SEBA Class 8 Science MCQ Chapter 17 তৰা আৰু সৌৰজগত

SEBA Class 8 Science MCQ Chapter 17 তৰা আৰু সৌৰজগত Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 17 তৰা আৰু সৌৰজগত Notes and select need one.

SEBA Class 8 Science MCQ Chapter 17 তৰা আৰু সৌৰজগত

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

তৰা আৰু সৌৰজগত

Chapter – 17

MCQ

১। কিমান চনত নিল আর্মস্ট্রং চন্দ্রত পদার্পণ কৰিছিল?

(i) ২১ জুলাই ১৯৬৯

(ii) ২৫ জুলাই ১৯৬৯

(iii) ১৫ জুলাই ১৯৬৯

(iv) ২০ জুলাই ১৯৬৯

উত্তৰঃ (i) ২১ জুলাই ১৯৬৯

২। সূৰ্যৰ পৰা আলফা ছেণ্টউৰি তৰাটোৰ দূৰত্ব কিমান?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ৪০,০০০,০০০,০০০,০০০ কি.মি.

(ii) ১৫০,০০০,০০০ কি.মি

(iii) ৫০০,০০০,০০০,০০০ কি.মি.

(iv) ১০,০০০,০০০,০০০ কি.মি.

উত্তৰঃ (i) ৪০,০০০,০০০,০০০,০০০ কি.মি.

৩। আলফা ছেণ্টউৰি তৰাটোৰ দূৰত্ব পৃথিবীৰ পৰা কিমান আলোক বৰ্ষ?

(i) ১.২

(ii) ৪.৩

(iii) ২.৫

(iv) ৫.৭

উত্তৰঃ (ii) ৪.৩

৪। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান আলোক মিনিট?

(i) ২

(ii) ৬

(iii) ৮

(iv) ৯

উত্তৰঃ (iii) ৮

৫। অৰিঅ’ন (Orion) তাৰকাপুঞ্জৰ অন্য নাম কি?

(i) ত্রিভুজ।

(ii) কালপুৰুষ।

(iii) দ্ৰষ্টা।

(iv) নিৰীক্ষক।

উত্তৰঃ (ii) কালপুৰুষ।

৬। কিমান চনত পৰ্যন্ত সৌৰজগতত নটা গ্ৰহ আছিল বুলি ধৰা হৈছিল?

(i) ২০০৬ চনত।

(ii) ২০০৮ চনত।

(iii) ২০০৯ চনত।

(iv) ২০১০ চনত।

উত্তৰঃ (i) ২০০৬ চনত।

৭। সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত্বত থকা গ্ৰহটোৰ নাম কি?

(i) মংগল।

(ii) শনি।

(iii) প্লুটো।

(iv) পৃথিৱী।

উত্তৰঃ (iii) প্লুটো।

৮। কিমান চনত আন্তঃৰাষ্ট্রীয় জ্যোতির্বিজ্ঞান সংস্থাই গ্রহ সম্পর্কে এটা নতুন সংজ্ঞা নির্ধাৰণ কৰে?

(i) ২০০৫ চনত।

(ii) ২০০৬ চনত।

(iii) ২০০৭ চনত।

(iv) ২০০৮ চনত।

উত্তৰঃ (ii) ২০০৬ চনত।

৯। সমতল দুখন পৰস্পৰে কিমান কোণত হেলনীয়া হৈ থাকে?

(i) ২৩.৫°

(ii) ২৪.৬°

(iii) ২৫.৬°

(iv) ২৬.৭°

উত্তৰঃ (i) ২৩.৫°

১০। মংগল গ্ৰহটো কি ৰঙেৰে দেখা যায়?

(i) কলা।

(ii) বগা।

(iii) নীলা।

(iv) ৰঙা।

উত্তৰঃ (iv) ৰঙা।

১১। সৌৰজগতৰ কোন গ্রহটি সূৰ্যৰ নিকটতম আৰু ক্ষুদ্রতম?

(i) বুধ।

(ii) মংগল।

(iii) শুক্র।

(iv) বৃহস্পতি।

উত্তৰঃ (i) বুধ।

১২। সৌৰজগতৰ কোন গ্রহটিত জীৱৰ অৱস্থিতি আছে?

(i) মংগল।

(ii) বৃহস্পতি।

(iii) শুক্র।

(iv) পৃথিৱী।

উত্তৰঃ (iv) পৃথিৱী।

১৩। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্রহ কোনটো?

(i) শনি।

(ii) বৃহস্পতি।

(iii) মঙ্গল।

(iv) শুক্ৰ।

উত্তৰঃ (ii) বৃহস্পতি।

১৪। বৃহস্পতিক কিয় সহজেই চিনাক্ত কৰিব পাৰি?

(i) ইয়াৰ আকাৰৰ বাবে।

(ii) ইয়াৰ উপগ্ৰহৰ বাবে।

(iii) ইয়াৰ আঙঠিৰ বাবে।

(iv) ইয়াৰ উজ্জ্বলতাৰ বাবে।

উত্তৰঃ (iv) ইয়াৰ উজ্জ্বলতাৰ বাবে।

১৫। বৃহস্পতিৰ পাছত কোনটো গ্ৰহ আছে?

(i) মঙ্গল।

(ii) শুক্ৰ।

(iii) শনি।

(iv) বুধ।

উত্তৰঃ (iii) শনি।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top