত খোলা থাকে।
(iii) দিনৰ এক নিৰ্দিষ্ট সময়ত খোলা থাকে।
(iv) বছৰৰ কেৱল এক মাহৰ সময়ত খোলা থাকে।
উত্তৰঃ (ii) সপ্তাহৰ সকলো দিনত খোলা থাকে।
৭। স্থায়ী দোকান-বজাৰবোৰ সাধাৰণতে কিমান দিন বন্ধ থাকে?
(i) সপ্তাহৰ ১ দিন।
(ii) সপ্তাহৰ ২ দিন।
(iii) সপ্তাহৰ ৩ দিন।
(iv) সপ্তাহৰ ৪ দিন।
উত্তৰঃ (i) সপ্তাহৰ ১ দিন।
৮। ‘বজাৰ’ সাধাৰণতে কিদৰে পৰিচালিত হয়?
(i) সপ্তাহত ৩ দিন।
(ii) দিনৰ নিৰ্দিষ্ট সময়ত।
(iii) বছৰৰ সৰ্বসাধাৰণ সময়ত।
(iv) মাহত ২৬ দিন।
উত্তৰঃ (ii) দিনৰ নিৰ্দিষ্ট সময়ত।
৯। বিনিময় প্ৰথা কি?
(i) এজনে আনজনৰ লগত ভাতৃত্ববোধ সম্পৰ্ক ৰখা।
(ii) সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।
(iii) মুদ্ৰা ব্যৱহাৰ কৰি সামগ্ৰী বিনিময় কৰা হয়।
(iv) সামগ্ৰী বা সৰ্বোচ্চ ব্যৱস্থা বিনিময় কৰা হয়।
উত্তৰঃ (ii) সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।
১০। খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰীবোৰ কি কৰে?
(i) আদান-প্ৰদান কৰে।
(ii) ক্ৰয় কৰে।
(iii) সলনি কৰে।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) ক্ৰয় কৰে।
১১। পাইকাৰী বিক্ৰেতাই কেনেকুৱা সামগ্ৰী একেলগে সৰহসংখ্যক কিনে?
(i) বেলেগ ধৰণৰ।
(ii) একেধৰণৰ।
(iii) অধিক মূল্য দি আনিব লগা সামগ্ৰী।
(iv) কম মূল্য দিব লাগে।
উত্তৰঃ (ii) একেধৰণৰ।
১২। গাঁৱৰ সৰহসংখ্যক মানুহে কি ধৰণৰ সামগ্ৰী সাপ্তাহিক বজাৰত বিক্ৰী কৰে?
(i) কৃষিজাত সামগ্ৰী আৰু পশুসম্পদ।
(ii) মুদ্ৰা।
(iii) পেট্রোল আৰু গেছ।
(iv) বৈদ্যুতিক সামগ্ৰী।
উত্তৰঃ (i) কৃষিজাত সামগ্ৰী আৰু পশুসম্পদ।
১৩। সাপ্তাহিক বজাৰত কেনেকৈ গ্ৰাহকে বস্তুৰ দৰ-দাম নিৰ্ধাৰণ কৰে?
(i) একে দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰে।
(ii) একে বস্তুৰ দাম বিভিন্ন দোকানৰ পৰা চাই।
(iii) শুধুমাত্র একেই দোকানৰ পৰা বস্তু ক্ৰয় কৰি।
(iv) নিজে দাম নিৰ্ধাৰণ কৰে।
উত্তৰঃ (ii) একে বস্তুৰ দাম বিভিন্ন দোকানৰ পৰা চাই।
১৪। বিনিময় প্ৰথাত কি কৰা হয়?
(i) মুদ্রাৰ মাধ্যমে সামগ্ৰী বিনিময় কৰা হয়।
(ii) সামগ্ৰী সলনি কৰাৰ মাধ্যমে বিনিময় কৰা হয়।
(iii) সেৱা বিনিময় কৰা হয়।
(iv) মুদ্রাৰ বাহিৰে কোনোধৰণৰ বিনিময় কৰা হয়।
উত্তৰঃ (ii) সামগ্ৰী সলনি কৰাৰ মাধ্যমে বিনিময় কৰা হয়।
১৫। মুদ্রা কাক কোৱা হয়?
(i) সামগ্ৰী বিনিময়ৰ বাবে ব্যৱহৃত কোনো বস্তু।
(ii) সকলোৰে দ্বাৰা গ্ৰহণ কৰা যিকোনো নির্দিষ্ট যন্ত্র বা দ্রব্য।
(iii) বজাৰত ব্যৱহৃত হয়।
(iv) দৈনিক বজাৰৰ দাম।
উত্তৰঃ (ii) সকলোৰে দ্বাৰা গ্ৰহণ কৰা যিকোনো নির্দিষ্ট যন্ত্র বা দ্রব্য।