Class 3 Environment Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী

Class 3 Environment Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী Notes and select need one.

Class 3 Environment Chapter 5 আমাৰ দৈনন্দিন জীৱনত পানী

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

আমাৰ দৈনন্দিন জীৱনত পানী

Chapter – 5

অনুশীলনী

১। উত্তৰ লিখা–

(ক) কি কি উৎসৰ পৰা আমি পানী পাওঁ?

উত্তৰঃ বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ, কুঁৱা আৰু দমকল।

(খ) তুমি আৰু ওচৰ-চুবুৰীয়াই পানী ক’ৰ ক’ৰ পৰা পোৱা?

উত্তৰঃ দমকল, কুঁৱা আৰু টেংকি।

(গ) তোমালোকৰ অঞ্চলত বা ওচৰে-পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা?

উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

(ঘ) দূষিত পানী খোৱাৰ উপযোগী হয়নে?

উত্তৰঃ দূষিত পানী খোৱাৰ উপযোগী নহয়।

(ঙ) পানী কি কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰঃ পানী গা ধুবলৈ ব্যৱহাৰ কৰা হয়, ঘৰ মুচিবলৈ ব্যৱহাৰ কৰা হয়, ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয়, বাগিচাত পানী দিবলৈ, কাপোৰ ধুবলৈ আদি কামত ব্যৱহাৰ কৰা হয়।

(চ) ভূ-জল কি?

উত্তৰঃ আমি পুখুৰী, দমকল, নাদ খান্দি মাটিৰ তলৰ পৰা পানী উলিয়াই আনো। এইবোৰক ভূ-গৰ্ভস্থ পানী বা ভূ-জল বোলে।

২। তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত 0 চিনেৰে ঘেৰ দিয়া—

উত্তৰঃ 

৩। ঘৰত আৰু বিদ্যালয়ত পানীৰ অপচয় দূৰ কৰিবলৈ তুমি কি কৰিবা?

উত্তৰঃ পানী কলটো খুলি থৈ আঁতৰি যাব নালাগে, ফল-মূল, শাক-পাচলি, চাউল-দাইল ধোৱা পানী পেলাই দিব নালাগে।

৪। তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত 0 চিনেৰে ঘেৰ দিয়া—

(ক) গা-ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা

উত্তৰঃ মূৰ ফণিওৱা।

(খ) নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল

উত্তৰঃ পাহাৰ।

(গ) মাছ, হাঁহ, বান্দৰ, ঘৰিয়াল, কাছ

উত্তৰঃ বান্দৰ।

(ঘ) জাহাজ, নাও, ৰে’লগাড়ী, ফেৰী

উত্তৰঃ ৰে’লগাড়ী।

(ঙ) নার্জী, পদুম, ভেট, মেটেকা

উত্তৰঃ নার্জী।

৫। পানী দূষিত হোৱাৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ পানী দূষিত হোৱাৰ তিনিটা কাৰণ হৈছে—

(ক) পুখুৰীত গা ধুলে, গৰু-ম’হে পানী খালে আৰু লেতেৰা বস্তু পৰি থাকিলে পানী দূষিত হয়।

(খ) নদ-নদীত গেলা-পচা বস্তু, মৰা জীৱ-জন্তু পেলালে নদীৰ পানী দূষিত হয়।

(গ) কল-কাৰখানাৰপৰা ওলোৱা পানী নদ-নদী, জান-জুৰি, বিল-পুখুৰী আদিত পৰিলে পানী দূষিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top