Class 12 Assamese Important Chapter 6 চিঠি Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 6 চিঠি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
চিঠি
Chapter: 6
| গোট – ১: গদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। শীলভদ্র কিহৰ বাবে জনাজাত?
উত্তৰঃ শীলভদ্র চুটিগল্পৰ বাবে জনাজাত।
২। শীলভদ্ৰ কোন যুগলৈ চুটিগল্প লিখিছিল?
উত্তৰঃ শীলভদ্ৰ একবিংশ শতিকাৰ প্ৰথম দশকলৈকে (মৃত্যু পর্যন্ত) যুগলৈ চুটিগল্প লিখিছিল।
৩। শীলভদ্ৰৰ গল্পৰ বিষয়বস্তু কেনেকুৱা?
উত্তৰঃ শীলভদ্ৰৰ গল্পৰ বিষয়বস্তু বাস্তৱ জীৱনৰ সৰু-সৰু যেন লগা ঘটনা।
৪। শীলভদ্ৰৰ ভাষা আৰু বৰ্ণনা কেনেকুৱা?
উত্তৰঃ শীলভদ্ৰৰ সৰল ভাষা আৰু মেদহীন বৰ্ণনা।
৫। ‘চিঠি’ গল্পখন কোন চনত প্ৰকাশিত?
উত্তৰঃ ‘চিঠি’ গল্পখন ১৯৯৪ চনত প্ৰকাশিত।
৬। ‘চিঠি’ গল্পখন কোন সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘চিঠি’ গল্পখন ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনৰ পৰা লোৱা হৈছে।
৭। শীলভদ্ৰৰ প্ৰকৃত নাম কি?
উত্তৰঃ শীলভদ্ৰৰ প্ৰকৃত নাম হ’ল ৰেৱতীমোহন দত্ত চৌধুৰী।
৮। শীলভদ্ৰৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ শীলভদ্ৰৰ জন্ম ধুবুৰী জিলাৰ গৌৰীপুৰত, ১৯২৪ চনত হৈছিল।
৯। শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনৰ নাম কি?
উত্তৰঃ শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনৰ নাম হ’ল- ‘মধুপুৰ আৰু তৰংগিনী’।
১০। শীলভদ্ৰৰ প্ৰথম গল্প সংকলনৰ নাম কি?
উত্তৰঃ শীলভদ্ৰৰ প্ৰথম গল্প সংকলনৰ নাম হ’ল – ‘বাস্তৱ’।
১১। শীলভদ্ৰ কোন কলেজত গণিতৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল?
উত্তৰঃ শীলভদ্ৰ কটন কলেজত গণিতৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল।
১২। শীলভদ্ৰৰ স্নাতকোত্তৰ ডিগ্ৰী কোন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল?
উত্তৰঃ শীলভদ্ৰৰ স্নাতকোত্তৰ ডিগ্ৰী কলকাতা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল।
১৪। শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনৰ নাম লিখা।
উত্তৰঃ শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনৰ নাম হ’ল— ‘মধুপুৰ আৰু তৰংগিনী’।
১৫। শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ কেতিয়া প্ৰকাশ পাইছিল?
উত্তৰঃ শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ ১৯৭১ চনত প্ৰকাশ পাইছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

