SEBA Class 9 Assamese Important Chapter 9 ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

SEBA Class 9 Assamese Important Chapter 9 ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 9 ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 9

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। ড° হেমন্ত কুমাৰ শৰ্মাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ পিপলিবাৰী গাঁৱত।

২। ড° হেমন্ত কুমাৰ শৰ্মাৰ মৃত্যু কেতিয়া হয়?

উত্তৰঃ ১৯৯২ খ্ৰীষ্টাব্দৰ ১৮ জানুৱাৰীত।

৩। ড° শৰ্মাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অসমীয়া সাহিত্যৰ দৃষ্টিপাত আৰু সাহিত্য বিচিত্রা।

৪। ড° শৰ্মাই কিমানখন গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰঃ একুৰিৰো অধিক।

৫। ড° শৰ্মাই কোনখন বিশ্ববিদ্যলয়ৰ অধিনত পি.এইচ ডি লাভ কৰিছিল?

উত্তৰঃ গুৱাহাটী বিদ্যালয়ৰ অধিনত।

৬। ‘অবাৰিত’ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ বাধা নোহোৱা।

৭। ‘অবিনাশী’ শব্দই কি বুজায়?

উত্তৰঃ যাৰ বিনাশ নাই।

৮। সংগীত কাক বোলে?

উত্তৰঃ গীত, বাদ্য আৰু নৃত্যৰ সমহলয়ক সংগীত বোলে।

৯। সুকুমাৰ কলা কি?

উত্তৰঃ কবিতা, সংগীত, চিত্রবিদ্যা স্থাপত্য আৰু ভাস্কৰ্য্য এই পাঁচবিধক সু-কুমাৰ কলা বোলে।

১০। খ্রীষ্টধর্ম প্রবর্তক যীচুৰ জন্ম ক’ত হৈছিল।

উত্তৰঃ জেৰুজালেমত।

খালী ঠাই পূৰ কৰা-

১। ভাৰত এখন _____________ আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।

উত্তৰঃ ভাৰত এখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।

২। ভাৰতৰ _____________ বৈচিত্ৰ্য বিশ্বৰ ভিতৰত বিশেষ।

উত্তৰঃ ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য বিশ্বৰ ভিতৰত বিশেষ।

৩। ভাষা, ধৰ্ম, সংস্কৃতিৰ ভিন্নতাৰ মাজতো ভাৰতত গভীৰ _____________ আছে।

উত্তৰঃ ভাষা, ধৰ্ম, সংস্কৃতিৰ ভিন্নতাৰ মাজতো ভাৰতত গভীৰ ঐক্য আছে।

৪। সাধু-সন্তসকলৰ আদৰ্শই ভাৰতত ____________ প্ৰৱণতা গঢ়ি তুলিছে।

উত্তৰঃ সাধু-সন্তসকলৰ আদৰ্শই ভাৰতত উদাৰচিন্তাৰ প্ৰৱণতা গঢ়ি তুলিছে।

৫। উৎসৱ-পাৰ্বণে সকলো ধৰ্ম আৰু জাতিৰ মানুহক _____________ সূত্ৰত বান্ধে।

উত্তৰঃ উৎসৱ-পাৰ্বণে সকলো ধৰ্ম আৰু জাতিৰ মানুহক একে সূত্ৰত বান্ধে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top