SEBA Class 3 Environment Chapter 4 আমাৰ উৎসৱ

SEBA Class 3 Environment Chapter 4 আমাৰ উৎসৱ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Chapter 4 আমাৰ উৎসৱ Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 4 আমাৰ উৎসৱ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 4

আলোচনা কৰোঁ আহা-

1. ওপৰৰ ছবিকেইখনত দেখুওৱা উৎসৱসমূহৰ নাম কি কি?

উত্তৰঃ ওপৰৰ ছবিকেইখনত হোলী, খ্ৰীষ্টমাছ, বিহু, দুৰ্গাপূজা আৰু ঈদ।

2. এইবোৰৰ উপৰি তোমালোকে আৰু কি কি উৎসৱ পালন কৰা?

উত্তৰঃ ইবোৰৰ উপৰি আমি বহুতো উৎসৱ পালন কৰোঁ—

(ক) ৰঙালী বিহু।

(খ) ভোগালী বিহু।

(গ) কাতি বিহু।

(ঘ) লক্ষ্মী পূজা।

(ঙ) শিৱৰাত্ৰী।

(চ) দেৱালী।

3. তোমালোকৰ অঞ্চলত উদ্যাপন কৰা উৎসৱসমূহৰ বিষয়ে শিক্ষক-শিক্ষয়িত্রীক সুধি আলোচনা কৰা।

উত্তৰঃ ছাত্র ছাত্ৰী নিজে কৰা।

ক্রিয়াকলাপ ১

উৎসৱ ভেদে আমি কিছুমান বিশেষ বিশেষ খাদ্য প্রস্তুত কৰোঁ। উদাহৰণস্বৰূপে- ভোগালী বিহুত নানা তৰহৰ পিঠা-পনা, জা-জলপান প্রস্তুত কৰা হয়। ঈদত চেৱৈ, পোলাও আদি প্ৰস্তুত কৰা হয়।

তলত উল্লেখ কৰা উৎসৱসমূহত কোনবিধ খাদ্য বিশেষভাৱে প্ৰস্তুত কৰা হয় তালিকাখনত লিখা-

ঈদবিহুখ্রীষ্টমাছদুর্গাপূজা
উৎসৱৰ সময়ত প্ৰস্তুত কৰা খাদ্যউৎসৱৰ নাম

উত্তৰঃ

উৎসৱৰ সময়ত প্ৰস্তুত কৰা খাদ্যউৎসৱৰ নাম


বিহু


ঈদ

খ্রীষ্টমাছ

দুর্গাপূজা

লিখোঁ আহা-

1. তোমালোকৰ বিদ্যালয়ত কি কি দিৱস পালন কৰা হয়?

উত্তৰঃ আমাৰ বিদ্যালয়ত বিভিন্ন দিৱস পালন কৰা হয়-

(ক) স্বাধীনতা দিৱস।

(খ) গণতন্ত্ৰ দিৱস।

(গ) শিক্ষক দিৱস।

(ঘ) শিশু দিৱস।

(ঙ) বিশ্ব পৰিৱেশ দিৱস।

2. কোনবোৰ দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়?

উত্তৰঃ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়।

ক্রিয়া-কলাপ ২

1. উৎসৱৰ লগত সংগতি ৰাখি সোঁফালৰ ছবিবোৰৰ লগত বাঁওফালৰ ছবিবোৰ আঁচ্ টানি মিলোৱা-

উত্তৰঃ

অনুশীলনী

১। উত্তৰ লিখা-

(ক) তোমালোকে কি কি উৎসৱ পালন কৰা?

উত্তৰঃ আমি ৰঙালী বিহু, ভোগালী বিহু, কাতি বিহু, দুৰ্গাপূজা, দীপাৱলী, ঈদ, খ্ৰীষ্টমাছ আদি বহু উৎসৱ পালন কৰোঁ।

(খ) ইছলাম ধর্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম কি কি?

উত্তৰঃ ইছলাম ধর্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম হ’ল― ঈদ-উল-ফিতৰ আৰু ঈদ-উল-জোহা (বক্ৰ ইদ)।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top