⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Social Science MCQ Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য

Class 8 Social Science MCQ Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

প্ৰাচীন কামৰূপ ৰাজ্য

Chapter – 9

PART – II: HISTORY

MCQ

১। কিমান শতিকাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল বুলি উল্লেখিত আছে?

(ক) প্ৰথম শতিকাত।

(খ) দশম শতিকাত।

(গ) তৃতীয় শতিকাত।

(ঘ) দ্বিতীয় শতিকাত।

উত্তৰঃ (খ) দশম শতিকাত।

২। কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য কিমান?

(ক) ৫০০ যোজনা।

(খ) ৯০০ যোজনা।

(গ) ১০০ যোজনা।

(ঘ) ৫০ যোজনা।

উত্তৰঃ (গ) ১০০ যোজনা।

৩। কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ প্ৰস্ত কিমান?

(ক) ৩০ যোজনা।

(খ) ৫০ যোজনা।

(গ) ১০০ যোজনা।

(ঘ) ৭৩ যোজনা।

উত্তৰঃ (ক) ৩০ যোজনা।

৪। কিমান শতিকাত যোগিনীতন্ত্ৰ ৰচনা কৰিছিল?

(ক) ষোল্ল শতিকাত।

(খ) প্ৰথম শতিকাত।

(গ) তৃতীয় শতিকাত।

(ঘ) ষোড়শ শতিকাত।

উত্তৰঃ (ঘ) ষোড়শ শতিকাত।

৫। যোগিনীতন্ত্ৰত কামৰূপ ৰাজ্যক কেইটা পীঠত বিভক্ত কৰা হৈছিল?

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) দুইটা।

উত্তৰঃ (ক) চাৰিটা।

৬। প্ৰাচীন কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য কিমান মাইল আছিল?

(ক) ৬৭০ মাইল আছিল।

(খ) ৪৫০ মাইল আছিল।

(গ) ৫০০ মাইল আছিল।

(ঘ) ৭৮০ মাইল আছিল।

উত্তৰঃ (খ) ৪৫০ মাইল আছিল।

৭। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰস্থ কিমান মাইল আছিল?

(ক) ১৮৯ মাইল আছিল।

(খ) ২৮০ মাইল আছিল।

(গ) ২৩০ মাইল আছিল।

(ঘ) ১৩৫ মাইল আছিল।

উত্তৰঃ (ঘ) ১৩৫ মাইল আছিল।

৮। কামৰূপ ৰাজ্যৰ প্ৰথম শাসক কোন আছিল?

(ক) ভাস্কৰ বৰ্মন।

(খ) মহীৰঙ্গ দানৱ।

(গ) বর্মনদেৱ।

(ঘ) বানৰজা।

উত্তৰঃ (খ) মহীৰঙ্গ দানৱ।

৯। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ প্ৰায় কিমান জন ৰজাই সুদীৰ্ঘ কাল কামৰূপত ৰাজত্ব কৰিছিল?

(ক) প্ৰায় বিচজন।

(খ) প্ৰায় পঁচিশজন।

(গ) প্ৰায় পোন্ধৰজন।

(ঘ) প্ৰায় দহজন।

উত্তৰঃ (খ) প্ৰায় পঁচিশজন।

১০। কিছুমান আখ্যানৰ মতে নৰক ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱাৰ বাবে নৰকক কি বুলি কোৱা হয়?

(ক) কামৰূপী।

(খ) বৰ্ণাশ্ৰম।

(গ) ভৌম।

(ঘ) অগ্ৰহাৰ।

উত্তৰঃ (গ) ভৌম।

১১। পুষ্য বৰ্মণে প্ৰতিষ্ঠা কৰা বংশৰ ৰজাসকলে কামৰূপত কিমান বছৰ ৰাজত্ব কৰিছিল?

(ক) প্ৰায় পাঁচশ বছৰ।

(খ) প্ৰায় দুশ বছৰ।

(গ) প্ৰায় ছয়শ বছৰ।

(ঘ) প্ৰায় তিনিশ বছৰ।

উত্তৰঃ (ঘ) প্ৰায় তিনিশ বছৰ।

১২। পুষ্য বৰ্মণৰ পুত্ৰৰ নাম কি আছিল?

(ক) সমুদ্ৰ বৰ্মন।

(খ) বল বৰ্মন।

(গ) মেঘবাহন।

(ঘ) ভাস্কৰ বৰ্মন।

উত্তৰঃ (ক) সমুদ্ৰ বৰ্মন।

১৩। সমুদ্ৰ বৰ্মণৰ পত্নীৰ নাম কি আছিল?

(ক) লক্ষ্মীৱাঈ।

(খ) দত্তদেৱী।

(গ) মীৰাৱাঈ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) দত্তদেৱী।

১৪। সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী ৰজা কোন আছিল?

(ক) বল বৰ্মন।

(খ) সমুদ্ৰ বৰ্মন।

(গ) মেঘবাহন।

(ঘ) ভাস্কৰ বৰ্মন।

উত্তৰঃ (ক) বল বৰ্মন।

১৫। বল বৰ্মনে কামৰূপত কিমান খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল?

(ক) ৩০৯ ৰ পৰা ২৫০ খ্ৰীষ্টাব্দলৈ।

(খ) ৬৭৮ ৰ পৰা ৫৬৭ খ্ৰীষ্টাব্দলৈ।

(গ) ৪০২ ৰ পৰা ২৩৯ খ্ৰীষ্টাব্দলৈ।

(ঘ) ৪০৫ পৰা ৪২০ খ্ৰীষ্টাব্দলৈ।

উত্তৰঃ (ঘ) ৪০৫ পৰা ৪২০ খ্ৰীষ্টাব্দলৈ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

0 thoughts on “Class 8 Social Science MCQ Chapter 9 প্ৰাচীন কামৰূপ ৰাজ্য”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top