SEBA Class 7 Social Science MCQ Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 12 গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Chapter – 12
ইতিহাস খণ্ড
MCQ |
১। গুপ্ত যুগক ভাৰতবৰ্ষৰ ইতিহাসক কি বুলি আখ্যা দিয়া হয়?
(i) সোনালী যুগ।
(ii) সোণালী যুগ।
(iii) ওপৰৰ দুটাই শুদ্ধ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) সোণালী যুগ।
২। প্ৰথম চন্দ্ৰগুপ্ত কি উপাধি গ্ৰহণ কৰিছিল?
(i) মহাৰাজাধিৰাজ।
(ii) মৰাহাজাধিৰাজ।
(iii) স্বৰ্গদেউ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (i) মহাৰাজাধিৰাজ।
৩। গুপ্ত বংশৰ পতনৰ পিছত কৌশলৰ ৰাজধানী কোনখন আছিল?
(i) পাটলিপুত্ৰ।
(ii) কনৌজ।
(iii) মগধ।
(iv) পৃথ্বিপাল।
উত্তৰঃ (ii) কনৌজ।
৪। গুপ্তযুগৰ পৰৱৰ্তী ভাৰতত কোন বংশৰ পৰা ‘নলন্দা মহাবিহাৰ’ৰ উন্নতি হৈছিল?
(i) পল্লৱ।
(ii) গুপ্ত।
(iii) পাল।
(iv) চালুক্য।
উত্তৰঃ (iii) পাল।
৫। কোনে দক্ষিণ ভাৰতত ‘বদ্ৰকালী’ৰ উপাসনা প্ৰচলন কৰিছিল?
(i) চোল।
(ii) চালুক্য।
(iii) পল্লৱ।
(iv) চেদি।
উত্তৰঃ (ii) চালুক্য।
৬। গুপ্ত বংশৰ পতনৰ পিছত কোন ৰাজ্যত ‘শৈৱ ধৰ্ম’ৰ প্ৰচলন হৈছিল?
(i) পল্লৱ।
(ii) পাল।
(iii) চালুক্য।
(iv) বৰ্ণা।
উত্তৰঃ (i) পল্লৱ।
৭। সমুদ্ৰগুপ্তই দক্ষিণাত্যৰ কিমান জন ৰজা পৰাস্ত কৰিছিল বুলি জনা যায়?
(i) ১৪
(ii) ১২
(iii) ১৩
(iv) ১৫
উত্তৰঃ (ii) ১২
৮। দ্বিতীয় চন্দ্ৰগুপ্ত কিমান খ্ৰীঃত গুপ্ত বংশৰ ৰজা হয়?
(i) ৩৭০ খ্ৰীঃত।
(ii) ৩৮০ খ্ৰীঃত।
(iii) ৩৯০ খ্ৰীঃত।
(iv) ৩৯৫ খ্ৰীঃত।
উত্তৰঃ (ii) ৩৮০ খ্ৰীঃত।
৯। গুপ্ত যুগৰ শেষৰফালে হুনসকলে কেইবাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল?
(i) চাৰিবাৰ।
(ii) তিনিবাৰ।
(iii) পাঁচবাৰ।
(iv) উপৰৰ এটাও নহয়।
উত্তৰঃ (ii) তিনিবাৰ।
১০। হর্ষবর্ধন কোন চাৰিটা অঞ্চলৰ উপৰ ৰাজ্যাধিপতি আছিল?
(i) মগধ, বেঙ্গল, উজ্জয়িনী, কানৌজ।
(ii) মগধ, বেঙ্গল, উজ্জয়িনী, কলিঙ্গ।
(iii) মগধ, কলিঙ্গ, কানৌজ, মথুৰা।
(iv) মগধ, কাশ্মীৰ, কানৌজ, পৃথ্বিপাল।
উত্তৰঃ (i) মগধ, বেঙ্গল, উজ্জয়িনী, কানৌজ।
১১। গুপ্ত বংশৰ পৰৱৰ্তী ভাৰতত কোন ৰাজবংশৰ শাসনৰ সময়ত কাশ্মীৰৰ উত্থান হৈছিল?
(i) চালুক্য।
(ii) পাল।
(iii) বৰ্ণা।
(iv) চোল।
উত্তৰঃ (iii) বৰ্ণা।
১২। গুপ্ত যুগত কি কি সংস্কৃতিৰ যথেষ্ট উন্নতি হৈছিল?
(i) শিল্প।
(ii) সাহিত্য।
(iii) ওপৰৰ দুয়োটা শুদ্ধ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ ওপৰৰ দুয়োটা শুদ্ধ।
১৩। কোনে ‘বাৰাণসী’ৰ পৰা হর্ষবর্ধনক বিতাড়িত কৰিছিল?
(i) পুলিকেশিন।
(ii) সমুদ্রগুপ্ত।
(iii) শশাঙ্ক।
(iv) কনিষ্ক।
উত্তৰঃ (iii) শশাঙ্ক।
১৪। গুপ্ত বংশৰ পৰৱৰ্তী ভাৰতত কোন ৰাজবংশত বৈদিক ধৰ্মৰ পুনৰুজ্জীৱন হৈছিল?
(i) পাল।
(ii) চোল।
(iii) বৰ্ণা।
(iv) চালুক্য।
উত্তৰঃ (iv) চালুক্য।
১৫। কাৰ দিনত ব্ৰাহ্মণ ধৰ্মৰ পুনৰুত্থান হৈছিল?
(i) চন্দ্ৰগুপ্ত সকলৰ।
(ii) গুপ্ত সকলৰ।
(iii) কুমাৰগুপ্ত সকলৰ।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ii) গুপ্ত সকলৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.