SEBA Class 9 Assamese Important Chapter 11 যুঁজ

SEBA Class 9 Assamese Important Chapter 11 যুঁজ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 11 যুঁজ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 11

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। ড° মৃণাল কলিতাৰ জন্ম ক’ত হয়?

 উত্তৰঃ কামৰূপ জিলাৰ বামুন্দীত।

২। ড° মৃণাল কলিতাৰ উপন্যাস খনৰ নাম কি?

উত্তৰঃ ‘বকুল ফুলৰ দৰে’।

৩। ড° মৃণাল কলিতাৰ এখন গ্ৰন্থৰ নাম লিখা?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ অনুশীলন।

৪। মৃত্যুৰ সিপাৰে গল্পখন কাৰ ৰচনা?

উত্তৰঃ ড° মৃণাল কলিতাৰ।

৫। ড° মৃণাল কলিতাৰ ৰচনা সংকলন এখনৰ নাম লিখা?

 উত্তৰঃ ‘গড ফাদাৰৰ হাত আৰু চয়তানৰ মগজু’।

৬। ড° মৃণাল কলিতাৰ গণিত বিষয়ক ৰচনাৰ পুথি এখনৰ নাম লিখা?

উত্তৰঃ গণিতৰ বৰ্ণিল জগত।

৭। ‘যুঁজ’ গল্পটোৰ কিহৰ ছবি অংকন কৰা হৈছে?

উত্তৰঃ এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখন অংকন কৰা হৈছে।

৮। পকনীয়া শব্দৰ অৰ্থ লিখা?

উত্তৰঃ নৈৰ সোঁতৰ পাক।

৯। যান-বাহনৰ দুৱাৰত ভৰি থোৱা ঠাইক কি বুলি কোৱা হয় ?

উত্তৰঃ পাওদানি।

১০। সঞ্চিত শব্দই কি বুজাই?

উত্তৰঃ সাঁচি থোৱা।

খালী ঠাই পূৰ কৰা-

 ১। সিদ্ধাৰ্থৰ বন্ধু ______________ সহায়ৰ হাত আগবঢ়ায়।

উত্তৰঃ সিদ্ধাৰ্থৰ বন্ধুৱে নিৰ্মলতাৰ সহায়ৰ হাত আগবঢ়ায়।

২। সিদ্ধাৰ্থই ______________ দোকানীজনৰ পৰা ড্ৰাগছ ল’বলৈ আৰম্ভ কৰিছিল।

উত্তৰঃ সিদ্ধাৰ্থই পাণ দোকানীজনৰ পৰা ড্ৰাগছ ল’বলৈ আৰম্ভ কৰিছিল।

৩। মহেন্দ্ৰ মাষ্টৰে চুৰিৰ অভিযোগত ______________ ক সন্দেহ কৰে।

উত্তৰঃ মহেন্দ্ৰ মাষ্টৰে চুৰিৰ অভিযোগত সিদ্ধার্থ ক সন্দেহ কৰে।

৪। ______________ দোকানখনৰ ফালে আগবাঢ়ি গ’ল।

উত্তৰঃ নিৰ্মল দোকানখনৰ ফালে আগবাঢ়ি গ’ল।

৫। সিদ্ধাৰ্থ প্রায় _____________ বিদ্যালয়লৈ যোৱা নাই।

উত্তৰঃ সিদ্ধাৰ্থ প্রায় এসপ্তাহ বিদ্যালয়লৈ যোৱা নাই।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top