Class 11 History Additional Chapter 11 আধুনিকীকৰণৰ পথত

Class 11 History Additional Chapter 11 আধুনিকীকৰণৰ পথত Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 11 আধুনিকীকৰণৰ পথত Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.

Class 11 History Additional Chapter 11 আধুনিকীকৰণৰ পথত

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 11 আধুনিকীকৰণৰ পথত Notes for All Subject, You can practice these here.

Chapter – 11

ELECTIVE HISTORY

ADDITIONAL QUESTION ANSWER  

অতি চমু প্ৰশ্নোত্তৰঃ

১। চীনদেশে কেতিয়া আধিপত্য বিস্তাৰ কৰিছিল?

উত্তৰঃ চীনদেশে ১৯ শতিকাৰ আৰম্ভণিতে আধিপত্য বিস্তাৰ কৰিছিল।

২। মূল অঞ্চলত কেইখন প্ৰধান নদী আছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মূল অঞ্চলত তিনিখন প্ৰধান নদী আছিল।

৩। ১৭ শতিকাত সংঘৰ সদস্য কিমান হৈছিলগৈ?

উত্তৰঃ ১৭ শতিকাত সংঘৰ সদস্য ৭০,০০০ হাজাৰ অধিক হৈছিলগৈ।

৪। ১৮৭২ চনত জাপানৰ জনসংখ্যা ৩.৫ কোটিৰ পৰা বাঢ়ি ১৯২০ চনত কিমান হৈছিলগৈ?

উত্তৰঃ ১৮৭২ চনত জাপানৰ জনসংখ্যা ৩.৫ কোটিৰ পৰা বাঢ়ি ১৯২০ চনত ৫.৫ কোটি হৈছিলগৈ।

৫। ১৯২৫ চনত জাপানৰ কিমান শতাংশ লোকে নগৰত বাস কৰিছিল?

উত্তৰঃ ১৯২৫ চনত জাপানৰ ২১% লোকে নগৰত বাস কৰিছিল।

৬। কোন চনত ৰুচ জাপান যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ ১৯০৫ চনত ৰুচ জাপান যুদ্ধ সংঘটিত হৈছিল।

৭। জাপানৰ আধুনিকীকৰণৰ পথটো কি তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আছিল?

উত্তৰঃ জাপানৰ আধুনিকীকৰণৰ পথটো পুঁজিবাদী তথ্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

৮। মাৰ্কপ’ল কোন আছিল?

উত্তৰঃ মাৰ্কপ’ল এজন ইটালীৰ পৰিব্ৰাজক আছিল।

৯। চীনা ভাষাটোক ঘৰুৱাভাৱে কি বুলি কোৱা হয়?

উত্তৰঃ চীনা ভাষাটোক ঘৰুৱাভাৱে পুতোনঘূৱা বুলি কোৱা হয়।

১০। চীনাসকলৰ খাদ্য তালিকাত বিশেষকৈ কিহৰ ব্যৱহাৰ দেখা যায়?

উত্তৰঃ চীনাসকলৰ খাদ্য তালিকাত বিশেষকৈ ঘেঁহু আৰু চাউলৰ ব্যৱহাৰ দেখা যায়।

১১। ‘জাপানৰ ইতিহাস আৰু সংস্কৃতি’ শীৰ্ষক পুথিখনৰ ৰচক কোন?

উত্তৰঃ ‘জাপানৰ ইতিহাস ৰচক হ’ল- জৰ্জ ছোমছোম।

১২। নাইটো কোনান কোন আছিল?

উত্তৰঃ নাইটো কোনান চীন দেশত বাস কৰা এজন আগশাৰীৰ জাপানী পণ্ডিত আছিল।

১৩। য়েন কি?

উত্তৰঃ য়েন হ’ল জাপানী মুদ্ৰাৰ নাম।

১৪। ‘আদেশ বা নিদেশতকৈ স্বাধীনতা অধিক মূল্যৱান’ বুলি কোনে কৈছিল?

উত্তৰঃ জাপানৰ সাম্যবাদী নেতা ইউ একি ইমোৰিয়ে তেনেদৰে কৈছিল।

১৫। ডায়েট কি?

উত্তৰঃ ডায়েট হ’ল জাৰ্মান শব্দ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top