SEBA Class 3 Environment Chapter 9 দৈনন্দিন জীবনত পানী

SEBA Class 3 Environment Chapter 9 দৈনন্দিন জীবনত পানী Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 9 দৈনন্দিন জীবনত পানী

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 9

অনুশীলনী

১। উত্তৰ লিখা-

(ক) কি কি কামত আমি পানী ব্যৱহাৰ কৰোঁ?

উত্তৰঃ পানী আমি ব্যৱহাৰ কৰোঁ-

(i) খাবলৈ। 

(ii) গা ধুবলৈ।

(iii) কাপোৰ ধুবলৈ।

(iv) ভাত ৰান্ধিবলৈ।

(v) বাচন বৰ্তন ধুবলৈ আদি।

(খ) পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি?

উত্তৰঃ পানী পুনৰ ব্যৱহাৰ কৰিবলৈ, ফল-মূল, চাউল ধোৱা পানী গছ-গছনি বা ফুলত দিবলৈ ব্যৱহাৰ কৰিব পাৰি। কাপোৰ ধোৱা পানীৰে চোতাল বা বাথৰুম চাফা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আৰু বৰষুণৰ পানী সাঁচি লৈ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি।

(গ) দম-কল আৰু কুঁৱাৰ পানীৰ উৎস কি?

উত্তৰঃ দম-কল আৰু কুঁৱা—দুয়োটাৰে পানীৰ উৎস হৈছে ভূগৰ্ভস্থ পানী।

২। খালী ঠাই পূৰ কৰা-

(ক) পানীক জীৱৰ ______________ বুলি কোৱা হয়।

উত্তৰঃ পানীক জীৱৰ জীৱন বুলি কোৱা হয়।

(খ) পানী উতলালে______________হয়।

উত্তৰঃ পানী উতলালে বিশুদ্ধ হয়।

(গ) খোৱা পানী বিশুদ্ধ আৰু ______________ হ’ব লাগে। 

উত্তৰঃ খোৱা পানী বিশুদ্ধ আৰু নিৰোগকাৰী হ’ব লাগে। 

(ঘ) খোৱা পানীৰ উৎসৰ চাৰিওকাষ _______________ হ’ব লাগে। 

উত্তৰঃ খোৱা পানীৰ উৎসৰ চাৰিওকাষ পৰিষ্কাৰ হ’ব লাগে।

৩। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘✓’ চিন দিয়া-

(ক) উদ্ভিদক পানীৰ প্ৰয়োজন হয়/নহয়।

উত্তৰঃ হয়।

(খ) সকলো পানী সেৱন কৰাৰ বাবে উপযোগী হয়/নহয়।

উত্তৰঃ নহয়।

(গ) খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ’ব লাগে/নালাগে।

উত্তৰঃ লাগে।

(ঘ) এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি/নোৱাৰি।

উত্তৰঃ পাৰি। 

৪। পানী দূষিত নোহোৱাকৈ ৰাখিবপৰা দুটা উপায় উল্লেখ কৰা।

উত্তৰঃ পানী দূষিত নোহোৱাকৈ ৰাখিবপৰা দুটা উপায় হ’ল―

(i) পুখুৰীত গা ধোৱা, বাচন-বর্তন বা কাপোৰ ধোৱা, গৰু-ম’হক গা ধুওৱা আদি কার্য কৰিব নালাগে।

(ii) কল-কাৰখানাৰপৰা ওলোৱা আবৰ্জনা, গেলা-পচা বস্তু, নলা-নর্দমাৰ পানী আদি পুখুৰী বা নদীত পেলাব নালাগে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top