Class 3 Environment Chapter 7 আকাশৰ কথা

Class 3 Environment Chapter 7 আকাশৰ কথা Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Chapter 7 আকাশৰ কথা Notes and select need one.

Class 3 Environment Chapter 7 আকাশৰ কথা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

আকাশৰ কথা

Chapter – 7

অনুশীলনী

১। উত্তৰ লিখা–

(ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি?

উত্তৰঃ দিশ প্ৰধানকৈ চাৰিটা। 

সেইকেইটা হৈছে— পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।

(খ) আকাশত কি কি দেখা পোৱা যায়?

উত্তৰঃ আকাশত বেলি, তৰা, জোন আদি দেখা পোৱা যায়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) চন্দ্রৰ নিজা পোহৰ আছে নে?

উত্তৰঃ চন্দ্ৰৰ নিজা পোহৰ নাই।

(ঘ) বেলিৰ আন এটা নাম কি?

উত্তৰঃ বেলিৰ আন এটা নাম হ’ল সূৰ্য।

(ঙ) ৰামধেনুৰ ৰং কেইটাৰ নাম লিখা।

উত্তৰঃ ৰামধেনুৰ ৰং কেইটাৰ নাম হ’ল— বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

২। শুদ্ধ উত্তৰটো বাছি উলিয়াই ‘√’ চিন দিবা—

(ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্র/সূর্য/তৰাবোৰ আছে।

উত্তৰঃ চন্দ্ৰ।

(খ) পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ ১০/১৫ দিন সময় লাগে।

উত্তৰঃ ১৫ দিন।

(গ) খালী চকুৰে সূর্যলৈ চাব লাগে/নালাগে।

উত্তৰঃ নালাগে।

(ঘ) ৰামধেনুৰ মুঠতে পাঁচটা /সাতটা ৰং।

উত্তৰঃ সাতটা ৰং।

৩। খালী ঠাই পূৰ কৰা—

(ক) সূর্যৰ নিজা তাপ আৰু______________ আছে।

উত্তৰঃ পোহৰ।

(খ) _____________চন্দ্রতকৈ বহুত বেছি গুণে ডাঙৰ।

উত্তৰঃ সূৰ্য।

(গ) তৰাবোৰ আমাৰ পৰা বহুত_____________ থকাৰ কাৰণে সৰু যেন দেখি।

উত্তৰঃ দূৰত

(ঘ) চন্দ্ৰৰ নিজা________________ নাই।

উত্তৰঃ পোহৰ।

৪। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা।

উত্তৰঃ দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নালাগে। কিয়নো এই সময়ছোৱাত বেলিৰ পোহৰে চকু চাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top