SEBA Class 3 Environment Chapter 3 আমাৰ গাঁও Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Chapter 3 আমাৰ গাঁও Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.
SEBA Class 3 Environment Chapter 3 আমাৰ গাঁও
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.
আমাৰ গাঁও
Chapter: 3
ক্রিয়া-কলাপ ১
পদুমনি গাঁৱত আৰু তোমালোকৰ গাঁও/চহৰ/ নগৰখনত কি কি অনুষ্ঠান-প্রতিষ্ঠান আছে তলৰ তালিকাখনত লিখা-
| পদুমনি গাঁৱত থকা অনুষ্ঠান-প্রতিষ্ঠান | আমাৰ গাঁও /চহৰ নগৰখনত থকা অনুষ্ঠান-প্রতিষ্ঠান |
উত্তৰঃ
| পদুমনি গাঁৱত থকা অনুষ্ঠান-প্রতিষ্ঠান | আমাৰ গাঁও /চহৰ নগৰখনত থকা অনুষ্ঠান-প্রতিষ্ঠান |
| বিদ্যালয়, পুথিভৰাল, চিকিৎসালয়, ডাক-ঘৰ আৰু আৰক্ষী চকী। | বিদ্যালয়, পুথিভৰাল, চিকিৎসালয়, ডাক-ঘৰ, আৰক্ষী চকী আৰু বেংক। |
ক্রিয়া-কলাপ ২
শিক্ষকৰ সহায়ত তলৰ ছবিত দেখুওৱা ধৰ্মীয় অনুষ্ঠানকেইটা চিনাক্ত কৰি নামবোৰ খালী বাকচত লিখা-

উত্তৰঃ (১) মন্দিৰ।
(২) গুৰদুৱাৰ।
(৩) গিৰ্জা/চার্চ।
(৪) মছজিদ।
ক্রিয়া-কলাপ ৩
সাঁথৰ ভাঙা-
কিতাপ আছে শাৰী শাৰী
নহয় কিন্তু পঢ়াশালি,
গল্প, কবিতা, ছবিৰ কিতাপ
কত আছে আলোচনী।
সাঁথৰটোৱে কোনটো অনুষ্ঠানক বুজাইছে?
উত্তৰঃ পুথিভঁৰাল।
লিখোঁ আহা-
1. তোমালোকে বাস কৰা গাঁও/চহৰ/নগৰখনৰ নাম কি?
উত্তৰঃ ছাত্র ছাত্ৰী নিজে কৰা।
2. তলৰ কোনবোৰ সুবিধা তোমালোকৰ গাঁও/চহৰ নগৰখনত আছে-
পকী পথ, বিজুলী-বাতি, খোৱা পানী, চিকিৎসালয়, ডাক-ঘৰ, পুথিভঁৰাল।
উত্তৰঃ গাঁও → পকী পথ, বিজুলী, পানী, ডাকঘৰ, স্বাস্থ্যকেন্দ্ৰ।
চহৰ → পকী পথ, বিজুলী, পানী, চিকিৎসালয়, ডাকঘৰ, পুথিভঁৰাল।
| অনুশীলনী |
১। উত্তৰ লিখা-
(ক) ডাক-ঘৰৰ চিঠি-পত্র বিলোৱা মানুহজনক কি বোলে?
উত্তৰঃ ডাক-ঘৰৰ চিঠি-পত্র বিলোৱা মানুহজনক ডাকোৱাল বা পোষ্টমেন বোলে।
(খ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে?
উত্তৰঃ চিকিৎসালয়খনত ৰোগীৰ চিকিৎসাৰ বাবে পর্যাপ্ত ডাক্তৰ আৰু নাৰ্ছ থাকে।
(গ) আইন-শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি?
উত্তৰঃ আইন-শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম হ’ল― আৰক্ষী চকী।
(ঘ) দুটা ধর্মীয় অনুষ্ঠানৰ নাম লিখা।
উত্তৰঃ দুটা ধৰ্মীয় অনুষ্ঠান হৈছে―
(i) ঈদ।
(ii) দিৱালী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

