SEBA Class 9 Assamese Important Chapter 14 সুখ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.
SEBA Class 9 Assamese Important Chapter 14 সুখ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.
সুখ
Chapter: 14
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্রশ্নোত্তৰ:
১। ‘সুখ’ নামৰ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালা।
২। মানুহ কিহৰ বাবে বলিয়া?
উত্তৰঃ সুখৰ বাবে।
৩। কবিয়ে মানুহক কিয় ‘দিন-কনা’ বুলি কৈছে?
উত্তৰঃ দেখিও নেদেখাৰ কোৰাণ।
৪। কাৰ পাছে পাছে মুখ ফুৰে বুলি কবিয়ে কৈছে?
উত্তৰঃ যিয়ে স্বাৰ্থ বলিদান দিব পাৰে।
৫। ‘অকল নিজৰ নিমিত্তে নহয়’— আমাৰ জীৱন ভাই তেন্তে আমাৰ জীৱন কাৰ বাবে?
উত্তৰঃ পৰৰ কাৰণেও আমি ভাবিব লাগে।
৬। সংসাৰত দুখ কিদৰে নোহোৱা হ’ব?
উত্তৰঃ পৰক আপোন কৰিব পাৰিলে।
৭। কবিয়ে কাক আপোন বুলিছে?
উত্তৰঃ পৃথিৱীৰ সকলো নৰ-নাৰীক।
৮। পৃথিৱীৰ সকলোকে কাৰ সন্তান বুলি কবিয়ে কৈছে?
উত্তৰঃ পৰম-পিতাৰ।
৯। কবিয়ে ‘পৱিত্ৰব্ৰত’ হিচাপে কি লোৱাৰ কথা কৈছে?
উত্তৰঃ মানুহৰ সেৱা-মানুহৰ পূজা।
১০। ‘মোহৰ জাল’ শব্দৰ অৰ্থ কি?
উত্তৰঃ মানুহৰ মোহ-মায়াকে বুজাইছে।
খালী ঠাই পূৰ কৰা-
১। সুখ বিচাৰোঁতে পায় সংসাৰত ______________।
উত্তৰঃ সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ।
২। যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ________________।
উত্তৰঃ যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে।
৩। পৰৰ কাৰণে খাটিব পাৰিলে, ______________ সুখৰ ঠাই।
উত্তৰঃ পৰৰ কাৰণে খাটিব পাৰিলে, সংসাৰ সুখৰ ঠাই।
৪। _____________মানুহবোৰ সুখী হয়।
উত্তৰঃ নিস্বাৰ্থ মানুহবোৰ সুখী হয়।
৫। ‘সুখ’ কবিতাটো ______________ ৰ পৰা অনা হৈছে।
উত্তৰঃ ‘সুখ’ কবিতাটো ‘জিলিকনি’ৰ পৰা অনা হৈছে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


