SEBA Class 7 Social Science MCQ Chapter 14 মধ্যযুগত ভাৰতবর্ষ Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 14 মধ্যযুগত ভাৰতবর্ষ Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 14 মধ্যযুগত ভাৰতবর্ষ
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
মধ্যযুগত ভাৰতবর্ষ
Chapter – 14
ইতিহাস খণ্ড
| MCQ |
১। ভাৰতবৰ্ষৰ ইতিহাস কিমানটা যুগত ভাগ কৰা হৈছে?
(i) দুটা।
(ii) চাৰিটা।
(iii) তিনিটা।
(iv) পঞ্চটা।
উত্তৰঃ (iii) তিনিটা।
২। কোন যুগৰ পৰা চুলতানসকলৰ আগমনৰ আগলৈকে ‘প্রাচীন যুগ’ বুলি কোৱা হয়?
(i) মধ্যযুগ।
(ii) আধুনিক যুগ।
(iii) হিন্দু যুগ।
(iv) প্রাগৈতিহাসিক যুগ।
উত্তৰঃ (iv) প্রাগৈতিহাসিক যুগ।
৩। কোনজন তুর্কী ক্রীতদাস বিষয়াই গজনীত ৰাজ্য স্থাপন কৰিছিল?
(i) আলপ্তগীন।
(ii) মহম্মদ গজনী।
(iii) চুলতান মামুদ।
(iv) ওমৰ খলিফা।
উত্তৰঃ (i) আলপ্তগীন।
৪। চুলতান মামুদ গজনীৰ সিংহাসনত কেতিয়া বহিছিল?
(i) ১০০০ খ্ৰীষ্টাব্দত।
(ii) ৯৯৮ খ্ৰীষ্টাব্দত।
(iii) ১০২৭ খ্ৰীষ্টাব্দত।
(iv) ১১৮৯ খ্ৰীষ্টাব্দত।
উত্তৰঃ (ii) ৯৯৮ খ্ৰীষ্টাব্দত।
৫। চুলতান মামুদে মুঠ কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?
(i) ১০ বাৰ।
(ii) ১৫ বাৰ।
(iii) ১৭ বাৰ।
(iv) ২০ বাৰ।
উত্তৰঃ (iii) ১৭ বাৰ।
৬। ঘোৰ ৰাজ্যৰ শাসনকর্তা কোন আছিল?
(i) চাহাবুদ্দিন।
(ii) গিয়াছুদ্দিন।
(iii) পৃথ্বীৰাজ চৌহানম।
(iv) আলাউদ্দিন খিলজি।
উত্তৰঃ (ii) গিয়াছুদ্দিন।
৭। মহম্মদ ঘোৰী কোন নামেৰে পৰিচিত?
(i) চুলতান মামুদ।
(ii) চাহাবুদ্দিন।
(iii) পৃথ্বীৰাজ চৌহান।
(iv) গিয়াছুদ্দিন।
উত্তৰঃ (ii) চাহাবুদ্দিন।
৮। মহম্মদ ঘোৰীয়ে কেতিয়া পঞ্জাৱ দখল কৰিছিল?
(i) ১১৯১ খ্ৰীষ্টাব্দ।
(ii) ১০২৭ খ্ৰীষ্টাব্দ।
(iii) ১০০০ খ্ৰীষ্টাব্দ।
(iv) ১১৮৯ খ্ৰীষ্টাব্দ।
উত্তৰঃ (iv) ১১৮৯ খ্ৰীষ্টাব্দ।
৯। ঔৰংগজেৱৰ মৃত্যুৰ পিছত মোগল সাম্রাজ্য কেনেকোৱা পৰিস্থিতি হ’বলৈ ধৰিছিল?
(i) বিকাশ হ’বলৈ ধৰিছিল।
(ii) স্থিতিশীল হৈ আছিল।
(iii) পতনমুখী হ’বলৈ ধৰিছিল।
(iv) শক্তিশালী হ’বলৈ ধৰিছিল।
উত্তৰঃ (iii) পতনমুখী হ’বলৈ ধৰিছিল।
১০। মোগল সাম্রাজ্যৰ শেষ সম্রাটজন কোন আছিল?
(i) ঔৰংগজেৱ।
(ii) আকবৰ।
(iii) হুমায়ুন।
(iv) দ্বিতীয় বাহাদুৰ ছাহ।
উত্তৰঃ (iv) দ্বিতীয় বাহাদুৰ ছাহ।
১১। তুর্কী-চুলতান আৰু মোগল বাদছাহসকলৰ দিনত নিৰ্মাণ কৰা উল্লেখযোগ্য বস্তুবোৰৰ ভিতৰত কোনবোৰ অন্তৰ্ভুক্ত?
(i) অট্টালিকা আৰু বাগিচা।
(ii) মছজিদ আৰু স্মৃতি সৌধসমূহ।
(iii) বাঁহী আৰু বাদ্যযন্ত্র।
(iv) বুৰঞ্জী আৰু কাব্য।
উত্তৰঃ (ii) মছজিদ আৰু স্মৃতি সৌধসমূহ।
১২। কোন সম্রাটৰ পৃষ্ঠপোষকতাত মছজিদটো নিৰ্মাণ কৰা হৈছিল?
(i) আকবৰ।
(ii) ঔৰংগজেৱ।
(iii) বাবৰ।
(iv) ছাহজাহান।
উত্তৰঃ (iv) ছাহজাহান।
১৩। মধ্যযুগত প্ৰত্নতাত্বিক সমলবোৰৰ ভিতৰত কিহক নির্ভৰযোগ্য সমল হিচাপে গণ্য কৰা হৈছে?
(i) স্থাপত্য।
(ii) মুদ্ৰা।
(iii) সাহিত্য।
(iv) চিত্ৰকলা।
উত্তৰঃ (ii) মুদ্ৰা।
১৪। কোন চুলতানে মুদ্রাত নিজৰ নাম খোদিত কৰাইছিল?
(i) ছাহজাহান।
(ii) আলাউদ্দিন খিলিজি।
(iii) আকবৰ।
(iv) মহম্মদ বিন টোগলক।
উত্তৰঃ (ii) আলাউদ্দিন খিলিজি।
১৫। মহম্মদ বিন টোগলকে কোন ধৰণৰ মুদ্ৰা প্রচলন কৰিছিল?
(i) সোণ আৰু ৰূপ।
(ii) সোণ, ৰূপ, আৰু তাম।
(iii) সোণ, ৰূপ, আৰু ব্রোঞ্জ।
(iv) ব্রোঞ্জ।
উত্তৰঃ (iv) ব্রোঞ্জ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

