⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 9 Assamese Important Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ

SEBA Class 9 Assamese Important Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ লেখক কোন?

উত্তৰঃ সত্যনাথ বৰা।

২। সত্যনাথ বৰাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৬০ চনত।

৩। সত্যনাথ বৰাৰ জন্ম ক’ত হয়?

উত্তৰঃ গুৱাহাটীৰ ভৰলুমুখত।

৪। সত্যনাথ বৰাৰ ৰচনাসমূহ কোনকেইখন আলোচনীত প্রকাশ পায়?

উত্তৰঃ ‘আসাম বন্ধু’, ‘মৌ’ জোনাকী বিজুলী আদি।

৫। সত্যনাথ বৰাৰ ৰচনাৰীতিৰ বৈশিষ্ট এটা উল্লেখ কৰা?

উত্তৰঃ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা ঠাঁচৰ উপযুক্ত ব্যৱহাৰ।

৬। ‘সাৰথি’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ সত্যনাথ বৰাই।

৭। ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ সত্যনাথ বৰাৰ।

৮। সত্যনাথ বৰা কি পেচাত নিযুক্ত আছিল?

উত্তৰঃ ওকালতি।

৯। সত্যনাথ বৰাই সম্পদনা কৰা কাকতখনৰ নাম কি আছিল?

উত্তৰঃ জোনাকী।

১০। সত্যনাথ বৰাই সম্পদনা কৰা ‘জোনাকী’ কাকতখন ক’ৰ পৰা ওলায়?

উত্তৰঃ গুৱাহাটীৰ পৰা।

খালী ঠাই পূৰ কৰা-

১। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র __________।

উত্তৰঃ ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র মিঠা মাত।

২। সদব্যৱহাৰত _________ মিহলালে তাৰো উপকাৰ সৰহ হয়।

উত্তৰঃ সদব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়।

৩। গুপ্ত কথা লুকাই ৰাখিব পৰা এটা __________ গুণ।

উত্তৰঃ গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ।

৪। শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক _________ দিয়া হয়।

উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

৫। সোণৰ জেউতি _________ কৰিলে নকমে।

উত্তৰঃ সোণৰ জেউতি অমান্য কৰিলে নকমে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top