Class 11 Education MCQ Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Question Answer, HS 1st year Education MCQ Solutions, Class 11 Education MCQ Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Education Objective Type Solutions and select needs one.
Class 11 Education MCQ Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Education Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Education MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
মানসিক জীৱনৰ শাৰীৰিক ভিত্তি
Chapter – 5
MULTIPLE CHOICE QUESTION ANSWER
১। দেহৰ প্ৰধান আৰু প্রয়োজনীয় অংশ কি?
(ক) ৰক্ত সঞ্চালন তন্ত্র।
(খ) পাচনতন্ত্র।
(গ) মাংসপেশী তন্ত্র।
(ঘ) স্নায়ুতন্ত্র।
উত্তৰঃ (ঘ) স্নায়ুতন্ত্র।
২। মানসিক জীবনৰ মূল ভেটি কি?
(ক) মস্তিষ্কৰ গঠন।
(খ) স্নায়ুতন্ত্রৰ কার্যকলাপ।
(গ) হৰম’ন সঞ্চালন।
(ঘ) ৰক্ত সঞ্চালন।
উত্তৰঃ (খ) স্নায়ুতন্ত্রৰ কার্যকলাপ।
৩। স্নায়ুকোষৰ সংখ্যা আনুমানিক কিমান লক্ষ কোটিমান হয় বুলি অনুমান কৰা হৈছে?
(ক) ৮ লক্ষ কোটিমান।
(খ) ১২ লক্ষ কোটিমান।
(গ) ১৫ লক্ষ কোটিমান।
(ঘ) ২০ লক্ষ কোটিমান।
উত্তৰঃ (খ) ১২ লক্ষ কোটিমান।
৪। কোষদেহৰ কেইটা অংশ আছে?
(ক) তিনিটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) সাতটা।
উত্তৰঃ (খ) চাৰিটা।
৫। তলৰ কোনটো কোষদেহৰ অংশ?
(ক) কোষপ্ৰাচীৰ।
(খ) মাংসপেশী।
(গ) অন্তঃকোষীয় পদাৰ্থ।
(ঘ) ৰক্তৰ কণিকা।
উত্তৰঃ (ক) কোষপ্ৰাচীৰ।
৬। কোষদেহৰ কেইটা শাখা আছে?
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (খ) দুটা।
৭। তলৰ কোনটো কোষদেহৰ এটা শাখা?
(ক) এক্সন।
(খ) নিউক্লিয়াস।
(গ) মাইটোকণ্ড্ৰিয়া।
(ঘ) সাইটোপ্লাজম।
উত্তৰঃ (ক) এক্সন।
৮। নিউৰণৰ কাৰ্যকলাপ লক্ষ্য কৰি কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) দুটা।
(খ) এটা।
(গ) তিনিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (গ) তিনিটা।
৯। এটা নিউৰণৰ শেষ প্ৰান্তৰ লগত অইন এটা নিউৰণৰ প্ৰথম প্ৰান্তৰ মিলন ক্ষেত্র বা সংযোগস্থলকে কি বুলি কোৱা হয়?
(ক) সন্নিকর্ষ।
(খ) এক্সন।
(গ) নিউৰোট্ৰান্সমিটাৰ।
(ঘ) স্নায়ু তন্তু।
উত্তৰঃ (ক) সন্নিকর্ষ।
১০। স্নায়ুতন্ত্রক কেইটা ভাগত ভগোৱা হৈছে?
(ক) তিনিটা।
(খ) ছয়টা।
(গ) দুইটা।
(ঘ) সাতটা।
উত্তৰঃ (ক) তিনিটা।
১১। তলৰ কোন দুটা নিউৰণৰ প্রধান কাম?
(ক) উদ্দীপনা আৰু পৰিবহণ।
(খ) উত্তেজনা আৰু শোষণ।
(গ) চিন্তা আৰু স্মৃতি।
(ঘ) হৰম’ন আৰু স্নায়ু সংকেত।
উত্তৰঃ (ক) উদ্দীপনা আৰু পৰিবহণ।
১২। ৰাজহাড়ডাল কেইটা পৃথক খণ্ড অস্থিৰে গঠিত?
(ক) ৩৩/৩৪
(খ) ৩২/৩৩
(গ) ৩০/৩১
(ঘ) ৩৪/৩৫
উত্তৰঃ (ক) ৩৩/৩৪
১৩। স্বাভাৱিকতে এজন মানুহৰ মস্তিষ্কৰ ওজনৰ পৰিমাণ কিমান গ্রাম হয়?
(ক) ১৬০০ গ্ৰাম।
(খ) ১৩০০ গ্ৰাম।
(গ) ১৫০০ গ্ৰাম।
(ঘ) ১৪৫০ গ্ৰাম।
উত্তৰঃ (ঘ) ১৪৫০ গ্ৰাম।
১৪। মূৰৰ লাওখোলাৰ (Skull) ভিতৰত থকা বগা কোমল পদার্থখিনিক কি বুলি কোৱা হয়?
(ক) মজ্জা।
(খ) মস্তিষ্ক।
(গ) শিৰা।
(ঘ) স্নায়ু তন্তু।
উত্তৰঃ (খ) মস্তিষ্ক।
১৫। দেহৰ স্নায়ুসমূহৰ প্রধান গতিপথ কি ?
(ক) মেৰুমজ্জা।
(খ) মস্তিষ্ক।
(গ) স্নায়ু তন্তু।
(ঘ) মাইটোকণ্ড্ৰিয়া।
উত্তৰঃ (ক) মেৰুমজ্জা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.