Class 6 Social Science MCQ Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী

Class 6 Social Science MCQ Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 1

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) সূৰ্য্য হ’ল এটা —

(ক) গ্ৰহ    

(খ) নক্ষত্ৰ  

(গ) উপগ্ৰহ  

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ধূমকেতু 

উত্তৰ:- (খ) নক্ষত্ৰ

(২) সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে ?

(ক) ৯ টা    

(খ) ৭টা     

(গ) ৮ টা  

(ঘ) ১২ টা 

উত্তৰ:- ৮ টা।

(৩) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো?

(ক) বৃহস্পতি 

(খ) ইউৰেনাচ 

(গ) মঙ্গল 

(ঘ) শনি 

উত্তৰ:- (ক) বৃহস্পতি।

(৪) পুৱতি ভোটা তৰা বা সাঁজ ভোটা তৰা বুলি কোনটো গ্ৰহক কোৱা হয়?

(ক) শনি   

(খ) শুক্ৰ     

(গ) মঙ্গল 

(ঘ) বৃহস্পতি 

উত্তৰ:- (খ) শুক্ৰ।

(৫) সৌৰজগতৰ দ্বিতীয়টো বৃহৎ গ্ৰহ কোনটো?

(ক) শুক্ৰ   

(খ) শনি   

(গ) বৃহস্পতি  

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) শনি।

(৬) পৃথিৱীৰ উপগ্ৰহ কোনটো?

(ক) মঙ্গল   

(খ) সূৰ্য্য    

(গ) চন্দ্ৰ  

(ঘ) শনি

উত্তৰ:- (গ) চন্দ্ৰ।

(৭) সূৰ্য্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্য্যৰ পৰিয়ালটোক কি বোলে?

(ক) গ্ৰহ

(খ) নক্ষত্ৰ

(গ) সৌৰজগত

(ঘ) পৃথিৱী

উত্তৰ:- (গ) সৌৰজগত।

(৮) সূৰ্য্যৰ একেবাৰে ওচৰত থকা গ্ৰহৰ নাম কি ?

(ক) বুধ 

(খ) বৃহস্পতি

(গ) মঙ্গল

(ঘ) নেপচুন 

উত্তৰ:- (ক) বুধ।

(৯) সূৰ্য্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো কোনটো?

(ক) মঙ্গল 

(খ) নেপচুন

(গ) ইউৰেনাছ 

(ঘ) পৃথিৱী 

উত্তৰ:- (খ) নেপচুন।

(১০) পৃথিৱীৰ আনুমানিক বয়স প্ৰায় কিমান বছৰ?

(ক) ৪৫০০ নিযুত বছৰ

(খ) ৫৬০০ নিযুত বছৰ

(গ) ৪৬০০ নিযুত বছৰ

(ঘ) ৭৮০০ নিযুত বছৰ 

উত্তৰ:- (ক) ৪৫০০ নিযুত বছৰ।

(১১) সৌৰজগতত থকা কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টিক কি বোলে? 

(ক) তৰা

(খ) ধূমকেতু

(গ) গ্ৰহাণুপুঞ্জ

(ঘ) নক্ষত্ৰ 

উত্তৰ:- (গ) গ্ৰহাণুপুঞ্জ।

(১২) গ্ৰহাণুপুঞ্জক কোন দুটা গ্ৰহৰ মজাত দেখা যায়?

(ক) মঙ্গল আৰু বৃহস্পতিৰ

(খ) শনি আৰু নেপচুনৰ

(গ) বুধ আৰু শুক্ৰৰ 

(ঘ) শনি আৰু বুধ 

উত্তৰ:- (ক) মঙ্গল আৰু বৃহস্পতিৰ।

(১৩) কিছুমান পদাৰ্থ পিণ্ডই সৌৰজগতত ভুমুকি মাৰে, এনে পদাৰ্থ পিণ্ড স্থায়ীভাৱে নাথাকে, এনে পদাৰ্থ পিণ্ডক কি বোলে?

(ক) তৰা

(খ) ধূমকেতু

(গ) গ্ৰহ

(ঘ) উল্কা 

উত্তৰ:- (খ) ধূমকেতু।

(১৪) গ্ৰহবোৰৰ নিজা পোহৰ নাই গতিকে গ্ৰহবোৰে পোহৰ কৰ পৰা পায়?

(ক) সূৰ্যৰ পৰা

(খ) চন্দ্ৰৰ পৰা

(গ) তৰাৰ পৰা

(ঘ) গ্ৰহৰে পৰা 

উত্তৰ:- (ক) সূৰ্য্যৰ পৰা ।

(১) সূৰ্য্যৰ পৰা আমাৰ পৃথিৱী কেই নম্বৰ স্থানত আছে?

(ক) দুই নম্বৰ স্থানত

(খ) তিনি নম্বৰ স্থানত

(গ) চাৰি নম্বৰ স্থানত

(ঘ) পাঁচ নম্বৰ স্থানত 

উত্তৰ:- (খ) তিনি নম্বৰ স্থানত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top