SEBA Class 9 Assamese Important Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন

SEBA Class 9 Assamese Important Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 10 পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 10

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। ৰাজস্থানৰ ৰাজধানী কি?

উত্তৰঃ জয়পুৰ।

২। পিপলান্ত্ৰী গাঁওখন ক’ত অৱস্থিত?

উত্তৰঃ জয়পুৰ পৰা ৩৫০ কিলোমিটাৰ আঁতৰত অৱস্থিত।

৩। কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে ‘গ্রীণিজ ৱলৰ্জ ৰেকৰ্ড’ছত স্থান পাইছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ মাৰ্বল পাথৰৰ বাবে।

৪। মানুহে কিহৰ বাবে হাঁহাকাৰ কৰিবলগীয়া হয়?

উত্তৰঃ বিশুদ্ধ বতাহৰ বাবে।

৫। ‘Tree Sisters’ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ আর্জেন্টিনাৰ এটা দলে।

৬। শ্যাম সুন্দৰ পালিৱালৰ জন্মৰ সময়ত পিপলান্ত্ৰি গাঁৱৰ কেনে আছিল?

উত্তৰঃ দুখলগা আছিল।

৭। শ্যাম সুন্দৰ পালিৱালৰ মাতৃৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স কিমান আছিল?

উত্তৰঃ ছবছৰ।

৮। ভূগৰ্ভৰ পানী কিমান ফুট তললৈ নামি গৈছিল?

উত্তৰঃ ৮০০ ফুট।

৯। কিমান চনত শ্যামসুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰে?

উত্তৰঃ ২০০৫ চনত।

১০। শ্যাম সুন্দৰ পালিৱালৰ কন্যাৰ নাম কি আছিল?

উত্তৰঃ কিৰণ।

খালী ঠাই পূৰ কৰা-

১। পিপলান্তি গাঁওখন ______________ ৰাজ্যত অৱস্থিত।

উত্তৰঃ পিপলান্তি গাঁওখন ৰাজস্থান ৰাজ্যত অৱস্থিত।

২। শ্যাম সুন্দৰ পালিৱালে _______________ আৰম্ভ কৰিছিল।

উত্তৰঃ শ্যাম সুন্দৰ পালিৱালে ‘কিৰণ নিধি যোজনা’ আৰম্ভ কৰিছিল।

৩। গাঁৱৰ প্ৰতিজনী কন্যাৰ জন্মত ______________ টা গছপুলি ৰোপণ কৰা হয়।

উত্তৰঃ গাঁৱৰ প্ৰতিজনী কন্যাৰ জন্মত ১১১-টা গছপুলি ৰোপণ কৰা হয়।

৪। ______________ সন্তানৰ বাবে ৩১,০০০ টকা বেংকত ফিক্সড ডিপ’জিট হিচাপে ৰখা হয়।

উত্তৰঃ কন্যা সন্তানৰ বাবে ৩১,০০০ টকা বেংকত ফিক্সড ডিপ’জিট হিচাপে ৰখা হয়।

৫। গছৰ ৰোপণে _____________ পানীৰ স্তৰ ওপৰলৈ আনি সহায় কৰে।

উত্তৰঃ গছৰ ৰোপণে ভূগৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ আনি সহায় কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top