Class 6 Social Science MCQ Chapter 5 ভূগোল অধ্যয়নৰ আহিলা: মানচিত্ৰ

Class 6 Social Science MCQ Chapter 5 ভূগোল অধ্যয়নৰ আহিলা: মানচিত্ৰ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 5 ভূগোল অধ্যয়নৰ আহিলা: মানচিত্ৰ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 5 ভূগোল অধ্যয়নৰ আহিলা: মানচিত্ৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Chapter 5 ভূগোল অধ্যয়নৰ আহিলা: মানচিত্ৰ Notes for All Subject, You can practice these here.

Chapter – 5

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) গোটেই পৃথৱীখনৰ বিষয়ে একেলগে অধ্যয়ন  কৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ —

(ক) মানচিত্ৰ 

(খ) গোলক

(গ) নক্সা

(ঘ) দিশ

উত্তৰ:- (খ) গোলক।

(২) কাগজ বা তেনে কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্ব অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰালৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ হ’ল —

(ক) মানচিত্ৰ 

(খ) নক্সা

(গ) দিশ

(ঘ) গোলক

উত্তৰ:- (ক) মানচিত্ৰ।

(৩) দেশ মহাদেশ, ৰাজ্য, জিলা আদিৰ চাৰিসীমা দেখুওৱা মানচিত্ৰ কোনবিধ?

(ক) প্ৰাকৃতিক মানচিত্ৰ

(খ) উদ্যোগিক মানচিত্ৰ 

(গ) ৰাজনৈতিক মানচিত্ৰ

(ঘ) উদ্ভিদ মানচিত্ৰ

উত্তৰ:- (গ) ৰাজনৈতিক মানচিত্ৰ।

(৪) জলবায়ু, বৃষ্টিপাত আদি বিশেষ বিষয় দেখুওৱা মানচিত্ৰ কোনবিধ?

(ক) বিষয়ভিত্তিক মানচিত্ৰ

(খ) প্ৰাকৃতিক মানচিত্ৰ

(গ) সাধাৰণ মানচিত্ৰ

(ঘ) ৰাজনৈতিক মানচিত্ৰ

উত্তৰ:- (ক) বিষয়বিত্তিক মানচিত্ৰ।

(৫) মাপনী বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক কেইটা ভাগত ভগাব পাৰি?

(ক) ৩ টা 

(খ) ৪ টা 

(গ) ২ টা 

(ঘ) ৫ টা 

উত্তৰ:- (গ) ২ টা 

(৬) প্ৰাকৃতিক আৰু ৰাজনৈতিক মানচিত্ৰবোৰক কি মানচিত্ৰ বোলে?

(ক) জনসংখ্যা মানচিত্ৰ

(খ) বিষয় ভিত্তিক মানচিত্ৰ

(গ) সাধাৰণ মানচিত্ৰ

(ঘ) মপানি

উত্তৰ:- (গ) সাধাৰণ মানচিত্ৰ।

(৭)  মানচিত্ৰৰ ১ চে. মি. দূৰত্বই ধৰা পৃষ্ঠৰ ১০০ কি. মি. বুজাব। এনে মানচিত্ৰক কি মানচিত্ৰ বোলে?

(ক) ডাঙৰ মাপনীৰ মানচিত্ৰ 

(খ) সৰু মাপনীৰ মানচিত্ৰ

(গ) প্ৰাকৃতিক মানচিত্ৰ

(ঘ) জনসংখ্যা 

উত্তৰ:- (খ) সৰু মাপনিৰ মানচিত্ৰ।

(৮) প্ৰধান দিশ কেইটা?

(ক) চাৰিটা

(খ) তিনিটা

(গ) ছয় টা 

(ঘ) পাঁচটা 

উত্তৰ:- (ক) চাৰিটা।

(৯) মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় তৃতীয় বিধ উপাদান কি? 

(ক) দূৰত্ব

(খ) দিশ

(গ) সাংকেতিক চিহ্ন

(ঘ) মাপনী 

উত্তৰ:- (গ) সাংকেতিক চিহ্ন।

(১০) মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্ন বোৰক কি বোলে?

(ক) প্ৰচলিত চিহ্ন

(খ) সাংকেতিক চিহ্ন

(গ) দিশ

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) প্ৰচলিত চিহ্ন।

(১১) বিভিন্ন চিহ্নৰ নিচিনাকৈ তথ্য উপস্থাপনৰ বাবে মানচিত্ৰত বিভিন্ন কি ব্যৱহাৰ কৰা হয়?

(ক) চিত্ৰ

(খ) ৰঙ 

(গ) চাৰিসীমা

(ঘ) সীমা

উত্তৰ:- (খ) ৰঙ।

(১২) মাপনীৰ সহায় নোলোৱাকৈ অকাঁ আনুমানিক চিত্ৰক কি চিত্ৰ বোলে?

(ক) আৰ্হি চিত্ৰ

(খ) সাংকেতিক চিত্ৰ

(গ) প্ৰচলিত চিত্ৰ

(ঘ) মানচিত্ৰ

উত্তৰ:- (ক) আৰ্হি চিত্ৰ। 

(১৩) যেতিয়া আমি কোনো এখন ঠাইৰ দিশ জানিবলৈ কম্পাছৰ ব্যৱহাৰ কৰোঁ তেতিয়া কম্পাছৰ চুম্বকীয় কাঁটা সদায় কোন মুৱা হৈ থাকে?

(ক) পূব – পশ্চিম মুৱা

(খ) উত্তৰ – পূব মুৱা

(গ) উত্তৰ – দক্ষিণ মুৱা

(ঘ) এটাও নহয় 

উত্তৰ:- (গ) উত্তৰ – দক্ষিণ মুৱা।

(১৪) মানচিত্ৰৰ প্ৰধান উপাদান কেইটা?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা 

উত্তৰ:- (খ) তিনিটা।

(১৫) ধৰাপৃষ্ঠত দুখন ঠাইৰ দূৰত্ব আৰু মানচিত্ৰত একে ঠাইৰ দুখনৰ দূৰত্বৰ অনুপাতক কি বোলে?

(ক) মানচিত্ৰখনৰ মাপনী 

(খ) দূৰত্ব অনুপাত

(গ) ঠাইৰ দূৰত্ব

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) মানচিত্ৰখনৰ মাপনী।

(১৬) ডাঙৰ মাপানীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰক কি বোলে?

(ক) মানচিত্ৰ

(খ) নক্সা

(গ) দূৰত্ব

(ঘ) চিত্ৰ

উত্তৰ:- (খ) নক্সা।

(১৭) মানচিত্ৰত ১ চে. মি. য়ে ধৰাপৃষ্ঠৰ ১০০ মি. বুজাইছে, এনে মানচিত্ৰক কি মানচিত্ৰ বোলে?

(ক) ডাঙৰ মাপনীৰ মানচিত্ৰ

(খ) সৰু মাপনীৰ মানচিত্ৰ

(গ) গোলক

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) ডাঙৰ মাপনীৰ মানচিত্ৰ।

(১৮) বৰ্তমান সময়ত ভূগোলৰ অধ্যায়নৰ বাবে বিভিন্ন প্ৰকাৰৰ কি ব্যৱহাৰ কৰা হয়?

(ক) চিহ্ন

(খ) মানচিত্ৰ

(গ) আহিলা

(ঘ) প্ৰকাৰ 

উত্তৰ:- (গ) আহিলা।

(১৯) গোলকৰ ব্যৱহাৰ ক্ষেত্ৰত কিছুমান কি আছে ?

(ক) সীমাৱদ্ধতা 

(খ) উদ্দেশ্য 

(গ) কাৰণ

(ঘ) উদাহৰণ 

উত্তৰ:- (ক) সীমাৱদ্ধতা ।

(২০) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰা হয় —

(ক) পাহাৰ

(খ) মালভূমি 

(গ) পানী

(ঘ) সমভূমি 

উত্তৰ:- (খ) মালভূমি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top