Class 11 Education MCQ Chapter 7 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Class 11 Education MCQ Chapter 7 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 7 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.

Class 11 Education MCQ Chapter 7 ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা

Chapter – 7

MULTIPLE CHOICE QUESTION ANSWER

১। কিছুমান বিদ্যানুৰাগী মনিষীয়ে নিজ গৃহতে ছাত্রশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। এই প্রথাটোক কি প্রথা বুলি জনা যায়?

(ক) গুৰুকূল।

(খ) পাঠশালা।

(গ) আশ্ৰম।

(ঘ) ওপৰৰ এটাও নহয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) গুৰুকূল।

২। গুৰুকুল প্রথাৰ পিছত কোন দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল? 

(ক) বিদ্যালয় আৰু কলেজ।

(খ) টোল আৰু পাঠশালা

(গ) পাঠশালা আৰু কলেজ

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) টোল আৰু পাঠশালা।

৩। মুছলমান ৰাজত্বকালত কোন দুবিধ শিক্ষানুষ্ঠানৰ প্রচলন হৈছিল?

(ক) মোক্তাব আৰু মাদ্রাছা।

(খ) পাঠশালা আৰু টোল।

(গ) বিশ্ববিদ্যালয় আৰু পাঠশালা

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ মোক্তাব আৰু মাদ্রাছা।

৪। তলৰ কোনটো এবিধ বৈশিষ্ট্যপূর্ণ পুৰণি শিক্ষাৰ অনুষ্ঠান?

(ক) বিদ্যালয়।

(খ) পাঠশালা।

(গ) বিশ্ববিদ্যালয়।

(ঘ) মাদ্রাছা।

উত্তৰঃ (খ) পাঠশালা।

৫। টোলবোৰৰ শিক্ষাৰ কাল সাধাৰণতে কিমান বছৰৰ পৰা কিমান বছৰলৈ আছিল?

(ক) ৩ বছৰৰ পৰা ৫ বছৰলৈ।

(খ) ৫ বছৰৰ পৰা ৭ বছৰলৈ।

(গ) ৬ বছৰৰ পৰা ৮ বছৰলৈ।

(ঘ) ৭ বছৰৰ পৰা ৯ বছৰলৈ।

উত্তৰঃ (গ) ৬ বছৰৰ পৰা ৮ বছৰলৈ।

৬। অসমৰ ‘সমাজ’ ব্যৱস্থাত প্রচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান কি?

(ক) ভাওনা।

(খ) মেল।

(গ) সত্ৰ।

(ঘ) হৰিণাম।

উত্তৰঃ (গ) সত্ৰ।

৭। কোনটো আন্দোলনৰ সময়ছোৱাত অসমৰ সমাজ আছিল সত্রকেন্দ্রিক?

(ক) চনাতন ধৰ্ম আন্দোলন।

(খ) শাক্ত আন্দোলন।

(গ) বৈষ্ণৱ আন্দোলন।

(ঘ) বৌদ্ধ আন্দোলন।

উত্তৰঃ (গ) বৈষ্ণৱ আন্দোলন।

৮। য’ত লিখাৰ ব্যৱস্থা থাকে তাক কি বোলা হৈছিল?

(ক) মোক্তাব।

(খ) বোল্তা।

(গ) লিপি।

(ঘ) মঞ্জিল।

উত্তৰঃ (ক) মোক্তাব।

৯। মোক্তাব শব্দটো আৰবী কোনটো শব্দৰপৰা অহা?

(ক) কিতাপ।

(খ) কুতুব।

(গ) মাকতাব।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) কুতুব।

১০। মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চ পৰ্যায়ৰ পুৰণি শিক্ষানুষ্ঠান কি?

(ক) মোক্তাব।

(খ) মছজিদ।

(গ) মাদ্ৰাছা।

(ঘ) খানকাহ।

উত্তৰঃ (গ) মাদ্ৰাছা।

১১। কোনটো প্ৰথা ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মিছনেৰী শিক্ষা ব্যৱস্থাৰ এটি বিশেষ প্ৰথা?

(ক) বিনিময় প্ৰথা।

(খ) পাইক প্ৰথা।

(গ) মণিটৰিয়েল প্ৰথা।

(ঘ) যৌতুক প্ৰথা।

উত্তৰঃ (গ) মণিটৰিয়েল প্ৰথা।

১২। কোনে অনাথ ল’ৰা ছেৰিটি স্কুলত তলৰ শ্ৰেণীৰ ছাত্ৰক ওপৰৰ শ্ৰেণীৰ ওজা ছাত্ৰই পঢ়োৱা নিয়ম কৰিছিল?

(ক) ড° এনড্ৰ বেল।

(খ) ড° হিমন্ত বিশ্ব শৰ্মা।

(গ) ড° ভূপেন হাজৰিকা।

(ঘ) ড° বাণীকান্ত কাকতি।

উত্তৰঃ (ক) ড° এনড্ৰ বেল।

১৩। ওপৰৰ শ্ৰেণীৰ বছা বছা ল’ৰাবোৰক ‘মনিটৰ’ পাতি তলৰ শ্ৰেণীক পঢ়াবলৈ দিয়া বাবে এই প্রথাটো কি প্রথা বুলি জনাজাত?

(ক) শিক্ষা।

(খ) টিউটৰিয়েল।

(গ) পুৰোহিত।

(ঘ) মনিটৰিয়েল।

উত্তৰঃ (ঘ) মনিটৰিয়েল।

১৪। কোন ঠাইত মনিটৰিয়েল প্রথাটো ড° বেলৰ নাম অনুসৰি বেল প্রথা বোলা হয়?

(ক) ইংলেণ্ডত।

(খ) ভাৰতত।

(গ) আমেৰিকাত।

(ঘ) ফ্ৰান্সত।

উত্তৰঃ (ক) ইংলেণ্ডত।

১৫। ভাৰতবৰ্ষৰ মাদ্রাজত বেল প্রথাক প্রথমে প্ৰৱৰ্তন কৰা বাবে এই প্রথাক কি প্রথা বুলিও জনা যায়?

(ক) বম্বে।

(খ) দিল্লী।

(গ) মাদ্রাজ।

(ঘ) পুণে।

উত্তৰঃ (ক) মাদ্রাজ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top