SEBA Class 9 Assamese Important Chapter 7 সময়

SEBA Class 9 Assamese Important Chapter 7 সময় Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 7 সময়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। সময় পাঠটিৰ লেখক কোন?

উত্তৰঃ নীলমণি ফুকন।

২। নীলমণি ফুকনৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ ১৮৮০ চনত ডিব্ৰুগড় জিলাত।

৩। নীলমণি ফুকনৰ পিতৃৰ নাম কি আছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ লম্বোধৰ খাৰঘৰীয়া ফুকন।

৪। নীলমণি ফুকনৰ দুটিমান সাহিত্যিক কীর্তি উল্লেখ কৰা?

উত্তৰঃ চিন্তামণি’ ‘মানসী’।

৫। নীলমণি ফুকন কোন দুখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ আলোচনী আৰু ন জোন।

৬। নীলমণি ফুকন অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ শিৱসাগৰ।

৭। ‘সময়’ পাঠৰ কেন্দ্ৰীয় বিষয় কি?

উত্তৰঃ সময়ানুবর্তিতা।

৮। সময়ৰ মূল্যায়ন কিহৰ জৰিয়তে কৰিব পাৰি?

উত্তৰঃ কৰ্মৰ জৰিয়তে।

৯। কল্প মানে কি বুজা?

উত্তৰঃ হিন্দু শাস্ত্ৰসতে ব্ৰহ্মাৰ এদিন এৰাতি, এই কালৰ দৈৰ্ঘ্য এহেজাৰ যুগ বা চাৰিশ বত্রিশ কোটি বছৰ।

১০। বাঁহতল শব্দৰ অৰ্থ লিখা?

উত্তৰঃ বিশৃংখল বা অশান্তিকৰ ঠাই বা অৱস্থা।

খালী ঠাই পূৰ কৰা-

১। সময় নামৰ প্ৰবন্ধখনৰ লেখক ___________।

উত্তৰঃ সময় নামৰ প্ৰবন্ধখনৰ লেখক নীলমণি ফুকন।

২। সময় মানে জীৱনৰ ___________ সম্পদ।

উত্তৰঃ সময় মানে জীৱনৰ অমূল্য সম্পদ।

৩। __________ সদ্ব্যৱহাৰ কৰাৰ অৰ্থ জীৱনক সফল কৰাৰ চেষ্টা।

উত্তৰঃ সময়ৰ সদ্ব্যৱহাৰ কৰাৰ অৰ্থ জীৱনক সফল কৰাৰ চেষ্টা।

৪। সময় __________ বৈ গৈ থাকে।

উত্তৰঃ সময় অৱিৰতভাৱে বৈ গৈ থাকে।

৫। সময়ৰ সঠিক ব্যৱহাৰে মানুহক __________ লাভ কৰাত সহায় কৰে।

উত্তৰঃ সময়ৰ সঠিক ব্যৱহাৰে মানুহক উন্নতি লাভ কৰাত সহায় কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top