Class 3 Environment Chapter 8 আমাৰ বিদ্যালয়

Class 3 Environment Chapter 8 আমাৰ বিদ্যালয় Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Notes and select need one.

Class 3 Environment Chapter 8 আমাৰ বিদ্যালয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

আমাৰ বিদ্যালয়

Chapter – 8

অনুশীলনী

১। উত্তৰ লিখা–

(ক) অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো কেনেধৰণৰ লিখা।

উত্তৰঃ অঞ্জলি, কাবেৰী, ধীৰেন আৰু ৰফিকুলহঁতৰ শ্ৰেণীকোঠাটো বিদ্যালয়ৰ শ্ৰেণীকোঠাবোৰ আহল-বহল। বতাহ অহা-যোৱা কৰিব পৰা দুৱাৰ-খিৰিকী আৰু ভন্টিলেটৰৰ সু-ব্যৱস্থা আছে।

(খ) দিশ কেইটা আৰু কি কি?

উত্তৰঃ দিশ চাৰিটা। 

সেইকেইটা হ’ল— পূব, পশ্চিম, উত্তৰ, দক্ষিণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) তোমালোকৰ ঘৰৰ চাৰিসীমাটো লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজৰ ঘৰৰ চাৰিসীমাটো লিখা।

(ঘ) গাখীৰ জুখিবলৈ কি স্কেল ব্যৱহাৰ কৰা হয়?

উত্তৰঃ গাখীৰ জুখিবলৈ লিটাৰৰ স্কেল ব্যৱহাৰ কৰা হয়।

২। তোমালোকৰ বিদ্যালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ চাৰিসীমাটো উল্লেখ কৰি এখন নক্সা অংকন কৰা।

৩। খালী ঠাই পূৰ কৰাঃ

(ক) জুলীয়া বস্তু জুখিবলৈ আমি_________ ব্যৱহাৰ কৰোঁ।

উত্তৰঃ লিটাৰ।

(খ) গোটা বস্তু জুখিবলৈ আমি___________ ব্যৱহাৰ কৰোঁ।

উত্তৰঃ দগা।

(গ) মানুহৰ জ্বৰ জোখা যন্ত্ৰটোৰ নাম____________।

উত্তৰঃ থাৰ্মমিটাৰ।

(ঘ) গোটা বস্তুৰ ওজনক___________ বুলি কোৱা হয়।

উত্তৰঃ কিলোগ্ৰাম।

(ঙ) বতৰ চাবলৈ___________ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বেৰ’মিটাৰ।

৪। স্কেল ব্যৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে স্কেল ব্যৱহাৰ কৰি কিতাপৰ এখন নক্সা অংকন কৰা।

৫। এখন প্রাকৃতিক দৃশ্যৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে প্রাকৃতিক দৃশ্যৰ ছবি আঁকি শ্ৰেণীকোঠাৰ বেৰত আঁৰি থোৱা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top