⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 9 Assamese Important Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ

SEBA Class 9 Assamese Important Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটিত লেখক কোন?

উত্তৰঃ জয়ন্ত মাধৱ বৰা।

২। জয়ন্ত মাধৱ বৰাই কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল?

উত্তৰঃ পদার্থ বিজ্ঞানত।

৩। কোনখন উপন্যাসৰ বাবে জাদৱ মহন্তই অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘অমৃত’।

৪। কিমান চনত জাদৱ মহন্তই বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰে?

উত্তৰঃ ২০১৯ চনত।

৫। কিমান চনত জাদৱ মহন্তই সাহিত্য অঁকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ ২০১৭ চনত।

৬। কোনখন গল্প-সংকলনৰ বাবে জাদৱ মহন্তই অসম সাহিত্য অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে?

উত্তৰঃ ‘জাকৈয়া ছোৱালী’।

৭। বিজ্ঞান এক ___________।

উত্তৰঃ বিজ্ঞান এক সংস্কৃতি।

৮। কলুষিত শব্দৰ অৰ্থ লিখা?

উত্তৰঃ কলংকযুক্ত।

৯। দেহাবয়ব শব্দই কি বুজায়?

উত্তৰঃ দেহৰ গঠন।

১০। মানসিক শব্দৰ অৰ্থ লিখা?

উত্তৰঃ মনৰ প্ৰকৃতি সম্পৰ্কীয়।

খালী ঠাই পূৰ কৰা-

১। অন্ধবিশ্বাস সাধাৰণতে __________ আৰু __________ৰ ফলত জন্ম লয়।

উত্তৰঃ অন্ধবিশ্বাস সাধাৰণতে অজ্ঞতা, আৰু ভয়ৰ ফলত জন্ম লয়।

২। কুসংস্কাৰে মানুহৰ চিন্তাশক্তি আৰু __________ বন্ধ কৰি দিয়ে।

উত্তৰঃ কুসংস্কাৰে মানুহৰ চিন্তাশক্তি আৰু যুক্তিবোধ বন্ধ কৰি দিয়ে।

৩। লেখকৰ মতে, সমাজ উন্নয়নৰ পথত আগবাঢ়ি __________ দৃষ্টিভংগী গ্ৰহণ কৰা উচিত।

উত্তৰঃ লেখকৰ মতে, সমাজক উন্নয়নৰ পথত আগবাঢ়িব বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰা উচিত।

৪। কুসংস্কাৰৰ বিৰোধিতা কৰাৰ বাবে মানুহ __________ হ’ব লাগিব।

উত্তৰঃ কুসংস্কাৰৰ বিৰোধিতা কৰাৰ বাবে মানুহ সচেতন হ’ব লাগিব।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top