Class 11 Education MCQ Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

Class 11 Education MCQ Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.

Class 11 Education MCQ Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.

মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

Chapter – 6

MULTIPLE CHOICE QUESTION ANSWER

১। আচৰণবাদৰ লগত প্রখ্যাত আমেৰিকান মনোবিজ্ঞানী জনৰ নাম কি আছিল?

(ক) জন ডিউই।

(খ) বি এফ স্কিনাৰ।

(গ) জন ব্ৰডাচ ৱাটচন।

(ঘ) এডওয়ার্ড থর্নডাইক।

উত্তৰঃ (গ) জন ব্ৰডাচ ৱাটচন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। জন ব্ৰডাচ ৱাটচনৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৬৫ চনত।

(খ) ১৮৭৮ চনত।

(গ) ১৮৮৫ চনত।

(ঘ) ১৮৯০ চনত।

উত্তৰঃ (খ) ১৮৭৮ চনত।

৩। আচৰণবাদ কিমান চনত জে. বি. ৱাটছনে প্রতিষ্ঠা কৰিছিল?

(ক) ১৯০৫ চনত।

(খ) ১৯১০ চনত।

(গ) ১৯১৩ চনত।

(ঘ) ১৯১৫ চনত।

উত্তৰঃ (গ) ১৯১৩ চনত।

৪। ১৯১৪ চনত ৱাটছনে ৰচনা কৰা বিখ্যাত গ্রন্থখনৰ নাম কি আছিল?

(ক) মনোবিজ্ঞানৰ মূলসূত্ৰ।

(খ) আচৰণ।

(গ) মনৰ গঠন।

(ঘ) প্ৰৱৰ্তন আৰু শিক্ষা।

উত্তৰঃ (খ) আচৰণ।

৫। কিমান চনত ৱাটছনৰ অন্য এখন কিতাপ ‘এজন আচৰণবাদীৰ দৃষ্টিকোণৰ পৰা মনোবিজ্ঞান’ প্রকাশিত হৈছিল?

(ক) ১৯১৫ চনত।

(খ) ১৯১৭ চনত।

(গ) ১৯১৯ চনত।

(ঘ) ১৯২১ চনত।

উত্তৰঃ (গ) ১৯১৯ চনত।

৫। কিমান চনত ৱাটছনে তেওঁৰ তৃতীয়খন বিশিষ্ট গ্ৰন্থ ‘আচৰণবাদ’ লিখিছিল?

(ক) ১৯২০ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯২৫ চনত।

(ঘ) ১৯২৮ চনত।

উত্তৰঃ (গ) ১৯২৫ চনত।

৬। প্রয়োজন শব্দটোৰ অৰ্থ কি?

(ক) ইচ্ছা।

(খ) আৱশ্যক।

(গ) সুখ।

(ঘ) আশা।

উত্তৰঃ (খ) আৱশ্যক।

৭। আব্রাহাম মাচলোই প্রয়োজনসমূহক কেইপ্ৰকাৰ বুলি উল্লেখ কৰিছিল?

(ক) তিনি প্ৰকাৰ।

(খ) চাৰি প্ৰকাৰ।

(গ) পাঁচ প্ৰকাৰ।

(ঘ) এক প্ৰকাৰ।

উত্তৰঃ (গ) পাঁচ প্ৰকাৰ।

৮। “প্ৰেৰণা” শব্দটোৰ অৰ্থ কি?

(ক) ইচ্ছা।

(খ) নিৰাশা।

(গ) উদগনি বা উৎসাহ।

(ঘ) আৱেগ।

উত্তৰঃ (গ) উদগনি বা উৎসাহ।

৯। কোনজন মানোবিজ্ঞানে কৈছিল প্ৰেৰণা এক প্ৰকাৰ জীৱদেহ মনৰ প্ৰৱণতা?

(ক) জন ডিউই।

(খ) চিগ্‌মণ্ড ফ্ৰয়েড।

(গ) ক্লউজমেইযাৰ।

(ঘ) আলফ্ৰেড এডলাৰ।

উত্তৰঃ (গ) ক্লউজমেইযাৰ।

১০। শৰীৰৰ ভিতৰৰ যিবিলাক অৱস্থাই প্রাণীক একোটা বিশেষ কাম কৰিবলৈ প্ৰস্তুত কৰায়, তেনে অৱস্থাটোক কি বুলি কোৱা হয়?

(ক) অনুভূতি।

(খ) অভিলাষ।

(গ) চিন্তা।

(ঘ) প্ৰেৰণা।

উত্তৰঃ (ঘ) প্ৰেৰণা।

১১। কোনজন মানোবিজ্ঞানে কৈছিল যে সকলো ব্যক্তিৰ নানাধৰণৰ মৌলিক প্ৰেৰণা আছে?

(ক) চি. এল, হাল।

(খ) আলফ্ৰেড এডলাৰ।

(গ) চিগ্‌মণ্ড ফ্ৰয়েড।

(ঘ)  ক্লউজমেইযাৰ।

উত্তৰ: (ক) চি. এল, হাল।

১২। ব্যক্তিসকলক কাম কাজত প্রবৃত্ত কৰাৰ উদ্দেশ্যটো কি?

(ক) চিন্তা।

(খ) অভিপ্রায়।

(গ) আকাংক্ষা।

(ঘ) উত্তেজনা।

উত্তৰঃ (খ) অভিপ্রায়।

১৩। “Instinctus” শব্দটোৰ অৰ্থ কি? 

(ক) Impulse.

(খ) Desire.

(গ) Behaviour.

(ঘ) Emotion.

উত্তৰঃ (ক) Impulse.

১৪। ‘Instinct’ শব্দটো কোন ভাষাৰ পৰা আহিছে? 

(ক) গ্ৰীক।

(খ) লেটিন।

(গ) ইংৰাজী।

(ঘ) ফ্ৰেন্স।

উত্তৰঃ (খ) লেটিন।

১৫। ‘প্রবৃত্তি’ শব্দটোৰ দ্বাৰা কি বুজোৱা হয়? 

(ক) ইচ্ছা।

(খ) অনুভূতি।

(গ) অনিইচ্ছা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ইচ্ছা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top