⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 8 Social Science MCQ Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Class 8 Social Science MCQ Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 20 আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Chapter – 20

PART – III: ECONOMICS

MCQ

১। এখন দেশৰ কোনো এক নিৰ্দিষ্ট বৰ্ষত বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্যক দেশখনক কি বুলি কোৱা হয়?

(ক) ঋণ।

(খ) ৰাষ্ট্ৰীয় আয়।

(গ) ৰাহি।

(ঘ) বিত্তীয়।

উত্তৰঃ (খ) ৰাষ্ট্ৰীয় আয়।

২। আপদ-বিপদৰ সময়ত মানুহে মহাজন বা অন্য ব্যক্তিৰ পৰা টকা ধাৰ লয় ধাৰ লোৱা টকাক কি বুলি কোৱা হয়?

(ক) বিত্তীয়।

(খ) ঋণ।

(গ) ৰাষ্ট্ৰীয় আয়।

(ঘ) ৰাহি গোট।

উত্তৰঃ (খ) ঋণ।

৩। কোনো অৰ্থব্যৱস্থাত যিবোৰ উৎপাদনকাৰী গোটৰ আৰ্জিত আয়তকৈ ব্যয়ৰ পৰিমাণ কম হয়, সেইসমূহক কি বুলি কোৱা হয়?

(ক) ৰাহি গোট।

(খ) ঋণ।

(গ) ভূমি সম্পদ।

(ঘ) ৰাষ্ট্ৰীয় আয়।

উত্তৰঃ (ক) ৰাহি গোট।

৪। যি ব্যৱস্থাই ৰাহি গোটৰপৰা সঞ্চিত ধন ঘাটি গোটলৈ স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে তাক কি বুলি কোৱা হয়?

(ক) বেংক।

(খ) ঋণ।

(গ) ৰাহি গোট।

(ঘ) বিত্তীয় ব্যৱস্থা।

উত্তৰঃ (ঘ) বিত্তীয় ব্যৱস্থা।

৫। বিত্তীয় ব্যৱস্থাৰ উপাদানবোৰ কেইটা?

(ক) দুইটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) ছয়টা।

উত্তৰঃ (গ) চাৰিটা।

৬। ভাৰতবৰ্ষত প্ৰথম বেংক কেতিয়া স্থাপন কৰা হৈছে?

(ক) ১৭৭০ চনত।

(খ) ১৯৩৫ চনত।

(গ) ১৮৫৪ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (ক) ১৭৭০ চনত।

৭। ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি?

(ক) গুৱাহাটী বেংক।

(খ) বেংক অৱ হিন্দুস্থান।

(গ) কেন্দ্ৰীয় বেংক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বেংক অৱ হিন্দুস্থান।

৮। অসমত ১৯২৬ চনত প্ৰচেষ্টাত গঢ় লৈ উঠা বেংক কোনটো?

(ক) গুৱাহাটী বেংক।

(খ) বেংক অৱ হিন্দুস্থান।

(গ) কেন্দ্ৰীয় বেংক।

(ঘ) ৰিজাৰ্ভ বেংক।

উত্তৰঃ (ক) গুৱাহাটী বেংক।

৯। এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বেংক কোনটো?

(ক) কেন্দ্ৰীয় বেংক।

(খ) ৰিজাৰ্ভ বেংক।

(গ) বেংক অৱ হিন্দুস্থান।

(ঘ) গুৱাহাটী বেংক।

উত্তৰঃ (ক) কেন্দ্ৰীয় বেংক।

১০। ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছে?

(ক) ১৮৭৫ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯৩৫ চনত।

(ঘ) ১৮৭৭ চনত।

উত্তৰঃ (গ) ১৯৩৫ চনত।

১১। বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা সঞ্চয়সমূহ কেইটা?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) ছয়টা।

(ঘ) দুইটা।

উত্তৰঃ (খ) চাৰিটা।

১২। বাণিজ্যিক বেংক চাৰিটা কি কি?

(ক) চাৰিটা।

(খ) তিনিটা।

(গ) ছয়টা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) চাৰিটা।

১৩। শিক্ষা শেষ কৰাৰ পাছত কিমান মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয়?

(ক) ২০ মাহ।

(খ) ১৮ মাহ।

(গ) ১৫ মাহ।

(ঘ) ১২ মাহ।

উত্তৰঃ (খ) ১৮ মাহ।

১৪। দেশত বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা কিমান?

(ক) ১৯

(খ) ২৫

(গ) ২০

(ঘ) ১২

উত্তৰঃ (ঘ) ১২

১৫। কিমান চনত ঔদ্যোগিক আৰু বিনিয়োগ বেংক স্থাপন কৰা হৈছে?

(ক) ১৯৯৫ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯৮৫ চনত।

(ঘ) ১৮৭৪ চনত।

উত্তৰঃ (গ) ১৯৮৫ চনত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top