⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 9 Assamese Important Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন

SEBA Class 9 Assamese Important Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 13

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। ‘হনুমন্তৰ লঙ্কাদৰ্শন’ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ মাধৱ কন্দলি।

২। ‘হনুমন্তৰ লঙ্কাদর্শন কবিতাটো কোনখন পুথিৰ পৰা অনা হৈছে?

উত্তৰঃ মাধৱ কন্দলীৰ, সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা।

৩। ‘হনুমন্ত’ মানে কোন?

উত্তৰঃ হনুমান।

৪। হনুমানে ক’ৰ পৰা লঙ্কানগৰী দেখিবলৈ পাইছিল?

উত্তৰঃ ত্রিকূট পৰ্বতৰ ওপৰৰ পৰা।

৫। লংঙ্কানগৰী দেখিবলৈ কেনেকুৱা?

উত্তৰঃ সাগৰৰ ভিতৰত থকা দুখন যেন সুন্দৰ নগৰ সদৃশ।

৬। ‘অম্ৰাৱতী’ মানে কি?

উত্তৰঃ ইন্দ্ৰৰ ৰাজধানী খনক অভ্ৰাৱতী নগৰ বুলি কোৱা হয়।

৭। ‘পৱন-নন্দন কোন?

উত্তৰঃ পৱন নন্দন মানে হনুমান।

৮। ‘ইসৱ কাহিনী কহিবাকো লাগে লাজ’- ইয়াত কিহৰ লাজৰ কথা কোৱা হৈছে?

উত্তৰঃ মহাবীৰ হনুমানে যে বুদ্ধিৰ নিজৰ ৰূপ সলাইসাগৰ পৰা হৈ আহি লংকানগৰী পাইছিল সেই কথাকে, হনুমানে ক’বলৈ লাজ লাগে বুলি কৈছে।

৯। ‘কাশ্যপ নন্দন’ কাক বুজা?

উত্তৰঃ সূর্য।

১০। হনুমানে কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল?

উত্তৰঃ মেকুৰীৰ ৰূপ ধৰি।

খালী ঠাই পূৰ কৰা-

১। হনুমানে ______________ পৰ্বতৰ ওপৰত লংকা নগৰ দেখিছিল।

উত্তৰঃ হনুমানে ত্ৰিকূট পৰ্বতৰ ওপৰত লংকা নগৰ দেখিছিল।

২। লংকা নগৰৰ গড়বোৰ _______________ৰে নিৰ্মাণ কৰা হৈছিল।

উত্তৰঃ লংকা নগৰৰ গড়বোৰ সুবৰ্ণ ৰে নিৰ্মাণ কৰা হৈছিল।

৩। হনুমানে _______________ পাৰ হৈ লংকালৈ গৈছিল।

উত্তৰঃ হনুমান সাগৰ পাৰ হৈ লংকালৈ গৈছিল।

৪। বিশ্বকর্মাই নিৰ্মাণ কৰা নগৰক _______________ বুলি বৰ্ণনা কৰা হৈছে।

উত্তৰঃ বিশ্বকর্মাই নিৰ্মাণ কৰা নগৰক অভাৱতী বুলি বৰ্ণনা কৰা হৈছে।

৫। হনুমানে লংকা নগৰ দেখাৰ সময় _____________ বেলা আছিল।

উত্তৰঃ হনুমানে লংকা নগৰ দেখাৰ সময় গধূলি বেলা আছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top