🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 6 Charitra Path MCQ Chapter 3 প্ৰতিৱেশীৰ প্ৰতি কর্তব্য

SEBA Class 6 Charitra Path MCQ Chapter 3 প্ৰতিৱেশীৰ প্ৰতি কর্তব্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Charitra Path MCQ Chapter 3 প্ৰতিৱেশীৰ প্ৰতি কর্তব্য Solutions and select need one. SEBA Class 6 Charitra Path MCQ Question Answers Download PDF. SCERT Charitra Path MCQ Class 6 Solutions.

SEBA Class 6 Charitra Path MCQ Chapter 3 প্ৰতিৱেশীৰ প্ৰতি কর্তব্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Charitra Path MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Charitra Path MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম খণ্ড

১। আমাৰ ঘৰৰ ওচৰত বাস কৰা লোকসকলক কি বোলা হয়?

(i) প্ৰতিৱেশী।

(ii) আত্মীয়।

(iii) অতিথি।

(iv) বন্ধুবৰ্গ।

উত্তৰঃ (i) প্ৰতিৱেশী।

২। এজন মানুহৰ শিক্ষা-দীক্ষা, সংস্কৃতি আদি কিছু পৰিমাণে কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(i) তেওঁ খোৱা খাদ্যৰ ওপৰত।

(ii) চুবুৰিৰ পৰিৱেশৰ ওপৰত।

(iii) নিজৰ ধনৰ ওপৰত।

(iv) পৰ্যটনস্থলৰ ওপৰত।

উত্তৰঃ (ii) চুবুৰিটোৰ পৰিৱেশৰ ওপৰত।

৩। চহৰৰ একোটা চুবুৰিত কোন কোন ধৰ্মাৱলম্বী মানুহে বাস কৰে?

(i) হিন্দু।

(ii) মুছলমান।

(iii) খ্রীষ্টান আৰু জৈন।

(iv) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (iv) ওপৰৰ আটাই কেইটা।

৪। বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত কি স্থাপন কৰিব পাৰিলে চুবুৰিটোত এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিব।

(i) সম্ভাৱ।

(ii) সৌভ্রাতৃত্ব।

(iii) বিদ্বেষ।

(iv) ভিন্নতা।

উত্তৰঃ (i) সম্ভাৱ।

৫। অইন মানুহৰ মনোভাৱক শ্রদ্ধা দেখুৱাৰ বাহিৰেও আমি অইন মানুহৰ কিহক সম্মান দেখুওৱা উচিত।

(i) যোৱাৰ ঠাইবোৰক।

(ii) খোৱাৰ অভ্যাস।

(iii) মতামত বা ধাৰণাক।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) মতামত বা ধাৰণাক।

৬। ইজনে সিজনৰ মত প্ৰকাশৰ স্বাধীনতা স্বীকাৰ নকৰিলে সমাজত কিহৰ উদ্ভৱ হয়।

(i) সুখ- শান্তি।

(ii) উন্নতি।

(iii) অশান্তি আৰু হিংসাৰ।

(iv) মিলন আৰু সম্প্ৰীতিৰ।

উত্তৰঃ (iii) অশান্তি আৰু হিংসাৰ।

৭। আমাৰ প্ৰতিৱেশী এজন যদি গীর্জালৈ যায়, তেন্তে সেই কথাকে লৈ অইন ধৰ্মৰ লোকে কি কৰা অনুচিত?

(i) বিৰূপ মন্তব্য।

(ii) বিশ্বাসক সন্মান জনোৱা।

(iii) সম্বর্ধনা জনোৱা।

(iv) শান্তিপূৰ্ণ বজাই ৰখা।

উত্তৰঃ (i) বিৰূপ মন্তব্য।

৮। সকলো ধৰ্মীয় বিশ্বাসৰ প্ৰতি আমাৰ কি ভাব থাকিলে চুবুৰিটোত এটা সুস্থ, শান্ত, আৰু সুন্দৰ পৰিৱেশৰ সৃষ্টি হ’ব?

(i) ঈর্ষা আৰু অবিশ্বাস।

(ii) অপ্ৰশংসা আৰু বিদ্বেষ।

(iii) সহিষ্ণুতা আৰু শ্ৰদ্ধা।

(iv) উপহাস আৰু উপেক্ষা।

উত্তৰঃ (iii) সহিষ্ণুতা আৰু শ্ৰদ্ধা।

৯। এজনে অইনজনৰ সুকীয়া ভাৱক শ্রদ্ধা নকৰিলে কি হ’ব পাৰে?

(i) শান্তি স্থাপন।

(ii) মৰম বৃদ্ধি।

(iii) কাজিয়া।

(iv) সহানুভূতি জন্ম ল’ব।

উত্তৰঃ (iii) কাজিয়া।

১০। সকলো প্ৰকাৰৰ বিপদৰ সময়ত কাক সহায় কৰাটো আমাৰ কৰ্তব্য?

(i) প্রতিৱেশীক।

(ii) বন্ধু-বান্ধৱীক।

(iii) অতিথিক।

(iv) মগনীয়াক।

উত্তৰঃ (i) প্রতিৱেশীক।

১১। মানৱীয়তাৰ ফালৰপৰা চুবুৰীয়াজনক সহায় কৰাটো হ’ল-

(i) ধৰ্ম।

(ii) কৰ্ম।

(iii) কৰ্তব্য।

(iv) দায়িত্ব।

উত্তৰঃ (i) ধৰ্ম।

১২। চুবুৰিটোৰ এজনৰ লগত আনজনৰ কি নাথাকিলে, গোটেই চুবুৰিটোৰে পৰিৱেশ বেয়া হৈ পৰে।

(i) প্ৰতিযোগিতা।

(ii) অহংকাৰ।

(iii) সম্ভাৱ আৰু মিলা-প্রীতি।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) সম্ভাৱ আৰু মিলা-প্রীতি।

১৩। আমি প্ৰতিৱেশীক কি কৰিব লাগে?

(i) বিপদ-আপদত সাহার্য।

(ii) উপহাস।

(iii) বিবাদ।

(iv) দুর্ব্যৱহাৰ।

উত্তৰঃ (i) বিপদ-আপদত সাহার্য।

১৪। অপ্রীতিকৰ পৰিৱেশে সৰু সৰু ল’ৰা-ছোৱালীৰ চৰিত্ৰ গঠনত কেনেকুৱা প্ৰভাৱ পেলায়?

(i) সু-প্ৰভাৱ।

(ii) আত্মীয়ৰ প্ৰভাৱ।

(iii) কু-প্ৰভাৱ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) কু-প্ৰভাৱ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top