Class 6 Social Science MCQ Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডল সমূহ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডল সমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.
Class 6 Social Science MCQ Chapter 4 পৃথিৱীৰ প্ৰধান মণ্ডল সমূহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Notes for All Subject, You can practice these here.
পৃথিৱীৰ প্ৰধান মণ্ডল সমূহ
Chapter – 4
SOCIAL SCIENCE
MULTIPLE CHOICE QUESTION ANSWER
(১) পৃথিৱীৰ উপৰিভাগৰ গোটা বা কঠিন অংশক কি বোলে?
(ক) মহাদেশ
(খ) স্থলভাগ
(গ) জলভাগ
(ঘ) মহাসাগৰ
উত্তৰ:- (খ) স্থলভাগ।
(২) পৃথিৱীৰ স্থলভাগৰ একো একোটা বৃহৎ খণ্ডক কি বোলে?
(ক) স্থলভাগ
(খ) জীৱমণ্ডল
(গ) মহাদেশ
(ঘ) মহাসাগৰ
উত্তৰ:- (গ) মহাদেশ।
(৩) পৃথিৱীত থকা বিশাল পানীভাগৰ একো একোটা বৃহৎ খণ্ডক কি বোলে?
(ক) নদী
(খ) মহাসাগৰ
(গ) মহাদেশ
(ঘ) সমভূমি
উত্তৰ:- (খ) মহাসাগৰ
(৪) পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন ?
(ক) ৭ খন
(খ) ৫ খন
(গ) ৮ খন
(ঘ) ৯ খন
উত্তৰ:- (ক) ৭ খন।
(৫) আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
(ক) ওচেনিয়া
(খ) এছিয়া
(গ) আফ্ৰিকা
(ঘ) প্ৰশান্ত
উত্তৰ:- (খ) এছিয়া ।
(৬) এছিয়া মহাদেশ কোনটো গোলাৰ্ধত অৱস্থিত?
(ক) উত্তৰ গোলৰ্ধত
(খ) দক্ষিণ গোলাৰ্ধত
(গ) পশ্চিম গোলাৰ্ধত
(ঘ) পূৱ গোলাৰ্ধত
উত্তৰ:- (ক) উত্তৰ গোলাৰ্ধত।
(৭) এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা খন —
(ক) য়ুৰেল পৰ্বতমালা
(খ) ৰকি পৰ্বতমালা
(গ) হিমালয়
(ঘ) এটাও নহয়
উত্তৰ:- (ক) য়ুৰেল পৰ্বতমালা।
(৮) পৃথিৱীৰ সৰ্ববৃহৎ ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত?
(ক) এছিয়া মহাদেশত
(খ) ওচেনিয়া মহাদেশত
(গ) আফ্ৰিকা মহাদেশত
(ঘ) ক আৰু খ দুটাতে পৰে
উত্তৰ:- (গ) আফ্ৰিকা মহাদেশত।
(৯) দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক কি বোলে?
(ক) যোজক
(খ) প্ৰণালী
(গ) স্থল ভাগ
(ঘ) জল ভাগ
উত্তৰ:- (ক) যোজক।
(১০) ৰকি পৰ্বমালা ক’ত অৱস্থিত?
(ক) দক্ষিণ আমেৰিকা
(খ) উত্তৰ আমেৰিকা
(গ) এটাও নহয়
(ঘ) ক আৰু খ দুয়োটাতে
উত্তৰ:- (খ) উত্তৰ আমেৰিকা।
(১১) পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন ?
(ক) আমজান নদী
(খ) গঙ্গা নদী
(গ) নীল নদী
(ঘ) যমুনা নদী
উত্তৰ:- (গ) নীল নদী।
(১২) পৃথিৱীৰ আটাইতকৈ বহল নদী কোনটো ?
(ক) আমজান নদী
(খ) ব্ৰহ্মপুত্ৰ নদী
(গ) গঙ্গা নদী
(ঘ) যমুনা নদী
উত্তৰ:- (ক) আমজান নদী ।
(১৩) দুই জলভাগ লগ কৰা ঠেক জলভাগক কি বোলে?
(ক) জলমণ্ডল
(খ) যোজক
(গ) প্ৰণালী
(ঘ) জলপ্ৰপাত
উত্তৰ:- (গ) প্ৰণালী।
(১৪) বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখা তিনিডাল কোনখন মহাদেশৰ মাজেৰে হৈ গৈছে ?
(ক) আফ্ৰিকা মহাদেশ
(খ) ওচেনিয়া মহাদেশ
(গ) ইউৰোপ মহাদেশ
(ঘ) এছিয়া মহাদেশ
উত্তৰ:- (ক) আফ্ৰিকা মহাদেশ।
(১৫) পানমা যোজকে কোন কোন মহাদেশক লগ লগাইছে?
(ক) উত্তৰ আমেৰিকা আৰু আফ্ৰিকাক
(খ) ইউৰোপ আৰু ওচেনিয়াক
(গ) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক
(ঘ) এটাও নহয়
উত্তৰ:- (গ) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.