SEBA Class 7 Social Science MCQ Chapter 16 মোগল ৰাজত্ব কালত Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 16 মোগল ৰাজত্ব কালত Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 16 মোগল ৰাজত্ব কালত
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
মোগল ৰাজত্ব কালত
Chapter – 16
ইতিহাস খণ্ড
MCQ |
১। ভাৰতবৰ্ষত মোগলসকলৰ শাসনকাল কিমান সময়লৈ চলিছিল?
(i) ১২০৬ খ্ৰীঃ-১৩২০ খ্ৰীঃ।
(ii) ১৩২০ খ্ৰীঃ-১৫২৬ খ্ৰীঃ।
(iii) ১৫২৬ খ্ৰীঃ-১৮৫৭ খ্ৰীঃ।
(iv) ১৮৫৭ খ্ৰীঃ-১৯৪৭ খ্ৰীঃ।
উত্তৰঃ (iii) ১৫২৬ খ্ৰীঃ-১৮৫৭ খ্ৰীঃ।
২। কেতিয়া মোগল শাসনৰ শ্ৰেষ্ঠত্বৰ পতন ঘটে?
(i) ১৬৫৮ খ্ৰীঃ।
(ii) ১৭০৭ খ্ৰীঃ।
(iii) ১৮৫৭ খ্ৰীঃ।
(iv) ১৯৪৭ খ্ৰীঃ।
উত্তৰঃ (ii) ১৭০৭ খ্ৰীঃ।
৩। মোগল সম্ৰাট ঔৰঙ্গজেৱৰ মৃত্যুৰ পিছত মোগল শাসনৰ কি অৱস্থা হৈছিল?
(i) শক্তিশালী হৈ পৰিছিল।
(ii) পুনৰ অৱস্থান পেলাইছিল।
(iii) দুর্বল হৈ পৰিছিল।
(iv) নতুন সম্ৰাট এলেহা।
উত্তৰঃ (iii) দুর্বল হৈ পৰিছিল।
৪। কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ মোগলসকল ভাৰতবৰ্ষত নামতহে শাসক আছিল?
(i) ১৭০৭ খ্রীঃৰ পৰা ১৮৫৭ খ্রীঃলৈ।
(ii) ১৭০৮ খ্রীঃৰ পৰা ১৮৪৫ খ্রীঃলৈ।
(iii) ১৭১১ খ্রীঃৰ পৰা ১৮৫৮ খ্রীঃলৈ।
(iv) ১৭০৪ খ্রীঃৰ পৰা ১৮৮৮ খ্রীঃলৈ।
উত্তৰঃ (i) ১৭০৭ খ্রীঃৰ পৰা ১৮৫৭ খ্রীঃলৈ।
৫। পাণিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
(i) ১৫২৬ খ্ৰীঃ।
(ii) ১৫২৭ খ্ৰীঃ।
(iii) ১৫২৯ খ্ৰীঃ।
(iv) ১৫৩০ খ্ৰীঃ।
উত্তৰঃ (i) ১৫২৬ খ্ৰীঃ।
৬। পাণিপথৰ প্ৰথম যুদ্ধত কাক পৰাস্ত কৰি দিল্লী হস্তগত কৰিছিল?
(i) গিয়াছুদ্দিন বলবান।
(ii) ইব্রাহিম লোডী।
(iii) আলাউদ্দিন খিলজি।
(iv) কুতুবুদ্দিন আইবাক।
উত্তৰঃ (ii) ইব্রাহিম লোডী।
৭। পাণিপথৰ যুদ্ধৰ পিছত কিমান দিনৰ ভিতৰত মেৱাৰৰ ৰাণা সংগ্রাম সিংহক পৰাস্ত কৰে?
(i) ১৫২৬ খ্ৰীঃ।
(ii) ১৫২৭ খ্ৰীঃ।
(iii) ১৫২৮ খ্ৰীঃ।
(iv) ১৫২৯ খ্ৰীঃ।
উত্তৰঃ (ii) ১৫২৭ খ্ৰীঃ।
৮। ১৫২৯ খ্ৰীঃত বাবৰে কাক পৰাস্ত কৰি বিহাৰ দখল কৰিছিল?
(i) মুগলসকল।
(ii) বিহাৰৰ আফগানসকল।
(iii) মাৰাঠাসকল।
(iv) সিংহলসকল।
উত্তৰঃ (ii) বিহাৰৰ আফগানসকল।
৯। ছেৰছাহৰ জন্ম কেতিয়া হৈছিল?
(i) ১৪৭০ খ্ৰীঃ।
(ii) ১৪৭২ খ্ৰীঃ।
(iii) ১৪৭৫ খ্ৰীঃ।
(iv) ১৪৮০ খ্ৰীঃ।
উত্তৰঃ (ii) ১৪৭২ খ্ৰীঃ।
১০। ছেৰছাহে কিহৰ নামৰ সৈতে দিল্লীৰ চুলতান হৈছিল?
(i) শূৰবংশ।
(ii) টোগলক বংশ।
(iii) খিলিজি বংশ।
(iv) মোগল বংশ।
উত্তৰঃ (i) শূৰবংশ।
১১। কিমান খ্ৰীঃত ছেৰছাহে চৌচাৰ যুদ্ধত হুমায়ুনক পৰাস্ত কৰিছিল?
(i) ১৫৩৩ খ্ৰীঃত।
(ii) ১৫৩৫ খ্ৰীঃত।
(iii) ১৫৩৯ খ্ৰীঃত।
(iv) ১৫২৪ খ্ৰীঃত।
উত্তৰঃ (iii) ১৫৩৯ খ্ৰীঃত।
১২। ছেৰছাহৰ শাসনকালত কোন মুদ্রাৰ প্ৰচলন হৈছিল?
(i) সিক্কা।
(ii) টাক।
(iii) ৰূপী।
(iv) চাঁদী।
উত্তৰঃ (iii) ৰূপী।
১৩। ছেৰছাহৰ শাসনকালৰ কীৰ্তি কোনটো আছিল?
(i) পঞ্চমহল নির্মাণ।
(ii) গ্রেণ্ড ট্রাংক ৰোড নির্মাণ।
(iii) বুলন্দ দৰৱাজা নিৰ্মাণ।
(iv) সিক্কা মুদ্রা প্ৰচলন।
উত্তৰঃ (ii) গ্রেণ্ড ট্রাংক ৰোড নির্মাণ।
১৪। মোগল সম্রাটসকলৰ শাসনৰ বিৰুদ্ধে কি হ’ব নোৱাৰিছিল?
(i) প্রতিবাদ।
(ii) বিদ্রোহ।
(iii) সিংহাসন দখল।
(iv) পৃষ্ঠপোষকতা।
উত্তৰঃ (ii) বিদ্রোহ।
১৫। মোগল সম্রাটক পৰামৰ্শ দিবলৈ কি আছিল?
(i) মন্ত্রীসভা।
(ii) ৰাজ সভা।
(iii) সেনা বাহিনী।
(iv) বিচাৰব্যৱস্থা।
উত্তৰঃ (ii) ৰাজ সভা।