SEBA Class 3 Environment Chapter 10 আকাশৰ কথা

SEBA Class 3 Environment Chapter 10 আকাশৰ কথা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 10 আকাশৰ কথা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 10

অনুশীলনী

১। উত্তৰ লিখা-

(ক) চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি?

উত্তৰঃ চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ হ’ল― চন্দ্ৰটো পৃথিৱীৰ  চাৰিওফালে ঘূৰি থকা কাৰণেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ।

(খ) ৰামধেনুৰ ৰং কেইটা আৰু কি কি?

উত্তৰঃ ৰামধেনুৰ ৰং সাতটা আৰু সেই ৰংসমূহ হ’ল―

(ক) ৰঙা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) নীলা।

(গ) ঘন নীলা। 

(ঘ) সেউজীয়া।

(ঙ) সুমথিৰা।

(চ) হালধীয়া।

(ছ) বেঙুনীয়া।

(গ) তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি?

উত্তৰঃ দিনত সূৰ্যৰ পোহৰ অত্যন্ত উজ্জ্বল হয়। সূৰ্যৰ এই তীব্ৰ পোহৰে আকাশ একেবাৰে উজ্বল কৰি তোলে। সেইবাবে দূৰত থকা তৰাবোৰৰ নীৰস পোহৰ আমি দিনত দেখি নাপাওঁ।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই” চিন দিবা-

(ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ/ সূর্য তৰাবোৰ আছে।

উত্তৰঃ চন্দ্ৰ।

(খ) পূৰ্ণিমাৰপৰা অমাৱস্যালৈ ১০/১৫ দিন সময় লাগে।

উত্তৰঃ ১৫ দিন।

(গ) ৰামধেনুৰ ৰং মুঠতে পাঁচটা/সাতটা।

উত্তৰঃ সাতটা।

৩। খালী ঠাই পূৰ কৰা-

(ক) সূৰ্যৰ নিজা তাপ আৰু __________আছে।

উত্তৰঃ সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে।

(খ) তৰাবোৰ আমাৰপৰা বহুত __________ থকাৰ কাৰণে সৰু যেন দেখি।

উত্তৰঃ তৰাবোৰ আমাৰপৰা বহুত দূৰত থকাৰ কাৰণে সৰু যেন দেখি। 

(গ) চন্দ্ৰৰ নিজ ___________নাই।

উত্তৰঃ চন্দ্ৰৰ নিজ তাপ আৰু পোহৰ নাই। 

৪। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ?

উত্তৰঃ দুপৰীয়া বেলিত সূৰ্যৰ পোহৰ অত্যন্ত তীব্ৰ আৰু উজ্জ্বল হয়। এই তীব্ৰ পোহৰ চকুই সহ্য কৰিব নোৱাৰে, চকুত ক্ষতি কৰিব পাৰে। সেইকাৰণে দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰোঁ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top