⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Social Science MCQ Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ

Class 6 Social Science MCQ Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ Solutions, Class 6 Social Science Objective Type Question Answer, Class 6 Social Science MCQ Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science MCQ Notes and select needs one.

Class 6 Social Science MCQ Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Social Science Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Social Science MCQ Chapter 6 পৃথিৱীৰ প্ৰধান ভূঅৱয়ৱ Notes for All Subject, You can practice these here.

Chapter – 6

SOCIAL SCIENCE

MULTIPLE CHOICE QUESTION ANSWER

(১) পৃথিৱীৰ উপৰিভাগত ভূ-অৱয়ৱসমূহ কোন দুটা প্ৰধান প্ৰক্ৰিয়া দ্বাৰা গঠিত হৈছে?

(ক) গতিশীল আৰু জোকাৰণি প্ৰক্ৰিয়া

(খ) আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া

(গ) শিল আৰু হিমবাহ

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া।

(২) পৃথিৱীৰ খোলা টো কিহেৰে গঠিত?

(ক) প্লেট বা ফলক

(খ) হিমবাহ 

(গ) শিল

(ঘ) পাহাৰ 

উত্তৰ:- (ক) প্লেট বা ফলক।

(৩) দুয়োখন গতিশীল ফলক এখনে আনখনৰ ফালে মুখা মুখিকৈ গতি কৰিলে ফলক দুখনৰ মাজত কি অৱস্থাৰ সৃষ্টি হয়?

(ক) টনা – টানি অৱস্থা

(খ)হেচুঁকি  ধৰা অৱস্থা

(গ) ওপৰ – তল অৱস্থা

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) হেচুঁকি ধৰা অৱস্থা।

(৪) কেতিয়াবা কেতিয়াবা ভূআন্দোলনৰ ফলত পৃথিৱীৰ আভ্যন্তৰ ভাগৰ পৰা খোলাটোৰ কোনো দুৰ্বল অংশৰে উত্তপ্ত পদাৰ্থ ওলাই আহি ভূপৃষ্ঠত জমা হৈ কিহৰ গঠন কৰে?

(ক) ভূঅৱয়ৱ

(খ) ভূপৃষ্ঠ

(গ) পৰ্বত

(ঘ) হিমবাহ 

উত্তৰ:- (ক) ভূঅৱয়ৱ।

(৫) ভূঅৱয়ক কিহৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ পৰ্বত – পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হৈছে?

(ক) প্লেট বা ফলক

(খ) উচ্চতা আৰু ঢাল

(গ) ওখ ঠাই

(ঘ) চাপৰ ঠাই

উত্তৰ:- (খ) উচ্চতা আৰু ঢাল।

(৬) প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইক কি বোলে?

(ক) পৰ্বত – পাহাৰ 

(খ) পাহাৰ

(গ) মালভূমি

(ঘ) সমভূমি 

উত্তৰ:- (ক) পৰ্বত – পাহাৰ ।

(৭) পৰ্বতৰ ঢালেৰে নামি অহা বৰফৰ খণ্ডক কি বুলে?

(ক) পৰ্বত

(খ) হিমবাহ

(গ) শিখৰ

(ঘ) মালভূমি

উত্তৰ:- (খ) হিমবাহ ।

(৮) যেতিয়া পৰ্বত পাহাৰৰ এটা অংশ সাগৰ – মহাসাগৰ বা নদীৰ পানীৰ ওপৰলৈ ওলাই থাকে, তেতিয়া তাক কি বুলি কোৱা হয়?

(ক) পৰ্বতমালা

(খ) হিমবাহ

(গ) দ্বীপ

(ঘ) নদী

উত্তৰ:- (গ) দ্বীপ।

(৯) একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক কি বুলে?

(ক) পৰ্বতমালা

(খ) শাখা নলী

(গ) আগ্নেয় পৰ্বত

(ঘ) এটাও নহয় 

উত্তৰ:- (ক) পৰ্বতমালা।

(১০) কোনটো পৰ্বতমালা ইউৰোপৰ পৰা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমৰিকা লৈকে জুৰি আছে?

(ক) হিমালয় পৰ্বতমালা

(খ) এণ্ডিজ পৰ্বতমালা

(গ) ৰকী পৰ্বতমালা

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) এণ্ডিজ পৰ্বতমালা।

(১১) উৎপতিৰ ফালৰ পৰাই পৰ্বত আৰু পাহাৰক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) ছয়টা 

উত্তৰ:- (খ) তিনিটা।

(১২) পৃথিৱীৰ ভিতৰভাগত প্ৰায় গলিত অৱস্থাত থকা পদাৰ্থসমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূ – পৃষ্ঠৰ দুৰ্বল অংশইদি হঠাতে বাহিৰলৈ ওলাই অহা অৱস্থাক কি বোলে?

(ক) জ্বালামুখী বা আগ্নেয়গিৰি 

(খ) স্তুপ অংশ

(গ) লাভা

(ঘ) জুই

উত্তৰ:- (ক) জ্বালামুখী বা আগ্নেয়গিৰি

(১৩) ভূ-আন্দোলনৰ ফলত ফাটৰ যি অংশ ওপৰলৈ উঠি আহি পৰ্বত হয়, তাক কি পৰ্বত বোলে?

(ক) ভাংগিল পৰ্বত

(খ) আগ্নেয় পৰ্বত

(গ) স্তূপ পৰ্বত

(ঘ) লাভা 

উত্তৰ:- (গ) স্তূপ পৰ্বত।

(১৪) কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায়,ইয়াক কি বোলে?

(ক) মালভূমি 

(খ) সমভূমি

(গ) উচ্চ ভূমি

(ঘ) নিম্ন ভূমি 

উত্তৰ:- (ক) মালভূমি।

(১৫) পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি কোনটো

(ক) দাক্ষিণাত্য মালভূমি

(খ) তিব্বত মালভূমি

(গ) উত্তৰ মালভূমি

(ঘ) এটাও নহয় 

উত্তৰ:- (খ) তিব্বত মালভূমি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top