Class 6 Social Science MCQ Chapter 3 পৃথিৱীৰ গতি Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 3 পৃথিৱীৰ গতি Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 3 পৃথিৱীৰ গতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Chapter 3 পৃথিৱীৰ গতি Notes for All Subject, You can practice these here.
পৃথিৱীৰ গতি
Chapter – 3
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) পৃথিৱীৰ গতি দুটা কি কি ?
(ক) আহ্নিক গতি আৰু দৈনিক গতি
(খ) বাৰ্ষিক গতি আৰু দৈনিক গতি
(গ) আহ্নিক গতি আৰু বাৰ্ষিক গতি
(ঘ) বাৰ্ষিক গতি আৰু পৃথিৱীৰ গতি
উত্তৰ:- (গ) আহ্নিক গতি আৰু বাৰ্ষিক গতি।
(২) পৃথিৱীত দিন আৰু ৰাতি হোৱা অংশক কোনটো কাল্পনিক বৃত্তই দুভাগ কৰিছে?
(ক) উপবৃত্তকাৰ
(খ) পোহৰ বৃত্ত
(গ) মেৰু দণ্ড
(ঘ) এটাও নহয়
উত্তৰ:- (খ) পোহৰ বৃত্ত।
(৩) পৃথিৱীয়ে গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰাক কি বোলে?
(ক) আহ্নিক গতি
(খ) বাৰ্ষিক গতি
(গ) পৃথিৱীৰ গতি
(ঘ) দৈনিক গতি
উত্তৰ:- (গ) পৃথিৱীৰ গতি।
(৪) পৃথিৱীৰ উপৰি ভাগত ঋতু পৰিৱৰ্তন হোৱা কাৰণ কি ?
(ক) বাৰ্ষিক গতি
(খ) আহ্নিক গতি
(গ) এটাও নহয়
(ঘ) ক আৰু খ দুয়োটা
উত্তৰ:- (ক) বাৰ্ষিক গতি।
(৫) যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক কি বোলে?
(ক) পৰিভ্ৰমন বা বাৰ্ষিক গতি
(খ) অধিবৰ্ষ বা লিপয়েৰ
(গ) শীত ঋতু
(ঘ) বৰ্ষা ঋতু
উত্তৰ:- (খ) অধিবৰ্ষ বা লিপয়েৰ।
(৬) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা কিমান?
(ক) ৩৬৫ দিন
(খ) ৩৬৫ ১/২ দিন
(গ) ৩৬৬ দিন
(ঘ) ৩৫৫ দিন
উত্তৰ:- (গ) ৩৬৬ দিন।
(৭) ২০০৮ চনৰ পাছৰ অধিবৰ্ষ কোনটো?
(ক) ২০১০ চন
(খ) ২০১২ চন
(গ) ২০১৩ চন
(ঘ) ২০১৪ চন
উত্তৰ:- (খ) ২০১২ চন।
(৮) পৃথিৱী সূৰ্য্যৰ চৰোওফালে ঘূৰা গতিটোৰ নাম কি ?
(ক) মেৰুদণ্ড
(খ) আহ্নিক গতি
(গ) বাৰ্ষিক গতি
(ঘ) দৈনিক গতি
উত্তৰ:- (গ) বাৰ্ষিক গতি।
(৯) কিমান খ্ৰীষ্টাব্দত কপাৰনিকাছ নামৰ জ্যোতৰ্বৈজ্ঞানিক জনে সূৰ্য্য স্থিৰ বুলি প্ৰমাণ কৰিছিল?
(ক) ১৫১৪ খ্ৰীষ্টাব্দত
(খ) ১৫৬৭ খ্ৰীষ্টাব্দত
(গ) ১৬৪১ খ্ৰীষ্টাব্দত
(ঘ) ১৪৫৪ খ্ৰীষ্টাব্দত
উত্তৰ:- (ক) ১৫১৪ খ্ৰীষ্টাব্দত।
(১০) ৩ জানুৱাৰী তাৰিখে পৃথিৱীৰ আৰু সূৰ্য্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়, এই দূৰত্বক কি বোলে?
(ক) অপসূৰ
(খ) অনুসূৰ
(গ) দূৰত
(ঘ) বাৰ্ষিক
উত্তৰ:- (খ) অনুসূৰ।
(১১) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে?
(ক) ৬৬ ১/২°
(খ) ৬৫ ১/২°
(গ) ৪৫ ১/২°
(ঘ) ক আৰু খ দুয়োটা
উত্তৰ:- (ক) ৬৬ ১/২°।
(১২) ৪ জুলাই তাৰিখে সূৰ্য্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয়, এই দূৰত্বক কি বুলি কোৱা হয়?
(ক) অনুসূৰ
(খ) আধিবৰ্ষ
(গ) অপসূৰ
(ঘ) দৈনিক
উত্তৰ:- (গ) অপসূৰ।
(১৩) কি ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়?
(ক) শীত ঋতু
(খ) গ্ৰীষ্ম ঋতু
(গ) শৰৎ ঋতু
(ঘ) বৰ্ষা ঋতু
উত্তৰ:- (ক) শীত ঋতু।
(১৪) পৃথিৱীক সূৰ্য্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে?
(ক) ৩৬৫ দিন ৯ ঘণ্টা
(খ) ৩৬৫ দিন ৬ ঘণ্টা
(গ) ৩৬৬ দিন ৪ ঘণ্টা
(ঘ) ৩৭৬ দিন ৫ ঘণ্টা
উত্তৰ:- (খ) ৩৬৫ দিন ৬ ঘণ্টা।
(১৫) তাপ, চাপ আৰু আদ্ৰতাৰ ভিত্তিত বছৰটোক প্ৰধানকৈ কেইটা ঋতুত ভাগ কৰা হৈছে ?
(ক) ৩ টা
(খ) ৫ টা
(গ) ৪ টা
(ঘ) ৬ টা
উত্তৰ:- (গ) ৪ টা ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.