SEBA Class 6 Charitra Path MCQ Chapter 1 নিজৰ প্ৰতি কৰ্তব্য

SEBA Class 6 Charitra Path MCQ Chapter 1 নিজৰ প্ৰতি কৰ্তব্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Chapter 1 নিজৰ প্ৰতি কৰ্তব্য Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 1 নিজৰ প্ৰতি কৰ্তব্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম খণ্ড

১। প্রকৃতার্থত মানুহ হোৱাই হ’ল-

(i) স্বাৰ্থপৰতা।

(ii) ত্যাগৰ স্বীকাৰ।

(iii) জীৱনৰ কৰ্তব্য।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) জীৱনৰ কৰ্তব্য।

২। মানুহ হৈছে সামাজিক-

(i) প্ৰাণী।

(ii) জীৱ।

(iii) উদ্ভিদ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) জীৱ।

৩। কিহৰ ওপৰত মানুহৰ ভাল-বেয়া নিৰ্ভৰ কৰে?

(i) সমাজৰ।

(ii) পৰিয়ালৰ।

(iii) চৰকাৰৰ।

(iv) বিদ্যালয়ৰ।

উত্তৰঃ (i) সমাজৰ।

৪। বিনয়, সংযম, সত্যবাদিতা, দয়া, ক্ষমা, প্রেম, ভক্তি, ত্যাগ, নিঃস্বার্থতা আদিয়েই হ’ল-

(i) শিক্ষাৰ গুণ।

(ii) সামাজিক কৰ্তব্য।

(iii) দেশৰ নিয়ম।

(iv) মানৱীয় গুণ।

উত্তৰঃ (iv) মানৱীয় গুণ।

৫। তলৰ কোনটোৱে মানৱীয় গুণবোৰৰ শিক্ষা দিয়ে?

(i) বিজ্ঞান।

(ii) ধর্ম।

(iii) খেলা-ধূলা।

(iv) শিল্প।

উত্তৰঃ (ii) ধর্ম।

৬। সকলো ধৰ্মৰেই মূল শিক্ষাবিলাক একে আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই মূল শিক্ষাবিলাকক আমি সার্বজনীন কি বুলিব পাৰোঁ?

(i) ধৰ্ম নীতি।

(ii) সামাজিক কৰ্তব্য।

(iii) মানৱ-ধর্ম।

(iv) নৈতিক গুণ।

উত্তৰঃ (iii) মানৱ-ধর্ম।

৭। কোন মানুহে কেতিয়াও ত্যাগ স্বীকাৰ কৰিব নোৱাৰে?

(i) সত্যবাদী।

(ii) স্বাৰ্থপৰ।

(iii) দেশভক্ত।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) স্বাৰ্থপৰ।

৮। ত্যাগ আৰু স্বাৰ্থপৰতা দুটা কি গুণ?

(i) সম্পৰ্কীয় গুণ।

(ii) সাদৃশ্য গুণ।

(iii) বিপৰীতধর্মী গুণ।

(iv) একে গুণ।

উত্তৰঃ (iii) বিপৰীতধর্মী গুণ।

৯। ত্যাগে মানুহক কি কৰি তোলে?

(i) পূজ্য আৰু জনপ্রিয়।

(ii) নিন্দাভাজন আৰু অপ্ৰিয়।

(iii) শক্তিশালী আৰু ধনী।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) পূজ্য আৰু জনপ্রিয়।

১০। স্বাৰ্থপৰতাই মানুহক কি কৰি তোলে?

(i) সৎ আৰু ধর্মপ্ৰাণ।

(ii) নিন্দাভাজন আৰু অপ্ৰিয়।

(iii) সাহসী আৰু দায়িত্ববান।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) নিন্দাভাজন আৰু অপ্ৰিয়।

১১। ত্যাগৰ আন এটা জিলিকি থকা দৃষ্টান্ত হ’ল-

(i) ৰাম।

(ii) কৃষ্ণ।

(iii) চাণক্য।

(iv) পান্নাকাই।

উত্তৰঃ (iv) পান্নাকাই।

১২। পান্নাবাই কোন আছিল?

(i) ৰাজকুমাৰী।

(ii) দেশভক্ত।

(iii) মেৱাৰৰ ৰাজ পৰিয়ালৰ ৰাজকুমাৰী। 

(iv) মেৱাৰৰ ৰাজ পৰিয়ালৰ ধাই।

উত্তৰঃ (iv) মেৱাৰৰ ৰাজ পৰিয়ালৰ ধাই।

১৩। তলৰ কোনটো মানুহে সহজে অইন মানুহৰ প্ৰিয় হ’ব পাৰে?

(i) অহংকাৰী।

(ii) বিনয়ী।

(iii) স্বাৰ্থপৰতা।

(iv) নম্ৰতা।

উত্তৰঃ (ii) বিনয়ী।

১৪। স্বাৰ্থপৰতাৰ দোষটোৰ কাৰণে মানুহে বহু সময়ত কি ভোগ কৰিব লগা হয়?

(i) আনন্দ।

(ii) শান্তি।

(iii) দুখ-যন্ত্রণা।

(iv) সাফল্য।

উত্তৰঃ (iii) দুখ-যন্ত্রণা।

১৫। তলৰ কোনটো এটা ডাঙৰ দোষ?

(i) স্বাৰ্থপৰতা।

(ii) মৰম।

(iii) দয়া।

(iv) ক্ষমা।

উত্তৰঃ (i) স্বাৰ্থপৰতা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top