SEBA Class 3 Environment Chapter 12 যাতায়াত আৰু যোগাযোগ

SEBA Class 3 Environment Chapter 12 যাতায়াত আৰু যোগাযোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 12 যাতায়াত আৰু যোগাযোগ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 12

অনুশীলনী

১। উত্তৰ লিখা-

(ক) স্থল পথেৰে চলা দুখন যানবাহনৰ নাম।

উত্তৰঃ স্থল পথেৰে চলা দুখন যানবাহনৰ নাম হ’ল―

(i) বাছ।

(ii) অট’-ৰিক্সা

(খ) যানবাহন থকাৰ বাবে আমাৰ কি কি সুবিধা হৈছে?

উত্তৰঃ যানবাহন থকাৰ বাবে আমাৰ বহু সুবিধা হৈছে। যেনে—

(i) মানুহে দ্ৰুত আৰু সহজে এঠাইৰ পৰা আন ঠাই লৈ যাবলৈ যানবাহনে সহায় কৰিছে।

(ii) সামগ্ৰী আৰু মাল-বস্তু বহন কৰাটো সহজ হৈছে।

(iii) দূৰৱৰ্তী স্থানলৈ যাতায়াত সহজ হৈছে।

(গ) তিনিটা যোগাযোগৰ মাধ্যমৰ নাম।

উত্তৰঃ তিনিটা যোগাযোগৰ মাধ্যমৰ নাম হ’ল―

(i) ৰেডিঅ।

(ii) দূৰদৰ্শন।

(iii) কম্পিউটাৰ।

(ঘ) আলিবাটত খোজ কাঢ়োঁতে মানি চলিবলগীয়া তিনিটা নিয়ম।

উত্তৰঃ আলিবাটত খোজ কাঢ়োঁতে মানি চলিবলগীয়া তিনিটা নিয়ম হ’ল―

(i) ৰাস্তাত সদায় নিজৰ বাঁও হাতে খোজ কাঢ়িব লাগে।

(ii) ৰাস্তা পাৰ হওঁতে সাৱধানে সোঁৱে-বাঁওৱে চাই ল’ব লাগে।

(iii) ৰাস্তাত জেব্রা চিন থাকিলে তাৰ ওপৰেৰে ৰাস্তা পাৰ হ’ব লাগে।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ্ টানি মিলোৱা-

‘ক’‘খ’
ট্রেক্টৰবয়-বস্তু কঢ়িয়ায়
মালবাহী ৰে’লআকাশত উৰে
ফেৰীমাটিত চলে
উৰাজাহাজপানীত চলে

উত্তৰঃ

‘ক’‘খ’
ট্রেক্টৰমাটিত চলে
মালবাহী ৰে’লবয়-বস্তু কঢ়িয়ায়
ফেৰীপানীত চলে
উৰাজাহাজআকাশত উৰে

৩। খালী ঠাই পূৰ কৰা-

(ক) যানবাহনবোৰ চলিবলৈ পেট্র’ল, ডিজেল আদি ______________ প্রয়োজন হয়।

উত্তৰঃ যানবাহনবোৰ চলিবলৈ পেট্র’ল, ডিজেল আদি ইন্ধন প্রয়োজন হয়। 

(খ) উটক মৰুভূমিৰ ______________ বোলে।

উত্তৰঃ উটক মৰুভূমিৰ জাহাজ বোলে।

(গ) খোজ কাঢ়োঁতে সদায় নিজৰ ______________ যাব লাগে।

উত্তৰঃ খোজ কাঢ়োঁতে সদায় নিজৰ বাঁওফালে যাব লাগে। 

(ঘ) এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰা ব্যৱস্থাই হ’ল ________________।

উত্তৰঃ ঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰা ব্যৱস্থাই হ’ল যাতায়াত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top