SEBA Class 9 Assamese Important Chapter 12 লোকসংস্কৃতি

SEBA Class 9 Assamese Important Chapter 12 লোকসংস্কৃতি Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 12 লোকসংস্কৃতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 12

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। লোক সংস্কৃতিৰ পাঠটিৰ লিখক কোন?

উত্তৰঃ ড° নবীন চন্দ্ৰ শৰ্মা।

২। লোক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?

উত্তৰঃ লোক সংস্কৃতি বোলা হয়।

৩। লোক সমাজক কোন সময়ৰ কথাৰ অধিক সমাদৰ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পুৰণীৰ দিনৰ কথা।

৪। লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?

উত্তৰঃ ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়।

৫। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথা পুথিখনৰ নাম কি?

উত্তৰঃ বুঢ়ী আইৰ সাধু।

৬। আবু শব্দৰ অৰ্থ লিখা?

উত্তৰঃ আইতা।

৭। পষ মানে কি?

 উত্তৰঃ পোন্ধৰ দিনৰ সময়সীমা।

৮। বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰে পৰিপূৰ্ণ এখন ধৰ্মীয় পুথিৰ নাম লিখা?

উত্তৰঃ জাতক।

৯। জাতক কি ভাষাত ৰচিত?

উত্তৰঃ পালি।

১০। সমল মানে কি?

উত্তৰঃ দ্রব্য।

খালী ঠাই পূৰ কৰা-

১। লোক বা গঞালোকসকল সাধাৰণতে __________ বাস কৰে।

উত্তৰঃ লোক বা গঞালোকসকল সাধাৰণতে গাঁৱে-ভূঞে বাস কৰে।

২। লোককৃষ্টিৰ সাধাৰণ উত্তৰণেই ____________।

উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণেই লোকসংস্কৃতি।

৩। লোকসাহিত্যৰ ভিতৰত একেবাৰে মুখে মুখে চলি অহা সাহিত্যক _____________ বোলা হয়।

উত্তৰঃ লোকসাহিত্যৰ ভিতৰত একেবাৰে মুখে মুখে চলি অহা সাহিত্যক বাচিক সাহিত্য বোলা হয়।

৪। সমাজৰ পৰিৱৰ্তনৰ লগে লগে _____________ পৰিৱৰ্তন ঘটে।

উত্তৰঃ সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে।

৫। লোকনাটত সংলাপৰ তুলনাত _____________ আৰু _____________ৰ গুৰুত্ব বেছি।

উত্তৰঃ লোকনাটত সংলাপৰ তুলনাত গীত, আৰু নৃত্য ৰ গুৰুত্ব বেছি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top