SEBA Class 6 Charitra Path MCQ Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ

SEBA Class 6 Charitra Path MCQ Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 2 শিষ্টাচাৰ বা সজ আচৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 2

প্ৰথম খণ্ড

১। তলৰ কোনটো পৰিয়ালৰ ল’ৰা-ছোৱালীৰ আচৰণবোৰ সাধাৰণতে সজ হয়?

(i) অবজ্ঞাসূচক।

(ii) সংস্কৃতিৱান।

(iii) অনুশাসনহীন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) সংস্কৃতিৱান।

২। কিহৰ দ্বাৰা মানুহৰ সজ আচৰণত প্ৰকাশ পায়?

(i) বাহ্যিক সৌন্দর্য।

(ii) সজ চৰিত্ৰ বা সংস্কৃতি।

(iii) ধন-সম্পদ।

(iv) উচ্চ শিক্ষাই।

উত্তৰঃ (ii) সজ চৰিত্ৰ বা সংস্কৃতি।

৩। এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ হ’লে, সেই সমাজখনৰ প্ৰতিজন মানুহৰ আচৰণ কেনেকুৱা হ’ব লাগিব?

(i) অবজ্ঞাসূচক।

(ii) অহংকাৰী।

(iii) সজ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) সজ।

৪। সজ আচৰণৰ মূল কি?

(i) অবজ্ঞা।

(ii) বিনয় বা নম্রতা।

(iii) অহংকাৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) বিনয় বা নম্রতা।

৫। বয়সত সৰু সকলৰ প্ৰতি সদায় কেনেকুৱা ব্যৱহাৰ কৰিব লাগে?

(i) স্নেহপূৰ্ণ।

(ii) কঠোৰ।

(iii) অবজ্ঞাসূচক।

(iv) উদাসীন।

উত্তৰঃ (i) স্নেহপূৰ্ণ।

৬। উপমন্যুয়ে গুৰুৰ আশ্ৰমত কি চৰাইছিল?

(i) ছাগলী।

(ii) গৰু।

(iii) ম’হ।

(iv) ঘোঁৰা।

উত্তৰঃ (ii) গৰু।

৭। পৰিয়ালটো চলোৱাত বিভিন্ন বিষয়ৰ সিদ্ধান্ত কোনে গ্রহণ কৰে?

(i) ককা-আইতাই।

(ii) পিতৃ-মাতৃয়ে।

(iii) খুড়া-খুড়ীয়ে।

(iv) ভাই-ভনীয়ে।

উত্তৰঃ (ii) পিতৃ মাতৃয়ে।

৮। বহু সময়ত ল’ৰা-ছোৱালীয়ে মাক বাপেকক বেয়া ব্যৱহাৰ কৰাও দেখা যায়, ইয়াৰ কাৰণ কি?

(i) সংস্কৃতিৰ অভাৱ।

(ii) শিক্ষা বৃদ্ধি।

(iii) স্বাস্থ্য সমস্যা।

(iv) সম্পদৰ অভাৱ।

উত্তৰঃ (i) সংস্কৃতিৰ অভাৱ।

৯। ৰামে কেইবছৰ বনবাস খাটিছিল?

(i) দশ বছৰ।

(ii) ত্রয়োদশ বছৰ।

(iii) চৈধ্য বছৰ।

(iv) এক বছৰৰ।

উত্তৰঃ (iii) চৈধ্য বছৰ।

১০। ৰামে কাক কাক লৈ বনলৈ গৈছিল?

(i) বন্ধু-বান্ধৱক।

(ii) পিতৃ-মাতৃক।

(iii) লক্ষ্মণ আৰু পত্নী সীতাক।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) লক্ষ্মণ আৰু পত্নী সীতাক।

১১। হজৰত মহম্মদে তেওঁৰ কেইজন শিষ্যৰ লগত ধৰ্মৰ আলোচনা কৰিছিল?

(i) তিনিজন।

(ii) দুজন।

(iii) চাৰিজন।

(iv) পাঁচজন।

উত্তৰঃ (iii) চাৰিজন।

১২। আগৰ দিনত মানুহে কিহক বিমুখ কৰাটো বৰ অধৰ্মৰ কথা বুলি ভাবিছিল?

(i) ধন-সম্পত্তিক।

(ii) মগনীয়াক।

(iii) মন্দ লোকক।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) মগনীয়াক।

১৩। প্রকৃততে কেনেকুৱা মানুহক সহায় কৰা আমাৰ কৰ্তব্য?

(i) ধনী লোকক।

(ii) নিঃসহায় মগনীয়াক।

(iii) নিজৰ আত্মীয়-স্বজনক।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) নিঃসহায় মগনীয়াক।

১৪। পুৰণি কালত ভাৰতবৰ্ষত ঋষি-মুনিসকলে নিজ ঘৰতে ৰাখি ছাত্ৰসকলক কি শিকাইছিল?

(i) খেলা-ধূলা।

(ii) বিদ্যা।

(iii) সংগীত।

(iv) কৃষি।

উত্তৰঃ (ii) বিদ্যা।

১৫। পুৰণি কালত বিদ্যালয়বিলাকক কি বোলা হৈছিল?

(i) পাঠশালা।

(ii) গুৰুগৃহ।

(iii) বিদ্যালয়।

(iv) মন্দিৰ।

উত্তৰঃ (ii) গুৰুগৃহ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top