Class 10 Elective Geography Additional Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography Additional Chapter আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল4 Solutions, SEBA Class 10 Elective Geography Extra and Short Type Question Answer, Class 10 Elective Geography Additional Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective Geography Additional Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Notes and select needs one.

Class 10 Elective Geography Additional Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective Geography Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective Geography Extra Notes for All Subject, You can practice these here.

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Chapter – 4

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। আমেৰিকা যুক্তৰাষ্ট্ৰক কেইটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয়।

২। আমেৰিকা যুক্তৰাষ্ট্ৰক কেইটা জলবায়ৱীয় অঞ্চলত ভাগ কৰিব পাৰি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ টা জলবায়ৱীয় অঞ্চলত ভাগ কৰিব পাৰি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। আমেৰিকা যুক্তৰাষ্ট্ৰত কপাহী বস্ত্ৰৰ উদ্যোগবোৰ কেইটা অঞ্চলত কেন্দ্ৰীভূত হৈ আছে?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত কপাহী বস্ত্ৰৰ উদ্যোগবোৰ তিনিটা অঞ্চলত কেন্দ্ৰীভূত হৈ আছে।

৪। কিমান চনত নিউ ইংলেণ্ডৰ ৰোড আইলেণ্ডত প্ৰথম কপাহী কাপোৰৰ কাৰখানা স্থাপিত হৈছিল?

উত্তৰঃ ১৭৯০ চনতে নিউ ইংলেণ্ডৰ ৰোড আইলেণ্ডত প্ৰথম কপাহী কাপোৰৰ কাৰখানা স্থাপিত হৈছিল।

৫। যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ শতকৰা কিমান জন মানুহ নগৰবাসী?

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ শতকৰা ৭৬ জন মানুহ নগৰবাসী।

৬। পূব প্ৰান্তত অৱস্থিত দেশৰ সৰ্ববৃহৎ মহানগৰী নিউয়ৰ্কৰ জনসংখ্যা কিমান?

উত্তৰঃ পূব প্ৰান্তত অৱস্থিত দেশৰ সৰ্ববৃহৎ মহানগৰী নিউয়ৰ্কৰ জনসংখ্যা হ’ল ২২ নিযুত।

৭। কোনখন ৰাষ্ট্ৰ বিশ্বৰ উন্নত দেশসমূহৰ অন্যতম?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ উন্নত দেশসমূহৰ অন্যতম।

৮। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰ বৃটিছ অধীনৰ পৰা মুক্তি পাইছিল?

উত্তৰঃ ১৭৭৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ বৃটিছ অধীনৰ পৰা মুক্তি পাইছিল।

৯। আমেৰিকা যুক্তৰাষ্ট্ৰ কোনখন মহাদেশত অৱস্থিত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত।

১০। আমেৰিকা যুক্তৰাষ্ট্ৰ কি জলবায়ুৰ অন্তৰ্গত?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ নীতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত।

১১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কলোম্বিয়া জিলাৰ ৱাশ্বিংটন ডি.চি.।

১২। আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ কেইনম্বৰ বৃহৎ দেশ?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ।

১৩। কোন অঞ্চলত দেশৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়?

উত্তৰঃ আপেলেছিয়ান উচ্চভূমি অঞ্চলত দেশৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়।

১৪। আপেলেছিয়ান অঞ্চল কি সম্পদত চহকী?

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top