SEBA Class 3 Environment Chapter 13 আমাৰ ঘৰুৱা উৎপাদন

SEBA Class 3 Environment Chapter 13 আমাৰ ঘৰুৱা উৎপাদন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 13 আমাৰ ঘৰুৱা উৎপাদন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 13

অনুশীলনী

১। উত্তৰ লিখা –

(ক) বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম।

উত্তৰঃ বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম হ’ল―

(i) গগণা।

(ii) ঢাৰি।

(খ) ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ-বেতৰ দুবিধ সামগ্ৰীৰ নাম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ-বেতৰ দুবিধ সামগ্ৰীৰ নাম হ’ল―

(i) ফুলদানি।

(ii) শৰাই।

(গ) তাঁত-শালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম।

উত্তৰঃ তাঁত-শালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম হ’ল―

(i) চেৰেকী।

(ii) যঁতৰ।

(iii) ৰাঁচ।

(iv) উঘা।

২। তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা-

(ক) শুৱালকুছি।

উত্তৰঃ পাট, মুগা কাপোৰৰ বাবে বিখ্যাত।

(খ) কাছাৰ।

উত্তৰঃ পাটী আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত।

(গ) নলবাৰী।

উত্তৰঃ বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে বিখ্যাত।

(ঘ) ঢকুৱাখনা।

উত্তৰঃ পাট, মুগা কাপোৰৰ বাবে বিখ্যাত।

৩। তলত দিয়া সামগ্রীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা-

(ক) বিচনী।

উত্তৰঃ গৰমত বতাহ ল’বলৈ ব্যৱহাৰ কৰা হয়।

(খ) মুঢ়া।

উত্তৰঃ বহিবলৈ ব্যৱহাৰ কৰা হয়।

(গ) চালনী।

উত্তৰঃ চালনী ঘাইকৈ চাউল বা অন্য শস্যৰ পৰা ধূলি-বালি বা মলি চালিবৰ বাবে ব্যৱহাৰ কৰা হয়।

(ঘ) জাপি।

উত্তৰঃ ৰ’দ আৰু বৰষুণৰ পৰা বাচিবলৈ ব্যৱহাৰ কৰা হয়।

(ঙ) জাকৈ।

উত্তৰঃ খাল, বিল বা পথাৰৰ পানীত মাছ ধৰিবলৈ জাকৈ ব্যৱহাৰ কৰা হয়।

(চ) উঘা।

উত্তৰঃ সূতা মেৰিয়াবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top