Class 11 Education Important Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Class 11 Education Important Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Education Important Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন Solutions in Assamese and select need one. Class 11 Education Additional Solutions Assamese Medium Download PDF. HS 1st Year Education Important Question Answer Assamese Medium.

Class 11 Education Important Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Education Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Education Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 3

IMPORTANT QUESTION AND ANSWER

১। স্কুল মানে কি?

উত্তৰঃ স্কুল হৈছে আধুনিক শিক্ষাৰ প্রধান উপাদান।

২। স্কুলীয়া শিক্ষাক প্রধানকৈ কেইটা স্তৰত বিভক্ত কৰা হয়?

উত্তৰঃ স্কুলীয়া শিক্ষাক প্রধানকৈ চাৰিটা স্তৰত বিভক্ত কৰা হয়।

৩। স্কুলীয়া শিক্ষাৰ চাৰিটা স্তৰসমূহ কি কি?

উত্তৰঃ স্কুলীয়া শিক্ষাৰ চাৰিটা স্তৰসমূহ হ’ল- প্রাক প্রাথমিক (৩-৬) বছৰলৈ, প্রাথমিক (৬-৯) বছৰ, উচ্চ-মাধ্যমিক (১০-১৬) বছৰ আৰু উচ্চতৰ মাধ্যমিক (১৭-১৯) বছৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বিদ্যালয় প্রতিষ্ঠানৰ কাৰকসমূহ লিখা?

উত্তৰঃ বিদ্যালয় প্রতিষ্ঠানে তলত দিয়া কাৰকসমূহ অন্তর্ভুক্ত কৰে-

(i) বৈষয়িক সম্পদ (Physical Resources)।

(ii) মানৱ সম্পদসমূহ (Human Resources)।

(iii) পাঠ্যক্রম আৰু সহপাঠ্যক্রমিক কার্যাৱলী (Curriculum and co-curricular activities)।

৫। প্রযুক্তি বিদ্যাৰ ক্ষেত্ৰত ‘কম্পিউটাৰ’ কি?

উত্তৰঃ প্রযুক্তি বিদ্যাৰ ক্ষেত্ৰত ‘কম্পিউটাৰ’ এবিধ বৈদ্যুতিক শক্তিচালিত যন্ত্র।

৬। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ চাৰ্লছ বেবেজ (Charles Babbage) নামৰ এজন ইংৰাজ লোকে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল।

৭। IBM ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ IBM ৰ সম্পূৰ্ণ নামটো হ’ল- International Business Machines.

৮। কম্পিউটাৰ প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ কম্পিউটাৰ প্ৰথমতে চৰকাৰ আৰু ডাঙৰ নিগম (Large Corporation) সমূহে ব্যৱহাৰ কৰিছিল।

৯। কম্পিউটাৰৰ মূল অংশ কেইটা?

উত্তৰঃ কম্পিউটাৰৰ মূল অংশ পাঁচটা।

১০। কম্পিউটাৰ নেটৱৰ্ক বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ অসংখ্য কম্পিউটাৰৰ যোগসূত্রকে কম্পিউটাৰ নেটৱৰ্ক বোলা হয়।

১১। ইণ্টাৰনেট সংযোগ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ লিখা?

উত্তৰঃ ইণ্টাৰনেট সংযোগ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ হ’ল-

(i) এটা কম্পিউটাৰ।

(ii) এটা যোগাযোগ স্থাপন কৰিব পৰা ছফ্টৱেৰ।

(iii) এটা টেলিফোন লাইন।

(iv) এটা ম’ডেম।

১২। নেটৱৰ্ক বুলিলে কি বুজা?

উত্তৰঃ অসংখ্য কম্পিউটাৰৰ যোগসূত্রকে নেটৱৰ্ক বোলা হয়।

১৩। চি ডি ৰোমৰ সম্পূৰ্ণ ৰূপটো লিখা?

উত্তৰঃ চি ডি ৰোমৰ সম্পূৰ্ণ ৰূপটো হ’ল কম্পেক্ট ডিক্স ৰিড অন্ লি মেম’ৰী (Compact Disc-Read Only memory)।

১৪। দূৰালাপ সম্মিলনৰ প্ৰকাৰৰসমূহ লিখা?

উত্তৰঃ দূৰালাপ সম্মিলনৰ প্ৰকাৰৰসমূহ হ’ল-

(i) শ্রব্য দূৰালাপ সম্মিলন (Audio Teleconferencing)।

(ii) দৃশ্য দূৰালাপ সম্মিলন (Video Teleconferencing)।

(iii) কম্পিউটাৰ দূৰালাপ সম্মিলন (Computer Teleconferencing)।

১৫। কম্পিউটাৰৰ মূল অংশসমূহ লিখা?

উত্তৰঃ কম্পিউটাৰৰ মূল অংশসমূহ হ’ল-

(i) ইনপুট আহিলা (Input equipment)

(ii) আউটপুট আহিলা (Output equipment)

(iii) স্মৃতি গোট (A memory store)

(iv) প্ৰণালীৰ গোট (Processing unit)

(v) নিয়ন্ত্রক গোট (Control unit)

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top