Class 12 Biology Important Chapter 10 মানৱ কল্যাণৰ অৰ্থে অণুজীৱ

Class 12 Biology Important Chapter 10 মানৱ কল্যাণৰ অৰ্থে অণুজীৱ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 10 মানৱ কল্যাণৰ অৰ্থে অণুজীৱ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 10

IMPORTANT QUESTION AND ANSWER

১। অনুজীৱ কাক বোলে?

উত্তৰঃ অতি সৰু জীৱ, যাক খালী চকুৰে দেখা নাযায়, তাক অনুজীৱ বোলে।

২। অনুজীৱ চাবলৈ কি ব্যৱহাৰ হয়?

উত্তৰঃ অনুজীৱ চাবলৈ অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ হয়।

৩। অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি?

উত্তৰঃ অনুজীৱৰ ডাঙৰ ভাগবোৰ হ’ল- বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’বা, শেলাই।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাইৰাছৰ বৈশিষ্ট্য কি?

উত্তৰঃ ই কেৱল পোষক কোষৰ ভিতৰতে বংশ বৃদ্ধি কৰে।

৫। দৈত পোৱা লেক্টিক এচিড বেক্টেৰিয়াৰ কাম কি?

উত্তৰঃ দৈৰ পুষ্টিমান বৃদ্ধিত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ কৰে।

৬। কিম্বন প্ৰক্ৰিয়া ক’ত দেখা পায়?

উত্তৰঃ কিম্বন প্ৰক্ৰিয়া দোচা বা ইল্লি বনাওতে দেখা পায়।

৭। Bt সম্পূর্ণ ৰূপ লিখা।

উত্তৰঃ Bt সম্পূর্ণ ৰূপ হ’ল- Bacillus thuringiensis.

৮। Bt cotton ক’ত ব্যৱহৃত হয়?

উত্তৰঃ Bt cotton পোক-পৰুৱা ৰোধ কৰা কটন গছত ব্যৱহৃত হয়।

৯। জৈৱ গেছত মুখ্য উপাদান কি?

উত্তৰঃ জৈৱ গেছত মুখ্য উপাদান হ’ল- মিথেন।

১০। Methanobacterium ক’ত পোৱা যায়?

উত্তৰঃ Methanobacterium তৃণভোজী জীৱৰ অন্ত্ৰত পোৱা যায়।

১১। পেনিচিলিন কোনে সৃষ্টি কৰে?

উত্তৰঃ পেনিচিলিয়াম ভেঁকুৰে সৃষ্টি কৰে।

১২। প্রতিজৈৱিক বস্তুৰ কাৰ্য কি?

উত্তৰঃ প্রতিজৈৱিক বস্তুৰ কাৰ্য হ’ল- অপকাৰী বেক্টেৰিয়া ধ্বংস কৰা।

১৩। পুতিজল ক’ত উৎপন্ন হয়?

উত্তৰঃ পুতিজল পৌৰ আৱৰ্জনা মিশ্ৰিত পানীত উৎপন্ন হয়।

১৪। পুতিজলৰ এক ক্ষতিকাৰক প্ৰভাৱ কি?

উত্তৰঃ পানীৰ O₂ হ্ৰাস হয়।

১৫। নাইট্ৰ’জেন স্থিৰকৰণত সহায়ক অণুজীৱৰ নাম কোৱা।

উত্তৰঃ নাইট্ৰ’জেন স্থিৰকৰণত সহায়ক অণুজীৱৰ নাম হ’ল- ৰাইয’বিয়াম, এর্জট’বেক্টাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top