Class 3 Environment Chapter 6 আমাৰ যান-বাহন

Class 3 Environment Chapter 6 আমাৰ যান-বাহন Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Chapter 6 আমাৰ যান-বাহন Notes and select need one.

Class 3 Environment Chapter 6 আমাৰ যান-বাহন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

আমাৰ যান-বাহন

Chapter – 6

অনুশীলনী

১। উত্তৰ লিখা–

(ক) তিনিখন যান-বাহনৰ নাম লিখা।

উত্তৰঃ তিনিখন যান-বাহনৰ নাম হ’ল— অম্বুলেন্স, ডাক-ঘৰৰ ৰঙা গাড়ী আৰু স্কুল বাছ।

(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহন চলাচলৰ সুবিধা আছে?

উত্তৰঃ ৰিক্সা, বাইক আৰু স্কুটি।

(গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম হৈছে— ঘোঁৰা গাড়ী আৰু গৰু গাড়ী।

(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম হ’ল— ঘোঁৰা গাড়ী, ঠেলা গাড়ী আৰু গৰু গাড়ী।

(ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয়?

উত্তৰঃ যান-বাহনৰ পৰা আমাৰ বহুত সুবিধা হয়। বাছত উঠি দূৰৰ ঠাইলৈ যাব পাৰি। কম দূৰত্বৰ ঠাইলৈ ৰিক্সা আৰু চাইকেলেৰে অহা-যোৱা কৰা হয়। মালবাহী ৰে’ল-গাড়ীৰে বহুত দূৰলৈ বয়-বস্তু অনা-নিয়া কৰিব পাৰি।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা—

‘ক’‘খ’
মটৰ-গাড়ীআকাশত উৰে।
উৰা-জাহাজমাটিৰ চলে।
ফেৰীজুই নুমোৱাত সহায় কৰে।
মালবাহী ৰে’লপানীত চলে।
অগ্নিনিৰ্বাপক গাড়ীবস্তু অনা-নিয়া কৰে।

উত্তৰঃ

‘ক’‘খ’
মটৰ-গাড়ীমাটিত চলে।
উৰা-জাহাজআকাশত উৰে।
ফেৰীপানীত চলে।
মালবাহী ৰে’লবস্তু অনা-নিয়া কৰে।
অগ্নিনিৰ্বাপক গাড়ীজুই নুমোৱাত সহায় কৰে।

৩। খালী ঠাই পূৰ কৰা—

(ক) ট্ৰাকেৰে________________ দূৰলৈ কঢ়িওৱা হয়।

উত্তৰঃ বয়-বস্তু।

(খ) ঘোঁৰা-গাড়ীৰে___________________ অনা-নিয়া কৰা হয়।

উত্তৰঃ বয়-বস্তু।

৪। তোমাৰ ঘৰৰপৰা তলত দিয়া ঠাইবোৰলৈ কোনবিলাক যান-বাহনেৰে যাবা লিখা। (বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ)

উত্তৰঃ বিদ্যালয়লৈ চাইকেলেৰে, নৈৰ সিপাৰলৈ নাওৰে আৰু দিল্লীলৈ উৰা-জাহাজৰে।

৫। বিভিন্ন যান-বাহনৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top