Get Notes Latest Study Materials & Updates
Join WA Channel

Class 6 Social Science MCQ Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি

Class 6 Social Science MCQ Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.

Chapter – 2

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) পৃথিৱীৰ কেন্দ্ৰৰৰে পাৰ হৈ যোৱা ৰেখাডালক কি বোলে?

(ক) বিষুৱ ৰেখা

(খ) মেৰুদণ্ড

(গ) অক্ষৰেখা

(ঘ) উত্তৰ মেৰু

উত্তৰ:- (খ) মেৰুদণ্ড ।

(২) মেৰুদণ্ডডালৰ ওপৰৰ ফালে থকা শীৰ্ষ বিন্দুটোক কি বোলে?

(ক) উত্তৰ মেৰু বা সুমেৰু

(খ) দক্ষিণ মেৰু বা কুমেৰু

(গ) বিষুৱ ৰেখা

(ঘ) মেৰুদণ্ড 

উত্তৰ:- (ক) উত্তৰ মেৰু বা সুমেৰু।

(৩) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?

(ক) তলৰ ফালে 

(খ) ওপৰৰ ফালে

(গ) এটাও নহয়

(ঘ) ক আৰু খ দুয়োটা

উত্তৰ:- (খ) ওপৰৰ ফালে।

(৪) পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে দুয়ো মেৰুৰ পৰা সমদূৰত পূবা- পশ্চিমাকৈ কল্পনা কৰা ৰেখাডাল কি ?

(ক) অক্ষ ৰেখা

(খ) বিষুৱ ৰেখা

(গ) এটাও নহয়

(ঘ) ক আৰু খ দুয়োটা 

উত্তৰ:- (খ) বিষুৱ ৰেখা ।

(৫) প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক কি বোলে ? 

(ক) দ্ৰাঘিমংশ

(খ) বিষুৱ ৰেখা

(গ) অক্ষাংশ 

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) অক্ষাংশ।

(৬) কৰ্কট ক্ৰান্তি অক্ষৰেখাৰ অক্ষাংশ কিমান?

(ক) ৬৬ ১/২° উত্তৰ অক্ষাংশ 

(খ) ২৩ ১/২° দক্ষিণ অক্ষাংশ 

(গ) ২৩ ১/২° উত্তৰ অক্ষাংশ 

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) ২৩ ১/২° উত্তৰ অক্ষাংশ।

(৭) সূৰ্য্যৰ ৰশ্মিৰ তীব্ৰতা অত্যাধিক হোৱা অঞ্চলত মানুহৰ গাৰ বৰণ কেনেকুৱা?

(ক) ক’লা

(খ) বগা

(গ) ৰঙা

(ঘ) মাগুৰ বৰণীয়া 

উত্তৰ:- (ক) ক’লা

(৮) কুমেৰু বৃত্তৰ অক্ষাংশ কিমান?

(ক) ৬৬ ১/২° উত্তৰ অক্ষাংশ

(খ) ২৩ ১/২° উত্তৰ অক্ষাংশ

(গ) ৬৬ ১/২° দক্ষিণ অক্ষাংশ

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) ৬৬ ১/২° দক্ষিণ অক্ষাংশ।

(৯) অসমৰ ধুবুৰী চহৰৰ অক্ষাংশ কিমান?

(ক) ২৫° দক্ষিণ অক্ষাংশ

(খ) ২৫° উত্তৰ অক্ষাংশ

(গ) ২৬° উত্তৰ অক্ষাংশ

(ঘ) ২০° দক্ষিণ অক্ষাংশ 

উত্তৰ:- (গ) ২৬° উত্তৰ অক্ষাংশ।

(১০) অসমৰ দৰং জিলাখন ক’ত অৱস্থিত?

(ক) ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰে

(খ) ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে 

(গ) ব্ৰহ্মপুত্ৰ পশ্চিম পাৰে 

(ঘ) ব্ৰহ্মপুত্ৰ পূব পাৰে

উত্তৰ:- (খ) ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে।

(১১) তাপ মণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

(ঘ) দুটা

উত্তৰ:- (ক) তিনিটা।

(১২) বিষুৱৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে, সেইবোৰক কি বোলে?

(ক) মেৰুদণ্ড

(খ) কৰ্কট ক্ৰান্তি ৰেখা

(গ) অক্ষৰেখা

(ঘ) বিষুৱ ৰেখা

উত্তৰ:- (গ) অক্ষৰেখা।

(১৩) পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰক কি বোলে?

(ক) অক্ষ ৰেখা

(খ) দ্ৰাঘিমা ৰেখা 

(গ) বিষুৱ ৰেখা

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) দ্ৰাঘিমা ৰেখা।

(১৪) কিহৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি? 

(ক) অক্ষ ৰেখা আৰু দ্ৰাঘিমা ৰেখা

(খ) মেৰুদণ্ড আৰু কৰ্কট ৰেখা

(গ) কৰ্কট ক্ৰান্তি আৰু বিষুৱ ৰেখা

(ঘ) কৰ্কট ৰেখা আৰু অক্ষ ৰেখা

উত্তৰ:- (ক) অক্ষ ৰেখা আৰু দ্ৰাঘিমা ৰেখা

(১৫) মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে?

(ক) ০°

(খ) ৯০°

(গ) ৩০° 

(ঘ) ৬০°

উত্তৰ:- (ক) ০°

1 thought on “Class 6 Social Science MCQ Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top