SEBA Class 3 Environment Chapter 5 বাগিচালৈ যাওঁ বলা

SEBA Class 3 Environment Chapter 5 বাগিচালৈ যাওঁ বলা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 5 বাগিচালৈ যাওঁ বলা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 5

লিখোঁ আহা-

তলত দিয়া উদ্ভিদৰ পাতবোৰ চিনাক্ত কৰি নামবোৰ লিখা-

উত্তৰঃ

পালেং শাকপদিনা পাততেজপাতকলপাত
টকউ পাতঘাঁহ-পাতধনীয়া পাতনৰসিংহ পাত
মধুৰী আমৰ পাতদুপৰ টেঙাকঁঠাল পাতজবা ফুল

লিখোঁ আহা-

তলৰ ছবিত থকা ফুলবোৰ চিনাক্ত কৰি ছবিৰ তলে তলে ফুলৰ নামবোৰ লিখা-

উত্তৰঃ

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now
কপৌগোলাপজৱা
সূৰ্য্যমুখী ফুলনাৰ্জী ফুলপদুম
শেৱালিডালিয়া জেচমিন
অনুশীলনী

১। উত্তৰ লিখা-

(ক) এবিধ আৰোহীলতাৰ নাম।

উত্তৰঃ পাণ গছ।

(খ) চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম।

উত্তৰঃ আম, কঠাল, জামু, আঁহত।

(গ) দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম।

উত্তৰঃ ডালিম আৰু নেমু।

(ঘ) বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম।

উত্তৰঃ ভেন্দি আৰু জিকা।

(ঙ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম।

উত্তৰঃ শাল আৰু হোলোং।

২। খালী ঠাই পূৰ কৰা।

(ক) গছে _________ ৰ দ্বাৰা পানী শুহি লয়।

উত্তৰঃ গছে শিপাৰ দ্বাৰা পানী শুহি লয়।

(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি __________তৈয়াৰ কৰে।

উত্তৰঃ মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌ-চাক তৈয়াৰ কৰে।

(গ) কপৌ ফুল ___________কালত ফুলে।

উত্তৰঃ কপৌ ফুল বসন্ত কালত ফুলে।

(ঘ) পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ’ল ___________।

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ’ল বাঁহ গছ।

(ঙ) ডালিম ____________ জাতীয় উদ্ভিদ।

উত্তৰঃ ডালিম গুল্ম জাতীয় উদ্ভিদ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top